Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Today Horoscope: বিবাহৰ প্ৰস্তাৱ লাভ কৰিব এই ৰাশিৰ লোকে

আপোনাৰ আজিৰ দিনটো কেনেদৰে যাব জানি লওক ।

publisher by publisher
December 18, 2024
in Assam, News
Reading Time: 1 min read
0
ৰাশিফল
24
SHARES
243
VIEWS
ShareShareShareShare

মেষ: শুভ ৰং বেঙুনীয়া । শুভ সংখ্যা ৩। বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ব্যৱসায়ীৰ হাতলৈ ধন আহিব। অন্য লোকক ধন ধাৰলৈ নিদিব। চাকৰিয়ালৰ বাবে শুভ। শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ দিয়ক ।
প্ৰতিকাৰ- শিৱ মন্দিৰত থকা ভিক্ষাৰীক ৰঙা ৰঙৰ ফল বা মিঠাই খুৱালে আপোনাৰ বাবে শুভ।

ADVERTISEMENT

বৃষ: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫। পুৰণি আইনী কামত জয় হোৱাৰ আশা আছে। অনাকাংক্ষিত সমস্যাত পৰিব পাৰে। শৰীৰ সুস্থ থাকিব। ধনৰ অভাৱ হ’ব পাৰে ।
প্ৰতিকাৰ- গৃহ লক্ষ্মীৰ আৰাধনা কৰিব। লো দান কৰিব পাৰে।

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

মিথুন: শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭। ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীৰ বাবে শুভ। হাতলৈ টকা-পইচা আহিব। কৰবাত পৰিলে আঘাত পাব পাৰে।
প্ৰতিকাৰ-ঘৰৰ মূল দৰ্জাৰ ওচৰত এটা পাত্রত পানী ৰাখি তাত ফুল থৈ দিব।

কর্কট: শুভ ৰং ৰঙা। শুভ সংখ্যা ৬। বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব। শুভ কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব। টকা ধাৰ দিয়া বা লোৱা নকৰিব।
প্ৰতিকাৰ-তুলসী তলত জল ঢালি ধূপ- চাকি জ্বলাই লক্ষ্মী নাৰায়ণক চিন্তা কৰিব।

সিংহ: শুভ ৰং গুলপীয়া। শুভ সংখ্যা-৮। আনক সহায় কৰি সন্মান পাব। চোৰ- ডকাইতৰ পৰা সাৱধান হ’ব। ঘৰৰ মূল্যবান সম্পত্তি হেৰাব পাৰে। অৰ্থৰ নাটনি হ’ব।
প্ৰতিকাৰ -ঘৰ পৰিষ্কাৰ কৰি গৃহ লক্ষ্মীক আৰাধনা কৰিব।

কন্যা: শুভ ৰং নীলা। শুভ সংখ্যা ৯। ব্যৱসায়ীৰ উন্নতিৰ যোগ। শত্ৰুৰ পৰা সাৱধান। খৰচ বাঢ়িব। অচিনাকি লোকৰ পৰা দূৰত থাকিব।
প্ৰতিকাৰ- ঘিউৰ চাকি জুলাই তাত পাণৰ পিপলি এটা দি ৰাখিব।

তুলা: শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮। দুর্ঘটনা সংঘটিত হ’ব পাৰে। সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে। বিদ্যাত উন্নতি হ’ব। চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব।
প্ৰতিকাৰ-শনি মন্দিৰত ধূপ-চাকি জ্বলাব।

বৃশ্চিক: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪। অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে। আনক সহায় কৰি সন্মানিত হ’ব। চাকৰি স্থায়ীকৰণ হ’ব। কর্মত নিযুক্তি হ’ব।
প্ৰতিকাৰ- হনুমান মন্দিৰত ফল দিয়ক।

ধনু: শুভ ৰং নীলা। শুভ সংখ্যা ৭। দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ্থীৰ শুভ।
প্ৰতিকাৰ- ক’লা তুলসী পাতত বগা চন্দন লগাই শ্রীবিষ্ণুৰ চৰণত দিব।

মকৰ: শুভ ৰং ৰঙা। সংখ্যা ৫। স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লওক। অর্থ ব্যয়ৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ’ব পাৰে। ব্যৱসায়ত লেনদেন কৰোতে। সাৱধান হ’ব। লাভ বৃদ্ধি হ’ব। প্ৰতিকাৰ- সূৰ্য দেৱতাক স্মৰণ কৰক।

কুম্ভ: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩। শুভ কাম আৰম্ভ কৰিব পাৰে। ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে। চাকৰিৰ বাবে চেষ্টা কৰক ফল পাব।
প্ৰতিকাৰ- মন শুদ্ধ কৰি গণেশ দেৱতাৰ চৰণ চিন্তা কৰক।

মীন: শুভ ৰং নীলা। শুভ সংখ্যা ২। আত্মীয়ৰ কাৰণে সমস্যাত পৰিব পাৰে। সাংসাৰিক অশান্তি বাঢ়িব। সন্তানৰ কাৰণে আনৰ কথা শুনিব লগা হ’ব পাৰে। হাতলৈ টকা আহিব কিন্তু খৰচ বৃদ্ধি পাব।
প্ৰতিকাৰ-ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি চাৰি কোণত চাৰি ডাল ধূপ চলাই সূৰ্যলৈ চাই পানী ঢালিব ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: daily HoroscopeHoroscopehoroscope todayToday Horoscopeদিনটোৰ ৰাশিফলৰাশিফল
publisher

publisher

Related Posts

যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!
India

May 10, 2025
যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d