Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Chirag Paswan is Reportedly Being Offered Six Seats By The NDA: লোকজনশক্তি চিৰাগ পাছোৱানক লৈ টনা আজোৰা এন ডি এ- ইণ্ডিয়া এলায়েন্সৰ

ইণ্ডিয়া এলায়েন্সে বিহাৰত আঠ আৰু বিহাৰত দুখন আসন দিয়াৰ প্ৰস্তাৱ, চিৰাগ পাছোৱানক এন ডি এৰ ফালৰ পৰা ছখন আসনৰ প্ৰস্তাৱ !, এন ডিএত থকাৰ ইংগিত চিৰাগ পাছোৱানৰ!, চিৰাগৰ চৰ্ত: খুড়াক পশুপতি পাছোৱান ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিক আঁতৰাই ৰাখিব লাগিব এনডিএ-এ

publisher by publisher
March 7, 2024
in India, News
Reading Time: 2 mins read
0
Chirag Paswan is Reportedly Being Offered Six Seats By The NDA: লোকজনশক্তি চিৰাগ পাছোৱানক লৈ টনা আজোৰা এন ডি এ- ইণ্ডিয়া এলায়েন্সৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

Guwahati:মহানগৰীত বিহাৰৰ কুখ্যাত ডকাইত দল আৰক্ষীৰ জালত

Chirag Paswan is Reportedly Being Offered Six Seats By The NDA:

সমাগত লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত বিজেপি নেতৃত্বাধীন এন ডিএ সহযোগী দলসমূহৰ মাজত আসন বুজাপৰা অতি তৎপৰতাৰে আৰম্ভ কৰিছে যদিও হিন্দী বলয়ৰ অন্যতম ৰাজ্য বিহাৰক লৈ এন ডি এৰ অংশীদাৰ দল সমূহৰ মাজত আসন ভাগ-বতৰাক লৈ তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে ৷

ADVERTISEMENT

এনে ঘটনাক্ৰমৰ মাজত কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া জোটবন্ধনে চল চাই কঠিয়া পৰাৰ দৰে লোক জনশক্তি পাৰ্টি(ৰামবিলাস)ৰ মুৰব্বী ছিৰাগ পাছোৱানক জোটবন্ধনলৈ আনিবৰ বাবে আগবঢ়াইছে লোভনীয় প্ৰস্তাৱ ৷

সেই অনুসৰি পাছোৱানক বিহাৰত আঠ খন আৰু উত্তৰ প্ৰদেশত দুখন আসন দিয়া হ’ব ৷ কিন্ত চিৰাগ পাছোৱানে ইণ্ডিয়া জোটবন্ধনৰ এই প্ৰস্তাৱ প্ৰলোভিত বুলি অভিহিত কৰিছে ৷

শেহতীয়া খবৰ অনুসৰি এন ডিএ বিহাৰত লোক জনশক্তি পাৰ্টিৰ ছটা লোকসভা সমষ্টিৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে ৷

অৱশ্যে এই ক্ষেত্ৰত ছিৰাগ পাছোৱানৰ চৰ্ত খুড়াক পশুপতি পৰাসৰ ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিক আঁতৰাই ৰাখিব লাগিব এনডিএ-এ ৷

উল্লেখযোগ্য, ইণ্ডিয়া মহাজোঁটবন্ধনে ২০১৯ ত অবিভক্ত লোক জনশক্তি পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰা বিহাৰত ছয়খন আসন সহ দুটা অতিৰিক্ত সমষ্টি আৰু উত্তৰ প্ৰদেশৰ দুটা সমষ্টিৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল বুলি এক সূত্ৰত প্ৰকাশ ৷

মনকৰিবলগীয়া যে,এন ডি এৰ চৰকাৰৰ সুদীৰ্ঘ সময় কেন্দ্ৰীয় মন্ত্ৰীৰ আসন শুৱনি কৰা ৰামবিলাস পাছৱানৰ অকাল মৃত্যুৰ এবছৰৰ পাছত তেওঁৰ পুত্ৰ চিৰাগ পাছোৱানৰ অভ্যুত্থানৰ ঘটে ৷কিন্ত দুৰ্ভাগ্যজনক কথা যে,২০২১ ত লোক জনশক্তি পাৰ্টি বিভাজিত হয় ৷ এটা গোটৰ নেতৃত্ব দিয়ে স্বয়ং চিৰাগে আৰু আনটো দলৰ ৰামবিলাসৰ ভাতৃ পশুপতি পাছোৱান ৷

আনহাতে,পিতৃ বিয়োগৰ পিছত পিতৃ এন ডিএ পাৰ্টনাৰ সূত্ৰে চিৰাগ পাছোৱানে কেন্দ্ৰীয় মন্ত্ৰীত্ব বিচাৰি অনুনয়বিনয় কৰিছিল যদিও বিজেপি নেতৃত্বই সেইয়া নাকচ কৰিছিল ৷যাৰবাবে খড়গগ্ৰস্ত হৈ চিৰাগে এন ডি এৰ পৰা সমদূৰত্ব বৃদ্ধি পায় । একেদৰে নীতিশ কুমাৰৰ জেডিইউ আৰু তেজস্বী যাদৱৰ আৰজেডিৰ জোঁটবন্ধন চৰকাৰৰ বিৰুদ্ধেও কটু সমালোচনা কৰিছিল ৷

কিন্ত শেহতীয়া ঘটনাক্ৰমে পুনৰ বিজেপিৰ স’তে হাত মিলাই এনডিএ অংশীদাৰ হৈ বিহাৰত নিতীশ কুমাৰে চৰকাৰ গঠন কৰাত চিৰাগে ক্ষোভিত হৈ পৰে ৷ নিতীশ কুমাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। অৱশ্যে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি লোৱাৰ পৰা বিৰত আছিল -৷ মোডীক তেওঁৰ নিজৰ ৰাম বুলি অভিহিত কৰিছিল আৰু তেওঁ নিজে হনুমান বুলি কৈছিল।

স্মতৰ্ৱ্য যে,২০২০ ত নিতীশ কুমাৰৰ সৈতে হোৱা মতানৈক্যৰ বাবে এন ডি এ এৰি যোৱা চিৰাগ পাছৱানে যোৱা বছৰ পুনৰ মিত্ৰতা পাশত আবদ্ধ হয় ৷ যেতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকী লালু যাদৱ নেতৃত্বাধীন ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছকে ধৰি মহাগঠবন্ধনৰ অংশ আছিল।

চলিত বৰ্ষৰ আৰম্ভণিতে জেডিইউৰ মুৰব্বীগৰাকীয়ে এনডিএলৈ ঘূৰি অহাৰ পিছৰে পৰা পুনৰ ব্যৱধান বৃদ্ধি পায় এন ডি এৰ ৷ তথাপিও অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থত চিৰাগ পাছোৱানে এন ডি এ পৰা আঁতৰি অহাটো বিচৰা নাই ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এল জে পিয়ে বিচৰা ধৰণে আসন লাভৰ বাবে বাট চাইছে বিজেপি নেতৃবৰ্গলৈ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BiharChirag PaswanIndia Alliancelokjanasakti partyLoksabha Election 2024NDA
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d