Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

UP Crime: ব্যৱসায়ত প্ৰতিদ্বন্দ্বিতা, ২০ লাখ টকা ছুপাৰী দি হত্য়া প্ৰতিদ্বন্দ্বীক

প্ৰায় ৩৩ দিনৰ অন্তত ফাদিল হ'ল আগ্ৰাৰ ব্যৱসায়ী অৱধেশ কুমাৰ আগৰৱালাৰ হত্যাকাণ্ডৰ ৰহস্য । ব্যৱসায়ত হেঙাৰ হোৱাৰ বাবেই ছুপাৰী কিলাৰৰ সহায়েৰে গুলীয়াই হত্যা কৰা হৈছিল আগৰৱালাক । সম্প্ৰতি আৰক্ষীৰ জালত দুই শ্বুটাৰ । আৰক্ষীৰ জেৰাত দুই শ্বুটাৰৰ শিহৰণকাৰী বৰ্ণনা ।

publisher by publisher
December 2, 2024
in Crime, National
Reading Time: 2 mins read
0
ছুপাৰী
1
SHARES
7
VIEWS
ShareShareShareShare

আগ্ৰাৰ ৰূপ ব্যৱসায়ী অৱধেশ কুমাৰ আগৰৱালাৰ হত্যাকাণ্ডৰ নতুন মোৰ । আৰক্ষীৰ জেৰাত প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য । যোৱা ২৭ অক্টোবৰত বিহাৰৰ পাটনাত দুই আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল আগৰৱালাক । এই ঘটনা পোহৰলৈ অহাৰ পিচতেই পাটনা আৰক্ষীয়ে চিবি চেইন ডিষ্ট্ৰিবিউটৰ হৰি বাবু গোৱেলৰ পুত্ৰ নিখিল গোৱেল আৰু তেওঁৰ বাহনৰ চালক জীতেন্দ্ৰক এই হত্যাকাণ্ডত হাত থকাৰ সন্দেহ কৰিছিল ।

ADVERTISEMENT

ছুপাৰীইতিমধ্যে পাটনা আৰক্ষীয়ে নিখিল গোৱেল, শ্বুটাৰ ব্ৰজ ভূষণ পণ্ডিত, নীৰজ গৌতম আৰু ব্ৰজ গোপাল নামৰ তিনিগৰাকী সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছিল । প্ৰায় ৩৩ দিনৰ অন্তত আৰক্ষীৰ কঠোৰ জেৰাত দুই শ্বুটাৰে মুখ খোলে । আৰক্ষীক দিলে সেই ভয়ংকৰ নিশাৰ বিৱৰণ ।

RelatedPosts

EXTRA MARITAL AFFAIR: পৰকীয়া প্ৰেমৰ সন্দেহ: পত্নীক হত্যা কৰি স্বামীয়ে লুকুৱাই ৰাখিলে বক্স পালেঙত, পৰৱৰ্তী পাল বন্ধুৰ ….

Human skeleton found in fridge: ২০ বছৰে তলা ওলমি থকা এটা বাসগৃহ, ফ্ৰীজৰ ভিতৰত ওলাল লাওখোলা-নৰকংকাল

Triple Murder : পুত্ৰই হত্যা কৰিলে পিতৃ-মাতৃ আৰু ভগ্নীক, কিয় জানেনে ?

২০ লাখ টকাত দিছিল ছুপাৰী :

জীতেন্দ্ৰৰ সম্পৰ্কীয় ভাতৃ ব্ৰজ গোপালে মথুৰাৰ শ্বুটাৰ ব্ৰজ ভূষণ পণ্ডিত আৰু নীৰজ গৌতমক পূৰ্বৰে পৰাই চিনি পায় । সেই অনুসৰি ব্ৰজ গোপালে অৱধেশ কুমাৰ আগৰৱালাক হত্যা কৰিবলৈ উক্ত দুই শ্বুটাৰৰ লগত সংযোগ কৰিছিল । তেওঁলোকৰ পৰিকল্পনা অনুসৰি অৱধেশ কুমাৰ আগৰৱালাক হত্যা কৰিলে দুই ছুপাৰীক দিয়া হ’ব ২০ লাখ টকা । কথা মতেই, ব্ৰজ গোপালে দুই শ্বুটাৰক আগতীয়াকৈ ১০ লাখ টকা পৰিশোধ কৰিছিল।

কি হৈছিল ২৭ অক্টোবৰৰ নিশা :

পৰিনই কুঞ্জ হৰিপৰ্বতৰ বাসিন্দা আছিল ৫৫ বছৰীয়া অৱধেশ আগৰৱালা । তেওঁ পেছাত এগৰাকী ৰূপ ব্যৱসায়ী । ধনতেৰাছৰ দুদিন পূৰ্বে তথা ২৭ অক্টোবৰৰ নিশা পাটনাৰ পিৰবাহোৰতস্থিত তেওঁৰ বিপণী বন্ধ কৰি নিজ ফ্লেটলৈ আহি আছিল আগৰৱালা । ইতিমধ্যে তেওঁৰ ফ্লেটৰ খটখটীত তেওঁলৈ অপেক্ষা কৰি আছিল দুই শ্বুটাৰে । আগৰৱালাক ঘৰৰ ফ্লেটৰ বাহিৰতে গুলীয়াই পলায়ন কৰে শ্বুটাৰদ্বয়ে । লগে লগে গুলীৰ শব্দ শুনি লাগিছিল হুৱা-দুৱা ।

চিচিটিভিত বন্দী হৈছিল সমগ্ৰ দৃশ্য় :

ইফালে এই সমগ্ৰ বন্দী হৈছিল চিচিটিভি কেমেৰাত । ঘটনাস্থলীৰ পৰা শ্বুটাৰদ্বয়ে পলায়ন কৰা সমগ্ৰ দৃশ্য পৰৱৰ্তী সময়ত পাটনা আৰক্ষীয়ে হাতত পৰিছিল । তাৰ পিছতেই পাটনা আৰক্ষীয়ে যোৱা ৬ নৱেম্বৰত চিবি চেইনৰ ডিষ্ট্ৰিবিউটৰ ৰূপ ব্যৱসায়ী নিখিল গোৱেল আৰু তেওঁৰ গাড়ীৰ চালক জীতেন্দ্ৰক গ্ৰেপ্তাৰ কৰে । এই ঘটনাৰ সময়ত গোৱেল আৰু জীতেন্দ্ৰৰ অৱস্থান পাটনাত আছিল ।

আৰক্ষীৰ ভাষ্য :

চেণ্ট্ৰেল পাটনাৰ আৰক্ষী অধীক্ষক প্ৰীতি চেহৰাৱতে এক সংবাদমেল সম্বোধন কৰি কয় যে, নিখিল গোৱেল, শ্বুটাৰ ব্ৰজ ভূষণ পণ্ডিত, নীৰজ গৌতম আৰু ব্ৰজ গোপালক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে । জেৰাৰ সময়ত, নিখিল গোৱেলে কৈছিল যে তেওঁ অৱধেশ আগৰৱালাক ছুপাৰী দি হত্যা কৰিছিল, কিয়নো আগৰৱালাৰ বাবে তেওঁৰ ব্যৱসায়ত যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

লগতে পঢ়ক : Agninav Shiv Mandir:নাজিৰাত নিশা অগ্নিনাভ মন্দিৰৰ শিৱ মুৰ্তি চুৰি

আনহাতে পাটনা আৰক্ষীয়ে কোৱা অনুসৰি, নিখিল গোৱেলে স্বীকাৰ কৰিছিল যে অৱধেশ কুমাৰ আগৰৱালাৰ বাবে তেওঁৰ পাটনাস্থিত ব্যৱসায় মন্থৰ হৈ পৰে। সেইবাবে নিখিল গোৱেলে ৰূপ ব্যৱসায়ী অৱধেশ আগৰৱালাক বাটৰ পৰা আঁতৰাবলৈ চালক জীতেন্দ্ৰৰ সহায় লৈ এই ঘটনা সংঘটিত কৰে ।

লগতে পঢ়ক : CBI files chargesheet in trading scam:ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা দাখিল চিবিআইৰ

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Awadesh AgarwalCrime Newsnational crime newssupari killerUP Crimeঅৱধেশ কুমাৰ আগৰৱালাচিচিটিভি কেমেৰাছুপাৰীপাটনা আৰক্ষী
publisher

publisher

Related Posts

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

June 7, 2025
Namrata bora Dead incident:Cm Tweets যুৱ অধিবক্তা নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীক আহ্বান ড:হিমন্ত বিশ্ব শৰ্মাৰ

Sugarcane Mafia Arrested In Kolkata:কলকাতাত আটক অসমৰ চুপাৰি কিং পিতা- পুত্ৰক

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

Guwahati Police commissionerate:গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে মহানগৰীত

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d