Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

    অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

UP Crime: ব্যৱসায়ত প্ৰতিদ্বন্দ্বিতা, ২০ লাখ টকা ছুপাৰী দি হত্য়া প্ৰতিদ্বন্দ্বীক

প্ৰায় ৩৩ দিনৰ অন্তত ফাদিল হ'ল আগ্ৰাৰ ব্যৱসায়ী অৱধেশ কুমাৰ আগৰৱালাৰ হত্যাকাণ্ডৰ ৰহস্য । ব্যৱসায়ত হেঙাৰ হোৱাৰ বাবেই ছুপাৰী কিলাৰৰ সহায়েৰে গুলীয়াই হত্যা কৰা হৈছিল আগৰৱালাক । সম্প্ৰতি আৰক্ষীৰ জালত দুই শ্বুটাৰ । আৰক্ষীৰ জেৰাত দুই শ্বুটাৰৰ শিহৰণকাৰী বৰ্ণনা ।

publisher by publisher
December 2, 2024
in Crime, National
Reading Time: 2 mins read
0
ছুপাৰী
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

Dergaon Thana::থানাৰ পৰা বাহন উলিয়াই দিয়াৰ নামত উৎকোচ

আগ্ৰাৰ ৰূপ ব্যৱসায়ী অৱধেশ কুমাৰ আগৰৱালাৰ হত্যাকাণ্ডৰ নতুন মোৰ । আৰক্ষীৰ জেৰাত প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য । যোৱা ২৭ অক্টোবৰত বিহাৰৰ পাটনাত দুই আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল আগৰৱালাক । এই ঘটনা পোহৰলৈ অহাৰ পিচতেই পাটনা আৰক্ষীয়ে চিবি চেইন ডিষ্ট্ৰিবিউটৰ হৰি বাবু গোৱেলৰ পুত্ৰ নিখিল গোৱেল আৰু তেওঁৰ বাহনৰ চালক জীতেন্দ্ৰক এই হত্যাকাণ্ডত হাত থকাৰ সন্দেহ কৰিছিল ।

ADVERTISEMENT

ছুপাৰীইতিমধ্যে পাটনা আৰক্ষীয়ে নিখিল গোৱেল, শ্বুটাৰ ব্ৰজ ভূষণ পণ্ডিত, নীৰজ গৌতম আৰু ব্ৰজ গোপাল নামৰ তিনিগৰাকী সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছিল । প্ৰায় ৩৩ দিনৰ অন্তত আৰক্ষীৰ কঠোৰ জেৰাত দুই শ্বুটাৰে মুখ খোলে । আৰক্ষীক দিলে সেই ভয়ংকৰ নিশাৰ বিৱৰণ ।

২০ লাখ টকাত দিছিল ছুপাৰী :

জীতেন্দ্ৰৰ সম্পৰ্কীয় ভাতৃ ব্ৰজ গোপালে মথুৰাৰ শ্বুটাৰ ব্ৰজ ভূষণ পণ্ডিত আৰু নীৰজ গৌতমক পূৰ্বৰে পৰাই চিনি পায় । সেই অনুসৰি ব্ৰজ গোপালে অৱধেশ কুমাৰ আগৰৱালাক হত্যা কৰিবলৈ উক্ত দুই শ্বুটাৰৰ লগত সংযোগ কৰিছিল । তেওঁলোকৰ পৰিকল্পনা অনুসৰি অৱধেশ কুমাৰ আগৰৱালাক হত্যা কৰিলে দুই ছুপাৰীক দিয়া হ’ব ২০ লাখ টকা । কথা মতেই, ব্ৰজ গোপালে দুই শ্বুটাৰক আগতীয়াকৈ ১০ লাখ টকা পৰিশোধ কৰিছিল।

কি হৈছিল ২৭ অক্টোবৰৰ নিশা :

পৰিনই কুঞ্জ হৰিপৰ্বতৰ বাসিন্দা আছিল ৫৫ বছৰীয়া অৱধেশ আগৰৱালা । তেওঁ পেছাত এগৰাকী ৰূপ ব্যৱসায়ী । ধনতেৰাছৰ দুদিন পূৰ্বে তথা ২৭ অক্টোবৰৰ নিশা পাটনাৰ পিৰবাহোৰতস্থিত তেওঁৰ বিপণী বন্ধ কৰি নিজ ফ্লেটলৈ আহি আছিল আগৰৱালা । ইতিমধ্যে তেওঁৰ ফ্লেটৰ খটখটীত তেওঁলৈ অপেক্ষা কৰি আছিল দুই শ্বুটাৰে । আগৰৱালাক ঘৰৰ ফ্লেটৰ বাহিৰতে গুলীয়াই পলায়ন কৰে শ্বুটাৰদ্বয়ে । লগে লগে গুলীৰ শব্দ শুনি লাগিছিল হুৱা-দুৱা ।

চিচিটিভিত বন্দী হৈছিল সমগ্ৰ দৃশ্য় :

ইফালে এই সমগ্ৰ বন্দী হৈছিল চিচিটিভি কেমেৰাত । ঘটনাস্থলীৰ পৰা শ্বুটাৰদ্বয়ে পলায়ন কৰা সমগ্ৰ দৃশ্য পৰৱৰ্তী সময়ত পাটনা আৰক্ষীয়ে হাতত পৰিছিল । তাৰ পিছতেই পাটনা আৰক্ষীয়ে যোৱা ৬ নৱেম্বৰত চিবি চেইনৰ ডিষ্ট্ৰিবিউটৰ ৰূপ ব্যৱসায়ী নিখিল গোৱেল আৰু তেওঁৰ গাড়ীৰ চালক জীতেন্দ্ৰক গ্ৰেপ্তাৰ কৰে । এই ঘটনাৰ সময়ত গোৱেল আৰু জীতেন্দ্ৰৰ অৱস্থান পাটনাত আছিল ।

আৰক্ষীৰ ভাষ্য :

চেণ্ট্ৰেল পাটনাৰ আৰক্ষী অধীক্ষক প্ৰীতি চেহৰাৱতে এক সংবাদমেল সম্বোধন কৰি কয় যে, নিখিল গোৱেল, শ্বুটাৰ ব্ৰজ ভূষণ পণ্ডিত, নীৰজ গৌতম আৰু ব্ৰজ গোপালক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে । জেৰাৰ সময়ত, নিখিল গোৱেলে কৈছিল যে তেওঁ অৱধেশ আগৰৱালাক ছুপাৰী দি হত্যা কৰিছিল, কিয়নো আগৰৱালাৰ বাবে তেওঁৰ ব্যৱসায়ত যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

লগতে পঢ়ক : Agninav Shiv Mandir:নাজিৰাত নিশা অগ্নিনাভ মন্দিৰৰ শিৱ মুৰ্তি চুৰি

আনহাতে পাটনা আৰক্ষীয়ে কোৱা অনুসৰি, নিখিল গোৱেলে স্বীকাৰ কৰিছিল যে অৱধেশ কুমাৰ আগৰৱালাৰ বাবে তেওঁৰ পাটনাস্থিত ব্যৱসায় মন্থৰ হৈ পৰে। সেইবাবে নিখিল গোৱেলে ৰূপ ব্যৱসায়ী অৱধেশ আগৰৱালাক বাটৰ পৰা আঁতৰাবলৈ চালক জীতেন্দ্ৰৰ সহায় লৈ এই ঘটনা সংঘটিত কৰে ।

লগতে পঢ়ক : CBI files chargesheet in trading scam:ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা দাখিল চিবিআইৰ

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Awadesh AgarwalCrime Newsnational crime newssupari killerUP Crimeঅৱধেশ কুমাৰ আগৰৱালাচিচিটিভি কেমেৰাছুপাৰীপাটনা আৰক্ষী
publisher

publisher

Related Posts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
India

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
National

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d