Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbananda Sonowal’s marathon campaign in support of coalition candidates in Sidli and Bongaigaon:ছিডলী আৰু বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ মাৰাথন প্ৰচাৰাভিযান

কংগ্ৰেছক ভোট দিয়া মানেই দেশক পিছুৱাই নিয়া, বিজেপি মিত্রজোঁটক ভোট দিয়া মানেই উন্নয়ন ক্ষিপ্ৰতাৰে আগুৱাই যোৱা: কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল

samimsultana by samimsultana
November 8, 2024
in Assam, India, News
Reading Time: 4 mins read
0
Union Minister Sarbananda Sonowal’s marathon campaign in support of coalition candidates in Sidli and Bongaigaon:ছিডলী আৰু বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ মাৰাথন প্ৰচাৰাভিযান
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

Union Minister Sarbananda Sonowal’s marathon campaign in support of coalition candidates in Sidli and Bongaigaon:

অসম বিধানসভাৰ উপ- নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে শুকুৰবাৰে ছিডলী বিধানসভা সমষ্টিৰ বাসুগাঁও আৰু বঙাইগাঁৱৰ বিদ্যাপুৰত মাৰাথন প্ৰচাৰ চলায় আৰু জনগণৰ ব্যাপক উৎসাহ, সঁহাৰি সমৰ্থন প্রত্যক্ষ কৰে। তেখেতে ছিডলী বিধানসভা সমষ্টিৰ এনডিএ সমর্থিত ইউপিপিএল-ৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ এনডিএ সমর্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ সমর্থনত নির্বাচনী সভা সম্বোধন কৰে।

ADVERTISEMENT

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ছিদলী বিধানসভা সমষ্টিৰ বাসুগাঁৱত অনুষ্ঠিত জনসভাত ভাষণ প্রদান কৰি কয়, ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে সর্বাংগীণ বিকাশ, সম-মর্যাদা, সমৃদ্ধি, সমতা, সর্বত্র শান্তি, সংস্কাৰ, সমন্বয় সাধন কৰা মিত্রশক্তি হৈছে কেৱল ভাৰতীয় জনতা পার্টি আৰু মিত্ৰজোঁট। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত এনডিএ চৰকাৰে সমগ্ৰ দেশতে উন্নয়নৰ এক নৱজাগৰণৰ সূচনা কৰিছে, যিটো কংগ্ৰেছৰ শাসনকালত কেৱল সপোনহে আছিল। কংগ্রেছে দশক দশক ধৰি অপশাসন, ভ্রষ্টাচাৰ, স্বজন-তোষণ, অবাধ দুৰ্নীতিৰ জৰিয়তে দেশক কোঙা কৰি পেলাইছিল। পিছে বিজেপি মিত্রজোঁট চৰকাৰে কেৱল ১০ বছৰৰ ভিতৰতে শক্তিশালী নীতি, শক্তিশালী দৃষ্টিভংগী, শক্তিশালী নেতা থকাৰ বাবেই ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ বুকুত শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিলে। ষাঠিৰ দশকৰ পৰা কংগ্ৰেছ দলটোৱে আমাৰ যুৱক-যুৱতীসকলৰ ওপৰত নৃশংস অত্যাচাৰ চলাইছিল। আমাৰ ৰাইজে ভয় ভয়কৈ নিজৰ উৎসৱসমূহ পাতিবলগীয়া হৈছিল। এসময়ত বৰ্তমানৰ এই বিটিআৰ অঞ্চলটো অশান্ত অঞ্চল হিচাপে জৰ্জৰিত আছিল, হত্যা-হিংসাৰে চৌদিশ ছানি ধৰিছিল।

কংগ্ৰেছৰ ভুল নীতি আৰু অন্যায়-অৱহেলাৰ বাবেই বড়োলেণ্ডৰ লগতে সমগ্র অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছিল। কিন্তু মোদী চৰকাৰৰ দিল্লী আৰু দিছপুৰক, দিল্লী আৰু বড়োলেণ্ডক ওচৰ চপাই অনাৰ দূৰদৰ্শী তথা কল্যাণকামী দৃষ্টিভংগীৰ ফলস্বৰূপে এতিয়া সমগ্র বিটিআৰ-ত স্থায়ী শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ ফলত বিটিআৰ-ত উন্নয়নৰ নতুন জাগৰণৰ সূচনা হৈছে আৰু সৰ্বত্রে শান্তি-সমন্বয় বিৰাজমান কৰিছে। মোদী চৰকাৰৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতৰ জনসাধাৰণে সামাজিক মর্যাদা লাভ কৰিছে। মোদী চৰকাৰ শাসনলৈ অহাৰ পাছত, ২০১৯ চনৰ আগষ্ট মাহৰ পৰা এবছু, এনডিএফবি গোট আৰু অন্যান্য বড়ো সংগঠনৰ সৈতে দশকজোৰা বড়ো আন্দোলনৰ সমাপ্তিৰ বাবে এক ব্যাপক সমাধানত উপনীত হোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তীকালত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। মোদী চৰকাৰে বড়ো অঞ্চলৰ সর্বাংগীণ উন্নয়নৰ বাবে নির্দিষ্ট প্রকল্প হাতত ল’বলৈ প্রায় ১৫০০ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজ সামৰি লৈছে।

আমাৰ চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সুফল লাভ কৰিছে সৰ্বস্তৰৰ জনতাই আৰু ইয়াৰ জৰিয়তে সকলোৰে জীৱন ধাৰণৰ মান উন্নীত হৈছে। এসময়ত দালালৰাজে গ্ৰাস কৰা অসমৰ নিয়োগ ক্ষেত্ৰখনত বিনা প ইচাত সম্পূর্ণ যোগ্যতাৰ ভিত্তিত চাকৰি পোৱাৰ পৰিৱেশ ঘুৰি আহিল। মেধা আৰু যোগ্যতাৰ বলত সকলোৱে নিজৰ জীৱন সুন্দৰকৈ নিৰ্বাহ কৰিব পাৰিছে।

আনহাতে বঙাইগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি সৰ্বানন্দ সোণোৱালে কয়, অযুত সম্ভাৱনাৰে পূৰ্ণ আমাৰ ভাৰতবৰ্ষখন বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধর্মাৱলম্বী লোকৰ বাসস্থান। আমি গৌৰৱ কৰা উচিত যে আমাৰ চেনেহৰ অসমখনত সকলোৱে ঐক্যবদ্ধ হৈ ৰাজ্য তথা দেশখনৰ উন্নতিৰ বাবে অৰিহণা যোগাই আহিছে। এই উন্নতিৰ যাত্রাত আপোনালোক সকলো অংশীদাৰ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত জাতি, ধৰ্ম, বর্ণ নির্বিশেষে সকলো জনগণৰ কল্যাণ নিশ্চিত কৰাটো সদায় চেষ্টা কৰি অহা হৈছে। অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ কোচ ৰাজবংশী সমাজৰ উন্নতিৰ বাবে আমি বিশেষ ধৰণৰ ব্যৱস্থা গ্রহণ কৰিছোঁ।

শিক্ষা, স্বাস্থ্য, ব্যৱসায় আদি সকলো ক্ষেত্রতেই যাতে আপোনালোক বিকাশ আৰু প্ৰগতিৰ দিশলৈ আগুৱাই যাব পাৰে, তাৰ বাবে বিজেপি মিত্রজোঁটৰ চৰকাৰ আপোনালোকৰ কাষত সদায় আছে আৰু অনাগত দিনতো থাকিব। এক সমৃদ্ধিশালী ইতিহাসেৰে পূৰ্ণ কোচ-ৰাজবংশী সমাজৰ উত্তৰণত আমি প্ৰতিটো খোজতেই খোজ মিলাই আগবাঢ়িম। এইখন বৰ অসমত বীৰ চিলাৰায়-নৰনাৰায়ণে সাহস আৰু বীৰত্বৰ নিদৰ্শন দেখুৱাই আমাক একতাৰ বাণীৰে আগবাঢ়ি যাবলৈ বাট দেখুৱাই থৈ গৈছে। ইতিহাসৰ পাত লুটিয়াই চালেই আমি ইয়াৰ উদাহৰণ দেখিবলৈ পাওঁ। কোচ- ৰাজবংশীসকলে আমাৰ সমাজ ব্যৱস্থালৈ যি অৰিহণা আগবঢ়াই থৈ গৈছে, সেয়া প্রতিটো প্ৰজন্মই মনত ৰাখিব।

কেন্দ্রীয় মন্ত্ৰী গৰাকীয়ে আজি ছিদলী কোচ ৰাজত্বৰ শেষৰজন ৰজা অজিত নাৰায়ণ দেৱৰ প্ৰতিও শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, এনডিএ-ৰ দ্বৈত ইঞ্জিন চৰকাৰে অসমত বাণিজ্য আৰু নিযুক্তিৰ সুযোগ বৃদ্ধিৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰি আছে। যোগীঘোপা আৰু ধুবুৰীত মাল্টি-মডেল লজিষ্টিক পার্ক বিকশিত কৰা হৈছে, যিয়ে আমাৰ কৃষকসকলৰ বাবে বিশ্বব্যাপী বজাৰ মুকলি কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ পথ আৰু দলঙৰ বাবে ৪.৫ লাখ কোটিতকৈও অধিক পুঁজি প্রদান কৰিছে। কংগ্ৰেছে শাসনত থাকোঁতে ইয়াৰ কথা ভাবিবই পৰা নাছিল। আমি সকলো আকাংক্ষা পূৰণ কৰিবলৈ জনসাধাৰণৰ প্রতিশ্রুতিবদ্ধ।

তদুপৰি সোণোৱালে কয়, সংখ্যালঘু জনগণৰ সুৰক্ষা আৰু উন্নতি নিশ্চিত কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত আছে। সকলোৰে বাবে সম সুযোগ আৰু অধিকাৰ ৰক্ষাৰে বাবে বিজেপি চৰকাৰে সদায় অগ্ৰাধিকাৰ দি আহিছে। আপোনালোকৰ আর্থিক, সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ ৰূপায়ণ নিশ্চিত কৰিছে। সংখ্যালঘু সমাজক কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি আৰু সুবিধাই সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি জানিবলৈ পাই আনন্দিত হৈছোঁ।

তদুপৰি খিলঞ্জীয়া জনগণৰ ভাষা, কলা-সংস্কৃতি আৰু পৰম্পৰাৰ সুৰক্ষা তথা সংৰক্ষণৰ বাবেও চৰকাৰে নিষ্ঠাসহকাৰে কাম কৰি আহিছে বুলি সোণোৱালে আজি উল্লেখ কৰে। বাসুগাঁৱৰ প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বিটিআৰ প্ৰধান প্রমোদ বড়ো, অসম চৰকাৰৰ মন্ত্রীত্রয় ইউ জি ব্রহ্ম, অশোক সিংহল আৰু যোগেন মহন, সাংসদ জয়ন্ত বসুমতাৰী, বিধায়কদ্বয় নৱ কুমাৰ দলে আৰু অজয় ৰায়, প্রার্থী নির্মল কুমাৰ ব্ৰহ্ম প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু বিজেপি-অগপ-ইউপিপিএল মিত্ৰজোঁটৰ সতীৰ্থসকল।

আনহাতে বঙাইগাঁৱৰ সভাখনত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীদ্বয়ৰণজিৎ কুমাৰ দাস আৰু ইউ জি ব্ৰহ্ম, লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী, প্রার্থী দীপ্তিময়ী চৌধুৰী প্ৰমুখ্যে বিজেপি-অগপৰ বিষয়ববীয়া |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: election campaignSidli And Bongaigaon by ElectionUnion Minister Sarbananda Sonowal
samimsultana

samimsultana

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d