Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Bangladesh court rejects bail of Hindu leader Chinmoy Krishna : বাংলাদেশত হিন্দু নেতা চিন্ময় কৃষ্ণৰ জামিন আদালতৰ দ্বাৰা নাকচ

প্ৰতিবাদৰ ধুমুহা চট্টগ্ৰাম আৰু ঢাকাত

publisher by publisher
November 26, 2024
in International, News
Reading Time: 3 mins read
0
Bangladesh court rejects bail of Hindu leader Chinmoy Krishna : বাংলাদেশত হিন্দু নেতা চিন্ময় কৃষ্ণৰ জামিন আদালতৰ দ্বাৰা নাকচ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Bangladesh court rejects bail of Hindu leader Chinmoy Krishna :

দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ জোটৰ মুখপাত্ৰ তথা পুণ্ডাৰিক ধামৰ অধ্যক্ষ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক বাংলাদেশৰ আদালতে জামিন নাকচ কৰি কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।

ADVERTISEMENT

মঙলবাৰে বিয়লি শুনানিৰ অন্তত এই নিৰ্দেশ দিয়ে চট্টগ্ৰাম মহানগৰ দণ্ডাধীশ কাজী শ্বৰীফুল ইছলামে। এই গোচৰটো চিন্ময় কৃষ্ণৰ বিৰুদ্ধে চট্টগ্ৰাম চহৰৰ নিউমাৰ্কেট ছেক্সনত অৱস্থিত স্বাধীনতা স্তম্ভত ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ বাবে দাখিল কৰা হৈছিল। চট্টগ্ৰাম চহৰ আৰক্ষীৰ অতিৰিক্ত উপ আয়ুক্ত (আইন শৃংখলা) মফিজুৰ ৰহমানে কয় যে জামিন আবেদন আদালতে নাকচ কৰে।

মফিজুৰ ৰহমানে লগতে কয় যে চিন্ময় কৃষ্ণ দাসৰ অধিবক্তাৰ আবেদনৰ প্ৰতি লক্ষ্য ৰাখি আদালতে বিভাজনৰ নিৰ্দেশ দিছে। একে সময়তে চিকিৎসা আৰু ধৰ্মীয় ৰীতি-নীতি পালনত যাতে কোনো অসুবিধা নহয় তাৰ বাবে কাৰাগাৰ অধীক্ষকক জেলৰ নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

ইফালে চিন্ময় কৃষ্ণক আদালতত হাজিৰ কৰিবলৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়। অনুৰাগীসকলেও আদালত চৌহদত তেওঁক মুক্তিৰ দাবীত শ্ল’গান দিয়ে। আদালতৰ নিৰ্দেশৰ পিছত যেতিয়া চিন্ময়ক জেললৈ নিবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁলোকে পথ অৱৰোধ কৰিছিল। ফলত তেওঁক জেললৈ নিব পৰা নাছিল।

উল্লেখ্য যে ,সোমবাৰে বিয়লি ঢাকাৰ শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিন্ময় কৃষ্ণক। পিছত তেওঁক চট্টগ্ৰামলৈ অনা হয়। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত সংখ্যালঘু সংগঠন আৰু বিভিন্ন বৃত্তিৰ লোকে ঢাকা, চট্টগ্ৰাম সহ সমগ্ৰ বাংলাদেশত তেওঁক মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। সমগ্ৰ দেশতে প্ৰতিবাদৰ ধুমুহা বলিছে৷

মনকৰিবলগীয়া যে যোৱা ৩১ অক্টোবৰত চান্দগাঁও মহৰা ৱাৰ্ডৰ বিএনপিৰ সাধাৰণ সম্পাদক ফিৰোজ খানে চিন্ময় কৃষ্ণকে ধৰি ১৯জন লোকৰ বিৰুদ্ধে কোটোৱালি থানাত বাদী হিচাপে গোচৰ ৰুজু কৰিছিল। পিছত ফিৰোজ খানক বিএনপিৰ পৰা বৰ্খাস্ত কৰা হয়। গোচৰৰ বিবৃতিত বাদীয়ে অভিযোগ কৰে যে ৫ আগষ্টত বাংলাদেশত সংঘটিত গণ বিদ্ৰোহৰ পিছত বৈষম্য বিৰোধী ছাত্ৰ-ছাত্ৰীয়ে চট্টগ্ৰাম চহৰৰ নিউ মাৰ্কেট ছেক্সনত জিৰ’ পইণ্টত স্তম্ভত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে, যিটো এতিয়াও আছে।

২৫ অক্টোবৰত বাংলাদেশ সনাতন জাগৰণ মঞ্চৰ উদ্যোগত লালদিঘী খেলপথাৰত এখন গণ সভা অনুষ্ঠিত হয়। চট্টগ্ৰাম সংমণ্ডলৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোকে এই সমাৱেশত যোগদান কৰে। সেইদিনা চন্দন কুমাৰ ধৰ (চিন্ময় কৃষ্ণ দাস)ৰ লগতে ৯ জন অভিযুক্ত, বাকী অভিযুক্তই নিউমাৰ্কেটৰ ছেক্সনৰ জিৰ’ পইণ্ট পিলাৰত আৰু বাংলাদেশৰ জাতীয় পতাকাৰ চাৰিওফালে ধৰ্মীয় গোট ইস্কনৰ গেৰুৱা ধৰ্মীয় পতাকা উত্তোলন কৰে। ইয়াৰ ফলত সাধাৰণ নাগৰিকৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল এই গোচৰৰ পিছত ভিডিঅ’ মেছেজত চিন্ময় কৃষ্ণই নিজৰ নিৰ্দোষী বুলি দাবী কৰি কয় যে এই ঘটনাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই।

মঙলবাৰে শুনানিৰ অন্তত আদালত চৌহদত সংবাদ মাধ্যমৰ আগত তেওঁৰ অধিবক্তা স্বৰূপ কান্তি নাথে কয় যে জামিন আৱেদন নিৰ্দোষী বুলি দাবী কৰি কৰা হৈছে। কিন্তু আদালতে জামিন নাকচ কৰে। কিছুদিনৰ পাছত এই নিৰ্দেশৰ বিৰুদ্ধে আপীল কৰা হ’ব।

ইফালে ইস্কনে বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ জোটৰ মুখপাত্ৰ চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক তীব্ৰ গৰিহণা আৰু প্ৰতিবাদ কৰে। ইস্কনে ছ’চিয়েল মিডিয়া এক্সত এক বিবৃতিত এই প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত জনগোষ্ঠীৰ ওপৰত হোৱা আক্ৰমণ আৰু হিংসাৰ প্ৰতিবাদ সংগঠনটোৱে চিন্ময় কৃষ্ণৰ মুক্তিৰ ক্ষেত্ৰত ভাৰতৰ হস্তক্ষেপ বিচাৰিছে।

ইফালে ভাৰত চৰকাৰে চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ আৰু জামিন বাতিল কৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰি তীব্ৰ বাৰ্তা প্ৰদান কৰিছে। মঙলবাৰে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত এই উদ্বেগ প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত বাংলাদেশৰ উগ্ৰপন্থী সংগঠনেও হিন্দু সম্প্ৰদায়ৰ লগতে অন্যান্য সংখ্যালঘু লোকক আক্ৰমণ কৰিছে। বাংলাদেশতো অগ্নিসংযোগ, লুণ্ঠন, ভাঙি-ছিঙি, হিন্দু আৰু ধৰ্মীয় সংখ্যালঘু লোকৰ মন্দিৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে যিখন দেশত সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণৰ দোষী পলাতক হৈ আছে, সেইখন দেশত এই অন্যায়ৰ বিৰুদ্ধে মাত মাতি এজন ধৰ্মীয় নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। বিবৃতিটোত বাংলাদেশত হিন্দুকে ধৰি সকলো সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে মত প্ৰকাশৰ স্বাধীনতা নিশ্চিত কৰিবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bangladesh court rejects bailHindu leader Chinmoy Krishna
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d