Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Fake branch in Assam Sahitya Sabha: সাহিত্য সভাত ওলাইছে ভুৱা শাখা, ন্যস্তস্বার্থ পূৰণৰ বাবে গঠন অস্তিত্বহীন শাখা

নির্বাচন আৰম্ভ হোৱাৰ লগে লগে প্রলোভনৰ ৰাজনীতি, অভিযোগ-প্রতিঅভিযোগ তুংগত

publisher by publisher
November 22, 2024
in India, Assam, News
Reading Time: 1 min read
0
Fake branch in Assam Sahitya Sabha: সাহিত্য সভাত ওলাইছে ভুৱা শাখা, ন্যস্তস্বার্থ পূৰণৰ বাবে গঠন অস্তিত্বহীন শাখা
1
SHARES
13
VIEWS
ShareShareShareShare

Fake branch in Assam Sahitya Sabha:

কালিৰে পৰা ভোটদান প্রক্রিয়া আৰম্ভ হোৱা অসম সাহিত্য সভাত এইবাৰ ওলাইছে ভুৱা শাখা। নির্বাচনত জয়লাভৰ উদ্দেশ্যে ভোটৰ সংখ্যা বৃদ্ধিৰ অংকৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ কোনো প্ৰাৰ্থীৰ দ্বাৰাই এনে শাখা সভা গঠনৰ অভিযোগ উত্থাপিত হৈছে।

ADVERTISEMENT

সভাৰ তথ্য অনুসৰি, এই শাখা সভাবোৰৰ কেৱল নথিপত্রতহে অস্তিত্ব আছে। সেই সূত্রে এনে সভাবোৰে সভাপতি, উপ- সভাপতি আৰু প্ৰধান সম্পাদকৰ নিৰ্বাচনত ভোটদান কৰিব পাৰে। তাৰ বাদে এনে শাখাবোৰৰ কোনো অস্তিত্ব নাই। সেয়েহে
মৌখিকভাবে এনে শাখাবোৰক ভুৱা শাখা বুলি কোৱা হয়। অভিযোগ অনুসৰি, এনে শাখাৰ ভোটৰ ভিত্তিতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব একাংশই ল’বলৈ সক্ষম হৈছে। তাৰ ব্যতিক্রম এইবাৰো হোৱা নাই।

RelatedPosts

Hit And Run Incident: নন্দিনী কাণ্ড নাম সাঙোৰ ইউএছটিএম স্বত্বাধিকাৰ মহবুবুল হক

Assam Sahitya Sabha Pathsala Session:অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিবেশনৰ আজি প্ৰথম দিন

Assam Sahitya Sabha Pathshala Session:অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিবেশনৰ আজি প্ৰথম দিন

সেয়েহে অসম সাহিত্য সভাৰ গৰিমা ৰক্ষা কৰাৰ যুঁজ যিসকলে দি আহিছে, তেওঁলোকৰ জৰিয়তে এইবাৰ চলিছে ভুৱা শাখাৰ সন্ধান। সভাৰ সূত্ৰই সদৰী কৰা অনুসৰি, কে’বাখনো জিলাত এনে অর্ধশতাধিক ভুৱা শাখাৰ তথ্য উদ্ধাৰ হৈছে। সেই সকলোৰে কাম-কাজৰ পৰীক্ষা অদ্যাপি সম্পূর্ণ হোৱা নাই।

নলবাৰী জিলাৰ কেইখনমান শাখা সভাৰ ক্ষেত্রত বিষয়টো ইতিমধ্যে প্রমাণিত হৈছে। এনে তিনিখন ভুৱা শাখা হ’ল নাথকুছি শাখা সাহিত্য সভা, সম্মিলিত শাখা সাহিত্য সভা আৰু নমাটি শাখা সাহিত্য সভা। অভিযোগ অনুসৰি, এই শাখা সাহিত্য সভাকেইখন গঠন কৰে বৰ্তমানৰ প্ৰধান সম্পাদক ড:উপেন্দ্রজিৎ শর্মাই ।

ইপিনে, সভাপতি, উপ-সভাপতি আৰু প্রধান সম্পাদক পদত কাক ভোট দিয়া হ’ব, তাৰ বাবে শাখা সাহিত্য সভাবোৰৰ অনুষ্ঠিত হৈছে নির্বাচনী সভা। এই সভাবোৰত নিজৰ পক্ষে সমর্থন আদায় কৰিবলৈ বিশেষকৈ উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ প্ৰাৰ্থীসকলে আপ্রাণ চেষ্ট অব্যাহত ৰাখিছে। অভিযোগ অনুসৰি, ইয়াৰ বাবে একাংশ শাখা সাহিত্য সভাক নানা ধৰণে প্রলোভনো দিছে একাংশ প্রার্থীয়ে।

বিশেষকৈ প্ৰধান সম্পাদক পদৰ এজন প্ৰাৰ্থীৰ হৈ উপেন্দ্রজিৎ শর্মাই সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্রুতি দিয়াৰ চৰ্চা এতিয়া মুখে মুখে। অজিত প্রসাদ শৰ্মাৰ হৈ উপেন্দ্রজিৎ শর্মাই এনে তৎপৰতা গ্ৰহণ কৰা বুলি কে’বাখনো শাখা সাহিত্য সভাৰ সূত্রই সদৰী কৰে। ইয়াৰ মাজতে প্রতিদ্বন্দ্বীৰ নেতিবাচক দিশবোৰক লোকচক্ষুৰ আগলৈ অনাৰ প্ৰতিযোগিতাও চলিছে।

উদাহৰণ স্বৰূপে আজিৰ পৰা বিশেষ প্ৰচাৰ চলিছে প্রধান সম্পাদক পদৰ প্ৰাৰ্থী দেৱজিৎ বৰাৰ বিৰুদ্ধে থকা বিত্তীয় কেলেংকাৰিৰ এক অভিযোগৰ। একেদৰে চৰ্চাৰ তুংগত আছে অজিত প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে নিজৰ মহাবিদ্যালয়ৰ ছাত্ৰীয়ে উত্থাপন কৰা শ্লীলতাহানিৰ অভিযোগৰ বিষয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Sahitya SabhaComplaintsFake branch
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d