Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

State Bjp Pressmeet :কংগ্ৰেছৰ আম্বেদকাৰ যাত্রা নাটকবাজী হে মাথো,কংগ্ৰেছে দশক দশক জুৰি আম্বেদকাৰক অবমাননাহে কৰিছিল: ভবেশ কলিতা

publisher by publisher
December 24, 2024
in India, Assam, News
Reading Time: 2 mins read
0
State Bjp Pressmeet :কংগ্ৰেছৰ আম্বেদকাৰ যাত্রা নাটকবাজী হে মাথো,কংগ্ৰেছে দশক দশক জুৰি আম্বেদকাৰক অবমাননাহে কৰিছিল: ভবেশ কলিতা
1
SHARES
12
VIEWS
ShareShareShareShare

State Bjp Pressmeet :

শেহতীয়াকৈ লোকসভাৰ সদ্যসমাপ্ত অধিবেশনৰ সময়ৰ পৰা আজি পৰ্য্যন্ত কংগ্ৰেছ দলৰ নেতা সকলে ভাৰতীয় জনতা পার্টি আৰু কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহক আক্রমন কৰি সংবিধান প্রনেতা বি আৰ আম্বেদকাৰ সন্দৰ্ভত যি অভিযোগ উত্থাপন কৰি আহিছে সেয়া সম্পূর্ণ ৰূপে ভিত্তিহীন। দশক দশক ধৰি কংগ্ৰেছৰ আমোলত সংবিধান প্রনেতা গৰাকীক মাথো অৱমাননা কৰিহে অহিছিল। শেহতীয়া কৈ কংগ্ৰেছে দেশজুৰি ৰূপায়ন কৰা আম্বেদকাৰ যাত্রা দলটোৰ নাটকবাজী হে মাথো” | এই বক্তব্য ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ।

ADVERTISEMENT

আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা এখন সংবাদমেলত সভাপতি কলিতাই কয় যে কংগ্রেছ দলে ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত আৰু ১৯৫৪ চনৰ উপ-নির্বাচনত সংবিধান প্রনেতা বি আৰ আম্বেদকাৰক হৰুৱাবৰ কাৰণে ষড়যন্ত্ৰ কৰি তেখেতক অৱমাননা কৰে, আনকি কংগ্ৰেছৰ এনে স্থিতিৰ বাবে আম্বেদকাৰে কেন্দ্ৰীয় চৰকাৰৰ আইন মন্ত্ৰীৰ পদৰ পৰাও পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।

RelatedPosts

State Bjp Pressmeet:বাংলাদেশ, পাকিস্তানৰ আৰ্হিত অসমৰ চাপৰিতো আছে কৌমি মাদ্রাছা

Atal Bihari Vajpayee 100 Birth Anniversary:মহানগৰীৰ অটল বিহাৰী বাজপেয়ী ভৱনত সুশাসন দিৱস

State Bjp Pressmeet :অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণক ৰাজ্যিক বিজেপিৰ আদৰণি

সংসদৰ পৰম্পৰা অনুসাৰে যিকোনো এগৰাকী মন্ত্রী পদত্যাগৰ পিছত সংসদত তেখেতৰ বক্তব্য উপস্থাপন কৰিবলৈ দিয়াতো এক প্ৰকাৰৰ নিয়ম। কিন্তু আম্বেদকাৰৰ ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বৰ ষড়যন্ত্র ইমানেই তীব্র আছিল যে আম্বেদকাৰক পদত্যাগৰ পিছত নিজৰ বক্তব্যও সংসদত প্রকাশ কৰিব দিয়া নাছিল।

আনকি সংবিধান প্রনেতা আম্বেদকাৰৰ পদত্যাগ পত্রখনো কংগ্রেছে ৰাজহুৱা কৰা নাছিল। এই ধৰণে কংগ্ৰেছ দলক তীব্র ভাবে সমালোচনা কৰি সভাপতি কলিতাই শেহতীয়াকৈ অসমতো কংগ্ৰেছ নেতা গৌৰব গগৈ, ৰকিবুল হুছেইন, প্রদ্যুৎ বৰদলৈ, ভূপেন বৰাকে ধৰি বিভিন্ন জনে আম্বেদকাৰ অৱমাননা কৰা অভিযোগ উত্থাপন কৰা কাৰ্য্যক বাতোলতাৰ হে নামান্তৰ বুলি অভিহিত কৰে।

দলৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই আঁতধৰা সংবাদমেল খনত সভাপতি কলিতাই কংগ্ৰেছৰ এনে ষড়যন্ত্রই অসমৰ তথা দেশৰ জনসাধাৰণক বিভ্রান্ত কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে। আনকি সংবিধান প্রনেতা আম্বেদকাৰক ভাৰতৰত্ন প্ৰদানৰ কথা উল্লেখ কৰি সভাপতি কলিতাই কয় যে ১৯৮৯ চনত ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত ৰাষ্ট্ৰীয় মৰ্চাৰ চৰকাৰত হে আম্বেদকাৰক ভাৰতৰত্ন প্রদান কৰা হৈছিল।

ইয়াৰ পূৰ্বে সংবিধান প্রনেতা গৰাকীক সর্বোচ্চ সন্মান প্রদান কৰাৰ ক্ষেত্ৰত কংগ্রেছ দলে কোনো পদক্ষেপ গ্রহণ কৰা নাছিল। যিখিনি সময়ত বিমানবন্দৰ, ৰাজপথ, চিকিৎসালয়, উচ্চ শিক্ষাৰ কেন্দ্ৰ সমূহ সেই সকলোবোৰ গান্ধী, নেহেৰুৰ নামত উচৰ্গা কৰা হৈছিল তেখেতসকলৰ তেতিয়া আম্বেদকাৰলৈ মনত পৰা নাছিল বুলি ভবেশ কলিতাই উল্লেখ কৰে। সেয়েহে আজিৰ সময়ত কংগ্ৰেছে আম্বেদকাৰৰ নামত কৰা ক্ৰন্দনক ঘৰিয়ালৰ চকুপানি বুলি কলিতাই অভিহিত কৰে আৰু এনেধৰণৰ কুৎসাৰতনা আৰু ভিত্তিহীন অভিযোগ উত্থাপনৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছক বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে সকীয়াই দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Bhabesh KalitaAtal Bihari Vajpayee BhawanChief Sporksperson Manoj BaruahState Bjp Pressmeet
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d