Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Artificial Flood In Guwahati: উপর্যুপৰি কৃত্ৰিম বানত কাহিল গুৱাহাটীবাসীৰ , পৰামৰ্শতে দায়িত্ব শেষ মন্ত্ৰীৰ

publisher by publisher
September 2, 2024
in Uncategorized
Reading Time: 2 mins read
0
Artificial Flood In Guwahati: উপর্যুপৰি কৃত্ৰিম বানত কাহিল গুৱাহাটীবাসীৰ , পৰামৰ্শতে দায়িত্ব শেষ মন্ত্ৰীৰ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

Artificial Flood In Guwahati:

গুৱাহাটীবাসীক সাধাৰণ এজাক বৰষুণতে কৃত্রিম বানত হাবুডুবু খুৱাই ৰং চাইছে চৰকাৰ বাহাদুৰে। ফলত ধাৰাবাহিক ইটোৰ পাছত সিটো কৃত্রিম বানত কক্সকাইছে মহানগৰবাসীৰ। লাখ লাখ লোকে। শণিবাৰে নিশাৰ পৰাও সেই একে পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীৰ বিভিন্ন প্রান্তত।

ADVERTISEMENT

এফালে চৰকাৰে ইখনৰ পাছত সিখন উৰণ সেতু নির্মাণৰে যান-জঁট ব্যৱস্থা লাঘৱৰ তথাকথিত হিচাপ-নিকাচ কৰি আহিছে, আনহাতে যেন অৱজ্ঞা কৰিছে কৃত্রিম বান সমস্যাটোক। আনকি উৰণীয়া সেতু নিৰ্মাণ কৰিও যান-জঁট ৰোধ কৰিব পৰা নাই। কৃত্রিম বানৰ পাছত বিশেষজ্ঞৰ দৰে মন্ত্রী দুই-এক স্থানত উপস্থিত হয় আৰু মুখৰ কথাৰে বান কিদৰে নিয়ন্ত্রণ কৰিব, সেই আশ্বাস দি খন্তেক পাছতে উধাও হয়।

এইদৰেই চলিছে গুৱাহাটীত কৃত্রিম বান নিয়ন্ত্রণৰ প্রচেষ্টা। তাৰ বাদে বাস্তৱত কাৰ্যকৰী ব্যৱস্থা একো হোৱা নাই। সেইবাবে মহানগৰীত কৃত্রিম বানৰ কৱলত প্ৰা অঞ্চলৰ সংখ্যাও হ্রাস হোৱাতকৈ বাঢ়িছেহে। নতুন নতুন অঞ্চল, মানুহৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ এজাক বৰষুণতে এতিয়া একাঁঠু পানীত বুৰ যায়। তাৰেই ছবিখন পুনৰ পৰিলক্ষিত হয় ৰুক্মিণী গাঁও তথা ৰুক্মিণী নগৰ অঞ্চলত।

গুৱাহাটীত শেহতীয়াকৈ কৃত্রিম বানৰ তাণ্ডবে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৰুক্মিণী গাঁৱত। বৰষুণ আহিলেই একাঁঠুৰ পৰা এবুকু পর্যন্ত পানীত বুৰ যায় কে’বা হেজাৰ লোকৰ বাসস্থান, অঞ্চলটোৰ পথ-উপপথ। আনকি দিন-বাতি সমানেই ব্যস্ত গুৱাহাটী-শ্বিলং পথতো একাঁঠু পর্যন্ত পানী হয় ফলস্বৰূপে পথটোৰে যাতায়াত ব্যৱস্থা ব্যাহত হয়। গুৱাহাটী-শ্বিলং পথেই(জিএছ ৰোড) যেতিয়া বন্ধ হৈ পৰে, তাৰ পাছত আৰু গুৱাহাটীক স্মার্ট চিটি কৰাৰ চৰকাৰৰ সপোনৰ কোনো মূলাই নাই।

গুৱাহাটীত কৃত্রিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ অন্তৰালৰ উদ্বেগজনক কাৰণবোৰৰ বাবে সততে সাধাৰণ জনতাক দোষ জাপি দিব বিচৰা চৰকাৰৰ নিজৰ মানুহবোৰ কিমান দায়ী তাৰ বিশ্লেষা নহয়। গুৱাহাটীৰ ভৌগোলিক অৱস্থানৰ বাবে নলা-নর্দমাবোৰ নিয়মিতভাৱে পৰিষ্কাৰ কৰিব লাগে। গুৱাহাটীত চৰকাৰৰ পৃষ্ঠপোষকতাতে বিভিন্ন নির্মাণকার্য চলি আছে। সেই কামত ব্যৱহৃত বিভিন্ন সামগ্রী ঠিকাদাৰে নলাতেই পেলায়। মাত্র তিনি দিন পূর্বে ৰুক্মিণীগাঁৱৰ এটা নলাৰ পৰা ঢালাই কামত ব্যবহাৰ কৰা ব’ৰ্ড, পাইপ, প্লাইউদ আদি উদ্ধাৰ হয়।

তদুপৰি নিৰ্মাণ সামগ্ৰীৰে ভৰি থকা ৩৩ টা বস্তাও উদ্ধাৰ কৰা হয়। ইয়াৰ কেইদিনমান পূর্বে হাতী গাঁৱৰ এটা নলাৰ পৰা এনে সামগ্রী উদ্ধাৰ কৰা হৈছিল। অঞ্চলটোৰ বিষ্ণুজ্যোতি পথত এটা নলাৰ পৰা লোকনিৰ্মাণ বিভাগৰ এজন বিতর্কিত ঠিকাদাৰে নিৰ্মাণ সামগ্রী ভর্তি কৰি পেলাই দিয়া বহু বস্তা উদ্ধাৰ হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APWDArtificial FloodGMCGuwahati
publisher

publisher

Related Posts

Horrific murder incident in Jonai:জোনাইত লোমহৰ্ষক হত্যাকাণ্ড !
Uncategorized

September 2, 2026
Kamrup Metro Thana:কামৰূপ মহানগৰ জিলাৰ কোন খন থানা কোনটো সমষ্টিৰ সীমাত পৰে

দুৰ্যোগৰ বতৰা দিয়াৰ পৰা বিৰত ১০ হেজাৰ কোটিৰ ‘নিছাৰ’

কেলেণ্ডাৰৰ ২৬ সংখ্যাটো সঁচাকৈয়ে অশুভ নেকি!

নেপালৰ বিপৰ্যয়ৰ মাজতে বিশ্বৰ বৃহত্তম হিমবাহে আনিছে অশনি সংকেত

September 1, 2026
পাৱাৰলিফটিং ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ নগাঁৱৰ মনোজ কলিতাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d