Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Hemant Soren was sworn in as the 14th Chief Minister of Jharkhand: ঝাৰখণ্ডৰ চতুৰ্দশ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ হেমন্ত সোৰেনৰ 

চতুৰ্থবাৰৰ বাবে এই দায়িত্বত ঝাৰখণ্ড মুক্তি মৰ্চাৰ শীৰ্ষ নেতাজন

publisher by publisher
November 28, 2024
in News, India
Reading Time: 2 mins read
0
Hemant Soren was sworn in as the 14th Chief Minister of Jharkhand: ঝাৰখণ্ডৰ চতুৰ্দশ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ হেমন্ত সোৰেনৰ 
2
SHARES
16
VIEWS
ShareShareShareShare

Hemant Soren was sworn in as 14th CM of Jharkhand:

ইণ্ডি এলায়েন্স বহু কেই গৰাকী ৰথী-মহাৰথীৰ উপস্থিতিত বৃহস্পতিবাৰে ঝাৰখণ্ডৰ ১৪ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হেমন্ত সোৰেনে ৷ ৪৯ বছৰীয়া জনজাতীয় নেতা গৰাকীক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰায় ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰে।

ADVERTISEMENT

ৰাঁচীৰ মোৰাবাদী খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপাল গৰাকীয়ে শপত আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰায় সোৰেনক ৷ য’ত উপস্থিত থাকে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ,পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান,আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, ৰাঘৱ চাধা, সঞ্জয় সিং, বিহাৰৰ বিৰোধী দলপতি তথা আৰ জেডি নেতা তেজস্বী যাদৱ, ডি এম কে নেতা উধয়ানিধি ষ্টালিন আৰু কৰ্ণাটকৰ উপ -মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ।

RelatedPosts

No Content Available

শপত গ্ৰহণ কৰাৰ পূৰ্বে কুৰ্তা আৰু পাইজামা পৰিহিত সোৰেনে জেএমএমৰ সভাপতি তথা তেওঁৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্বিবু সোৰেনক সাক্ষাৎ কৰে। জেএমএমৰ নেতা গৰাকীৰ মুখ্যমন্ত্ৰী হিচাপে এইয়া চতুৰ্থটো কাৰ্যকাল। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিৰ গামলিয়াল হেমব্ৰমক ৩৯,৭৯১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি হেমন্ত সোৰেনে বৰহাইটৰ আসনখন অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটে ৫৬খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন এনডিএ – এ লাভ কৰে ২৪ খন আসন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 14th CM of JharkhandHemant Soren was sworn
publisher

publisher

Related Posts

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত
News

West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

April 29, 2026
Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ
News

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d