Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Aap Protest:খোৱাপানী বন্ধঃ চানমাৰিত আম আদমী পাৰ্টিৰ প্ৰতিবাদ

ব্যৰ্থ মন্ত্ৰী অশোক সিংহলৰ পদত্যাগ দাবী আপৰ

publisher by publisher
November 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Aap Protest:খোৱাপানী বন্ধঃ চানমাৰিত আম আদমী পাৰ্টিৰ প্ৰতিবাদ
1
SHARES
8
VIEWS
ShareShareShareShare

Aap Protest:

গুৱাহাটী পৌৰ নিগম আৰু পয়ঃপ্রণালী ব’ৰ্ডৰ পানী যোগান অনিয়মীয়া হোৱাৰ প্ৰতিবাদত আজি মহানগৰীৰ চানমাৰিত আম আদমী পাৰ্টিয়ে সাব্যস্ত কৰে বিক্ষোভ । মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰ-প্ৰশাসনে বিভিন্ন আঁচনি গ্রহণ কৰিছে যদিও মহানগৰবাসীয়ে পোৱা নাই পর্যাপ্ত পৰিমাণে বিশুদ্ধ খোৱাপানী। শেহতীয়াকৈ গুৱাহাটী জলব’ৰ্ডে জাইকাৰ অধীনস্থ পানী যোগান আঁচনিৰ অধীনত মহানগৰীত নতুনকৈ খোৱাপানীৰ সংযোগ দিছে যদিও গুৱাহাটী জল ব’ৰ্ডৰ সংযোগ লোৱা বহু পৰিয়ালে আজিও পোৱা নাই পর্যাপ্ত খোৱাপানী।

ADVERTISEMENT

aap fotoপানীৰ পাইপ পুতিয়েই দায়িত্ব সামৰিছে গুৱাহাটী জলব’র্ডে। খোৱাপানীৰ সংকট চলি থকাৰ মাজতে গুৱাহাটী মহানগৰ খোৱাপানী আৰু প্ৰয়-প্রণালী ব’র্ডে এক জাননীযোগে তিনিদিনৰ বাবে মহানগৰীৰ ২৮টা স্থানত পানী যোগান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু তিনিদিন অতিক্ৰম হৈ যোৱা সত্বেও এতিয়ালৈকে বহু অঞ্চলত পানী যোগান দিব পৰা নাই জলব’ৰ্ডে।আজি এই সন্দৰ্ভত চানমাৰিত আপৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই কয়,  মহানগৰীৰ উন্নয়নত বৰ্তমান চৰকাৰ ব্যৰ্থ হৈছে।

RelatedPosts

Drinking water crisis in Dighalipukhuri:খোৱা পানীখিনিয়েই যদি যোগান ধৰিব নোৱাৰে, কি স্মার্ট চিটি বনাব !

Janakpur-Jyoti Damage Road:মহানগৰীৰ জনকপুৰৰ সাংবাদিক পথ আৰু জ্যোতি পথৰ বিধ্বস্ত পথক লৈ সৰব অঞ্চলবাসী

Kejriwal’s Arrest: AAP Protests in Guwahati:কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত মহানগৰীত আপৰ বিক্ষোভ

নাগৰিকক বিশুদ্ধ খোৱা পানী দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰে পালন কৰিব পৰা নাই। নিম্ন মানৰ কাম কৰাৰ বাবে য’তে ত’তে পানীৰ পাইপ ফুটি কৃত্ৰিম বানৰ সৃষ্টি হৈছে। পানীৰ পাইপ ফুটি যোৱা বছৰ এগৰাকী মহিলাৰ মৃত্যুৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ গা লৰা নাই।চৰকাৰৰ ব্যৰ্থতাৰ বাবে আমি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ পদত্যাগ দাবী কৰিছোঁ। এনে অকৰ্মণ্য মন্ত্ৰীৰ ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই।

উল্লেখ্য যে সোমবাৰে সন্ধিয়া চানমাৰিত পানী যোগান আঁচনিৰ পাইপ ফুটি কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। আজি আপে উক্ত স্থানতে বিক্ষোভ প্ৰদৰ্শন কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ যুৱ শক্তিৰ তত্বাৱধায়ক ৰুদ্ৰাংকুৰ হাজৰিকাই কয়, গুৱাহাটীৰ উন্নয়নৰ নামত চৰকাৰে এখনৰ পিচত আন এখন উৰণ সেতু নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছে। কিন্তু সাধাৰণ মানুহৰ সমস্যা সমাধানত চৰকাৰে গুৰুত্ব দিয়া নাই।

উৰণ সেতু নিৰ্মাণ কৰিবলৈ গৈ মহানগৰীৰ পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰিছে। গুৱাহাটীবাসীৰ দৈনন্দিন জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। আমি আম আদমী পাৰ্টিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাস্তৱ দৃষ্টি ভংগীৰে গুৱাহাটীবাসীৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছোঁ। চৰকাৰে শীঘ্ৰেই গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা সমাধান কৰক।  প্ৰতিবাদী কাৰ্যসূচীত আপৰ মিডিয়া সমন্বয়ক গুৰপ্ৰীত সিং, জ্যেষ্ঠ নেতা দিতুল বৰুৱা, বল্লভ পাত্ৰ, ৰাজ্যিক যুৱ শক্তিৰ উপ -সভাপতি জিতু ডেকা, সাধাৰণ সম্পাদক সৌৰভ কলিতা, মঞ্জু ডেকা হুছেইন, অলকানন্দা ডেকাৰ লগতে বহু কেইগৰাকী দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AAP ProtestsChandmariDrinking water crisisJALBOARD
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d