Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Protest:খোৱাপানী বন্ধঃ চানমাৰিত আম আদমী পাৰ্টিৰ প্ৰতিবাদ

ব্যৰ্থ মন্ত্ৰী অশোক সিংহলৰ পদত্যাগ দাবী আপৰ

publisher by publisher
November 19, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Aap Protest:খোৱাপানী বন্ধঃ চানমাৰিত আম আদমী পাৰ্টিৰ প্ৰতিবাদ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Mariani Public Protest: এটুপি পানীৰ বাবে হাহাকাৰ মৰিয়নিৰ বহলটিং বাসীৰ

Chandmari:মহানগৰীৰ চানমাৰীনিৰ্মীয়মাণ উৰণসেতুৰ তলত জাইকাৰ পানীৰ পাইপ ফাটি জলমগ্ন ৰাজপথ

Guwahati Artificial Flood:মহানগৰীৰ এবিচিত কৃত্ৰিম বান

Aap Protest:

গুৱাহাটী পৌৰ নিগম আৰু পয়ঃপ্রণালী ব’ৰ্ডৰ পানী যোগান অনিয়মীয়া হোৱাৰ প্ৰতিবাদত আজি মহানগৰীৰ চানমাৰিত আম আদমী পাৰ্টিয়ে সাব্যস্ত কৰে বিক্ষোভ । মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰ-প্ৰশাসনে বিভিন্ন আঁচনি গ্রহণ কৰিছে যদিও মহানগৰবাসীয়ে পোৱা নাই পর্যাপ্ত পৰিমাণে বিশুদ্ধ খোৱাপানী। শেহতীয়াকৈ গুৱাহাটী জলব’ৰ্ডে জাইকাৰ অধীনস্থ পানী যোগান আঁচনিৰ অধীনত মহানগৰীত নতুনকৈ খোৱাপানীৰ সংযোগ দিছে যদিও গুৱাহাটী জল ব’ৰ্ডৰ সংযোগ লোৱা বহু পৰিয়ালে আজিও পোৱা নাই পর্যাপ্ত খোৱাপানী।

ADVERTISEMENT

পানীৰ পাইপ পুতিয়েই দায়িত্ব সামৰিছে গুৱাহাটী জলব’র্ডে। খোৱাপানীৰ সংকট চলি থকাৰ মাজতে গুৱাহাটী মহানগৰ খোৱাপানী আৰু প্ৰয়-প্রণালী ব’র্ডে এক জাননীযোগে তিনিদিনৰ বাবে মহানগৰীৰ ২৮টা স্থানত পানী যোগান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু তিনিদিন অতিক্ৰম হৈ যোৱা সত্বেও এতিয়ালৈকে বহু অঞ্চলত পানী যোগান দিব পৰা নাই জলব’ৰ্ডে।আজি এই সন্দৰ্ভত চানমাৰিত আপৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই কয়,  মহানগৰীৰ উন্নয়নত বৰ্তমান চৰকাৰ ব্যৰ্থ হৈছে।

নাগৰিকক বিশুদ্ধ খোৱা পানী দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰে পালন কৰিব পৰা নাই। নিম্ন মানৰ কাম কৰাৰ বাবে য’তে ত’তে পানীৰ পাইপ ফুটি কৃত্ৰিম বানৰ সৃষ্টি হৈছে। পানীৰ পাইপ ফুটি যোৱা বছৰ এগৰাকী মহিলাৰ মৃত্যুৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ গা লৰা নাই।চৰকাৰৰ ব্যৰ্থতাৰ বাবে আমি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ পদত্যাগ দাবী কৰিছোঁ। এনে অকৰ্মণ্য মন্ত্ৰীৰ ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই।

উল্লেখ্য যে সোমবাৰে সন্ধিয়া চানমাৰিত পানী যোগান আঁচনিৰ পাইপ ফুটি কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। আজি আপে উক্ত স্থানতে বিক্ষোভ প্ৰদৰ্শন কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ যুৱ শক্তিৰ তত্বাৱধায়ক ৰুদ্ৰাংকুৰ হাজৰিকাই কয়, গুৱাহাটীৰ উন্নয়নৰ নামত চৰকাৰে এখনৰ পিচত আন এখন উৰণ সেতু নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছে। কিন্তু সাধাৰণ মানুহৰ সমস্যা সমাধানত চৰকাৰে গুৰুত্ব দিয়া নাই।

উৰণ সেতু নিৰ্মাণ কৰিবলৈ গৈ মহানগৰীৰ পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰিছে। গুৱাহাটীবাসীৰ দৈনন্দিন জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। আমি আম আদমী পাৰ্টিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাস্তৱ দৃষ্টি ভংগীৰে গুৱাহাটীবাসীৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছোঁ। চৰকাৰে শীঘ্ৰেই গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা সমাধান কৰক।  প্ৰতিবাদী কাৰ্যসূচীত আপৰ মিডিয়া সমন্বয়ক গুৰপ্ৰীত সিং, জ্যেষ্ঠ নেতা দিতুল বৰুৱা, বল্লভ পাত্ৰ, ৰাজ্যিক যুৱ শক্তিৰ উপ -সভাপতি জিতু ডেকা, সাধাৰণ সম্পাদক সৌৰভ কলিতা, মঞ্জু ডেকা হুছেইন, অলকানন্দা ডেকাৰ লগতে বহু কেইগৰাকী দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAP ProtestsChandmariDrinking water crisisJALBOARD
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d