Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Himanta Biswa Sarma:অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযান কাৰ্যসূচী শুভাৰম্ভ

ভাৰতীয় জনতা পাৰ্টীৰ বাবে সদস্যতা অভিযান আমাৰ এটা পৱিত্ৰ মহাযজ্ঞ, কাৰ্যকৰ্তাসকলৰ জীৱন্ত শক্তিয়ে বিজেপিক আৰু প্ৰাণৱন্ত কৰি ৰাখিছেঃ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা , 8800002024 নম্বৰত বা NaMo App-ৰ জৰিয়তে মিছড্ কল দি হ’ব পাৰে বিজেপিৰ সদস্য ভৰ্তি

publisher by publisher
September 3, 2024
in Uncategorized
Reading Time: 2 mins read
0
Himanta Biswa Sarma:অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযান কাৰ্যসূচী শুভাৰম্ভ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Himanta Biswa Sarma:

ভাৰতীয় জনতা পাৰ্টীৰ বাবে সদস্যতা অভিযান আমাৰ এটা পৱিত্ৰ মহাযজ্ঞ। আমাৰ দল কাৰ্যকৰ্তাৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ দলৰ কাৰ্যকৰ্তা হ’ল এক জীৱন্ত শক্তি। কাৰ্যকৰ্তাসকলৰ জীৱন্ত শক্তিয়ে আমাৰ দলটোক জীৱন্ত কৰি ৰাখে, আমাৰ দলটোক প্ৰাণোৱন্ত কৰি ৰাখে। এই মন্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।

ADVERTISEMENT

ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযান কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। ভাষণত তেওঁ কয় যে পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ পৰা আঁতৰত থাকি আমাৰ দলে ভাৰতীয় গণতন্ত্ৰৰ এক নতুন প্ৰমূল্য স্থাপন কৰিছে। আমি যদি চাবলৈ যাওঁ, ড: শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা অটলবিহাৰী বাজপেয়ীলৈ, লালকৃষ্ণ আদৱানিৰ পৰা অমিত শ্বাহ, জেপি নাড্ডালৈকে কোনো এটা পৰিয়ালৰ পৰা কোনো এগৰাকী সভাপতি দ্বিতীয়বাৰলৈ নিৰ্বাচিত হ’ব পৰা নাই।

আজি লালকৃষ্ণ আদৱানিৰ পিছত তেওঁৰ পৰিয়াল, অটলবিহাৰী বাজপেয়ীৰ পিছত তেওঁৰ পৰিয়াল, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পিছত তেওঁৰ পৰিয়াল, অমিত শ্বাহৰ পিছত তেওঁৰ পৰিয়াল, জেপি নাড্ডাৰ পিছত তেওঁৰ পৰিয়াল এনেকুৱা ধৰণৰ পৰম্পৰা নথকা খুব সম্ভৱ ভাৰতৰ কেইটামান ৰাজনৈতিক দলৰ ভিতৰত আটাইতকৈ প্ৰমুখ আৰু শক্তিশালী ৰাজনৈতিক দল হ’ল ভাৰতীয় জনতা পাৰ্টী।

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কংগ্ৰেছ বুলি ক’লেই যেনেকৈ এটা পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে, ভাৰতীয় জনতা পাৰ্টী বুলি ক’লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে। ইয়াৰ পৰিৱৰ্তে বুথৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰীৰ আসনলৈ যাব পৰা কিছুমান নিজকে ৰাষ্ট্ৰৰ হকে উছৰ্গা কৰা মানৱৰ চিত্ৰ আমাৰ সন্মুখলৈ আহি পৰে। আজি যদি আমি চাবলৈ যাওঁ আমাৰ দলৰ প্ৰত্যেকজন ৰাজ্যিক সভাপতি আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে তৃণমূল পৰ্যায়ত তেওঁলোকৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সমৰ্পণৰ মনভাৱেৰে দেশমাতৃৰ কাম কৰি বহুজনে ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছিল।

এইক্ষেত্ৰত উদাহৰণস্বৰূপে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন-যাত্ৰাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সাধাৰণ প্ৰচাৰকৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনত দিনে নিশাই কাম কৰি কাৰ্যকৰ্তা হিচাপে নিজৰ পূৰ্ণতা প্ৰাপ্তি হোৱাৰ পিছত তেখেতে আজি দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ জীৱন-যাত্ৰাৰ বিষয়ে উল্লেখ কৰি এগৰাকী ছাত্ৰনেতা তথা বিজেপিৰ এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে তেওঁ কাম কৰি আজি তেওঁ কেনেদৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ আসন অলংকৃত কৰিছে সেই বিষয়ে ভাষণত উল্লেখ কৰে।

একেদৰে তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ জীৱন-যাত্ৰাৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে আজি আমি গৌৰৱ অনুভৱ কৰো কিয়নো এই দলটোত পিতৃ পৰিচয়ৰ কোনো প্ৰয়োজন নাই। এই দলটোত মাতৃ পৰিচয়ৰ প্ৰয়োজন নাই। এই দলটোত মাত্ৰ এটাই প্ৰয়োজন আছে যে মই ভাৰত মাতৃৰ বাবে সমৰ্পিত একো একোজন আত্মবিশ্বাসী কাৰ্যকৰ্তা। এই দলটোৰ এই বিশেষত্বই এই দলটোক আজি বিশ্বৰ সৰ্বোত্তম, সৰ্ববৃহৎ ৰাজনৈতিক শক্তিলৈ পৰিণত কৰিছে। চাইনীজ কমিউনিষ্ট পাৰ্টীক পিছ পেলাই আজি ভাৰতীয় জনতা পাৰ্টী বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল, আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত পৰিণত হৈছে।

বিজেপিয়ে পৰিয়ালঅন্ত্ৰিক ৰাজনীতিৰ পৰা আঁতৰত থাকি ভাৰতীয় গণতন্ত্রত এক নতুন প্রমূল্য স্থাপন কৰিছে। কংগ্রেছ বুলি ক’লেই যেনেকৈ এটা পৰিয়ালৰ চিত্ৰ আমাৰ মনলৈ আহে, তেনেকৈ ভাৰতীয় জনতা পার্টি বুলি ক’লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে, তাৰ পৰিৱৰ্তে বুথ পৰ্যায়ৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰী পদবীলৈকে যাব পৰা তথা নিজকে ৰাষ্ট্ৰৰ হকে উৰ্চগা কৰা ব্যক্তিৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে। বিজেপিৰ প্ৰত্যেকজন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে তৃণমূল পৰ্যায়ৰ পৰা ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সমর্পণ মনোভাৱেৰে দেশমাতৃৰ হকে কাম কৰি বহুজনে ৰাষ্ট্ৰৰ সর্বোচ্চ পদলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে।

এই দলটোত পিতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই। বিজেপিৰ প্ৰতিগৰাকী সদস্যই ভাৰত মাতৃৰ প্ৰতি একোজন সমর্পিত কার্যকর্তা। এই বিশেষত্বই দলটোক আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দললৈ পৰিণত কৰিছে। তেওঁ পুনৰ কয় যে আজি আমি দেখা পাওঁ যে বিগত জনসংঘৰ দিনৰ পৰা জেপি নাড্ডাৰ কাৰ্যকাললৈকে যেনেকৈ এটা পৰিয়ালৰ পৰশ এই দলটোত দেখা পোৱা নাযায়, তেনেকৈ অনাগত ১০০, ২০০ বছৰ কালো আমাৰ দলৰ ভেটি ইমানেই শক্তিশালী এই দলটো কেতিয়াও কোনো কাৰণতে এটা পৰিয়ালৰ হাতলৈ যাব নোৱাৰে, তেনেকুৱা ব্যৱস্থা আমাৰ দলটোত আজি নিৰ্মাণ কৰা হৈছে, তেনেকুৱা ভেটি নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ মূলতে হৈছে আমাৰ কাৰ্যকৰ্তাসকলৰ শক্তি। আজিৰ এই দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ কাৰ্যকৰ্তাসকলক অভিনন্দন জ্ঞাপন কৰে।

তেওঁ কয় যে সংগঠন পৰ্ব আমাৰ সংগঠনৰ শ্ৰেষ্ঠতম পৰ্ব। এই সংগঠন পৰ্বৰ সময়ত আমি পুৰণি সদস্যসকলে নিজৰ সদস্যতা নৱীকৰণ কৰো। যিসকল ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আমি সকলোৱে গৌৰৱেৰে সৈতে আকৌ এবাৰ সদস্য পদ নৱীকৰণ কৰো। নৱীকৰণ, সদস্য হোৱাৰ পিছত আমাৰ দায়িত্ব হ’ল আমাৰ দলক ভালপোৱা, ভাৰত মাতৃৰ বাবে কাম কৰিবলৈ আগ্ৰহী, আমাৰ শুভাকাংক্ষীসকলক আমাৰ দলৰ একো একোজন কাৰ্যকৰ্তা হিচাপে আমাৰ দললৈ আদৰণি জনোৱা। একো একোজন পুৰণি কাৰ্যকৰ্তাই দহৰ পৰা এশলৈ, এশৰ পৰা এহেজাৰজনলৈ কাৰ্যকৰ্তা বনোৱাৰ সংকল্প আকৌ এবাৰ মনত স্থিতপ্ৰজ্ঞৰ দৰে সংৰোপণ কৰি ল’ব লাগে।

কালি যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতী জনতা পাৰ্টীৰ সদস্য পদ নৱীকৰণ কৰিছিল, তেতেয়া তেওঁ আহ্বান জনাইছিল যে ১৮ বছৰৰ পৰা ২৫ বছৰলৈ এই নতুন প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমাৰ দললৈ আদৰণি জনাব লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো এজন লোকে যেতিয়াই ভোটাধিকাৰৰ বয়স লাভ কৰে তেতিয়াই তেওঁ ৰাজনৈতিক দলৰ সদস্য পদ গ্ৰহণ কৰিব পাৰে। ৰাজনৈতিক দলৰ এইটো এটা দায়িত্ব বুলিও তেওঁ ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ বাৰ বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ সদস্য হ’বলৈ পাই সঁচাকৈয়ে গৌৰৱান্বিত বুলি প্ৰকাশ কৰে।

আনহাতে ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয় যে দলৰ সংবিধান অনুসৰি প্ৰতি ৬ বছৰ মূৰে মূৰে সদস্যতা ভর্তি অভিযান অনুষ্ঠিত হৈ আহিছে। সেই অনুসৰি এইবাৰো সমগ্ৰ ৰাষ্ট্ৰৰ লগতে ৰাজ্যিক পর্যায়ত এই অভিযান আৰম্ভ হৈছে। অহা ২৫ ছেপ্তেম্বৰৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বার্ষিকীলৈকে সমগ্র দেশজুৰি ১০ কোটি সদস্য অন্তর্ভুক্তিৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ৰাজ্যিক সভপতি ভৱেশ কলিতাই ১৯৮০ চনৰ ৬ এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টীয়ে কেনদৰে জন্ম লাভ কৰিছিল সেই সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে জন্মলগ্নৰ পৰাই এখন সংবিধান মানি চলি আহিছে। এই অনুসৰি আগতে ২ বছৰীয়া কাৰ্যকাল আৰু ৪ বছৰীয়া সদস্যতা অভিযান আছিল।

যেতিয়া আমাৰ কাৰ্যকাল তিনি বছৰীয়া হ’ল, তেতিয়া সদস্যতা ৬ বছৰলৈ বৃদ্ধি কৰা হ’ল আৰু এতিয়া প্ৰতি ৬ বছৰৰ মূৰে মূৰে সদস্য নৱীকৰণ আৰু নতুন কিছু ব্যক্তিক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰি লোৱা হয় বুলি তেওঁ ভাষণত উল্লেখ কৰে। ভাষণত তেওঁ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক প্ৰশংসাৰে ওপচাই দিয়ে। তেওঁ কয় যে এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰখনে ১ লাখ ২৩ হাজাৰ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰখনে ক্ষীপ্ৰতাৰে কাম কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ ভাষণত উল্লেখ কৰে।

উল্লেখ্য যে আজিৰে পৰা সমগ্ৰ অসমৰ প্রতিটো মণ্ডলতে সদস্যতা ভর্তি অভিযান কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যিকৰ পৰা প্ৰেৰণ কৰা প্রতিনিধসকল উক্ত কার্যক্রমত উপস্থিত থাকে।

উল্লেখ্য যে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পার্টিয়ে সমগ্র দেশজুৰি ‘সদস্যতা ভর্তি’ অভিযান আৰম্ভ কৰিছে। যোৱা ২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রথমজন কার্যকর্তা হিচাপে সদস্য পদ গ্রহণ কৰাৰ পিছত আজি বিজেপি শাসিত প্রতিখন ৰাজ্যতে মুখ্যমন্ত্রীসকলে দলৰ সদস্য পদ গ্ৰহণ কৰে। সেই অনুসৰি আজি সাধাৰণ সম্পাদক তথা ‘সদস্যতা ভর্তি অভিযান ২০২৪’ৰ আহ্বায়ক পল্লৱ লোচন দাসৰ তত্বাৱধানত ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড::হিমন্ত বিশ্ব শর্মাই, দলৰ সভাপতি ভৱেশ কলিতাৰ পৰা সদস্য পদ গ্রহণ কৰে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, দলৰ জ্যেষ্ঠ নেতা নাৰায়ণ বৰকটকী, বিজয়া চক্ৰৱৰ্তী, মনোজ ৰাম ফুকন, শৈল কুমাৰী সিনহা, মহাবীৰ স্বামী, কুইন ওজাৰ লগতে প্রায় পাঁচ শতাধিক কার্যকর্তা অনুষ্ঠানত উপস্থিত থাকি এই বিশেষ মুহূৰ্তৰ সাক্ষী হৈ ৰয়।

#অসমীয়া বিজেপি বাৰ্তা”ৰ ছেপ্টেম্বৰ সংখ্যাটি উন্মোচন:

ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্র “অমসীয়া বিজেপি বাৰ্তাৰ অষ্টম বৰ্ষৰ, নৱম সংখ্যক খণ্ডটি আজি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই উন্মোচন কৰে। তেওঁ কয়, এই মুখপত্রই দলৰ নীতি-আদৰ্শৰ লগতে চৰকাৰৰ কৰ্মৰাজিও ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আহিছে। দলীয় কার্যকৰ্তাৰ লগতে প্ৰতিজন পাঠকৰ বাবে “অসমীয়া বিজেপি বার্তা” অধ্যয়নৰ সমল হ’ব পাৰে। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাস, মিডিয়া পেনেলিষ্ট ব্রজেন মহন্তও উপস্থিত আছিল।

স্মৰ্তব্য যে, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সদস্যতা অভিযান কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ লগে লগে এতিয়াৰে পৰা ১৮ ৰ পৰা ২৫ বছৰৰ যিকোনো লোকে বিজেপি দলত যোগদান কৰিব পাৰিব। 8800002024 নম্বৰত বা NaMo App-ৰ জৰিয়তে মিছড্ কল দি বিজেপিৰ সদস্য ভৰ্তি হ’ব পাৰিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Atal Bihari Vajpayee BhawanBJP membership Programmebjp State President Bhabesh KalitaCm Himanta Biswa SarmaState Bjp Office
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d