Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

    ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

B’Desh High Court refuses to ban ISKCON, orders govt to remain cautious about protecting law:বাংলাদেশত নিষিদ্ধ নহয় ইস্কন !

বাংলাদেশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান, উচ্চ ন্যায়ালয়ত খাৰিজ ৰিট আবেদন

publisher by publisher
November 28, 2024
in News, International
Reading Time: 2 mins read
0
B’Desh High Court refuses to ban ISKCON, orders govt to remain cautious about protecting law:বাংলাদেশত নিষিদ্ধ নহয় ইস্কন !
1
SHARES
9
VIEWS
ShareShareShareShare

B’Desh High Court refuses to ban ISKCON, orders govt to remain cautious about protecting law:

বাংলাদেশত ইস্কন (ISKON) নিষিদ্ধ নহয়। এই ৰিট আবেদন নাকচ কৰে দেশ খনৰ উচ্চ ন্যায়ালয়ে। বৃহস্পতিবাৰে আদালতৰ ৰায়দানত উল্লেখ কৰে যে ইস্কনক নিষিদ্ধ কৰা হ’ব নে নহয় সেয়া চৰকাৰে সিদ্ধান্ত ল’ব। ৰিট আবেদন খাৰিজ কৰি কোৱা হৈছে যে শান্তি বজাই ৰখাৰ বাবে চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু কোনো কাৰণতে ইস্কনক নিষিদ্ধ কৰা হোৱা নাই। শেহতীয়াকৈ হিংসাত্মক ঘটনা ৰোধৰ বাবে চৰকাৰে কি পদক্ষেপ লৈছে সেয়া জানিবলৈ দিয়া হৈছে চৰকাৰক।

ADVERTISEMENT

উল্লেখ্য যে বাংলাদেশৰ পুণ্ডাৰিক ধামৰ অধ্যক্ষ তথা ইস্কনৰ প্ৰাক্তন নেতা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে বাংলাদেশত ইস্কনক নিষিদ্ধ কৰাৰ দাবী কৰিছিল কট্টৰ ইছলামিক সংগঠন কেইটামানে । পৰৱৰ্তী সময়ত এই বিষয়টো উচ্চ ন্যায়ালয়ত পাইগৈ ৷ ইস্কনক নিষিদ্ধকৰণৰ এক ৰীট আবেদন উত্থাপন কৰা হয়।

RelatedPosts

No Content Available

অৱশেষত আজি উচ্চ ন্যায়ালয়ে বিষয়টোৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ফাৰাহ মাহবুব আৰু ন্যায়াধীশ দেবাশীষ ৰায় চৌধুৰীৰ বিচাৰপীঠে উচ্চ কয় যে ইস্কনক নিষিদ্ধ কৰা হ’ব নে নহয় সেই সিদ্ধান্ত চৰকাৰে কৰিব। এই ক্ষেত্ৰত আদালতৰ হস্তক্ষেপ কৰাটো সঠিক নহ’ব।

আনহাতে ৰীট আবেদন খনৰ হৈ যুক্তি প্ৰদৰ্শন কৰা অধিবক্তাগৰাকীয়ে কয় যে ইস্কনক লৈ চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বাংলাদেশৰ সকলো ধৰ্মৰ লোকৰ মাজত আন্তৰিক সম্পৰ্ক আছে বুলিও উচ্চ ন্যায়ালয়ে অৱগত কৰে। সকলোৱে সাম্প্ৰদায়িক সম্প্ৰীতিৰে জীয়াই আছে, আৰু থাকিব।

আনহাতে আদালতে চৰকাৰী পক্ষকো সোধা-পোছা কৰা হৈছিল চট্টগ্ৰামত অধিবক্তা হত্যাৰ সন্দৰ্ভত। চৰকাৰে কয় যে সংশ্লিষ্ট স্থানত থকা চিচিটিভিৰ বিভিন্ন ফুটেজৰ পৰা অভিযুক্তক চিনাক্ত কৰা হৈছে। অচিৰেই আৰক্ষীৰ জালত পৰিব অভিযুক্ত ৷ চৰকাৰৰ এই কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: B'Desh High Court refusesban ISKCONorders govt to remain cautious about protecting law
publisher

publisher

Related Posts

BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports

April 30, 2026
ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি
News

ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

April 30, 2026
New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d