Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Atal Bihari Vajpayee 100 Birth Anniversary:মহানগৰীৰ অটল বিহাৰী বাজপেয়ী ভৱনত সুশাসন দিৱস

ভাৰত ৰত্ন অটল বিহাৰী বাজপায়ীক স্মৰণ মুখ্যমন্ত্ৰীৰ, আদাবাৰীৰ অটল উদ্যানত বাজপেয়ীৰ আবক্ষ মূর্তি উন্মোচন মুখ্যমন্ত্ৰীৰ

publisher by publisher
December 25, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Atal Bihari Vajpayee 100 Birth Anniversary:মহানগৰীৰ অটল বিহাৰী বাজপেয়ী ভৱনত সুশাসন দিৱস
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Bjp Joining Three Congress MLAs:বাজপেয়ী ভৱনত গেৰুৱা বসন পিন্ধিলে তিনি কংগ্ৰেছী বিধায়কে

Atal Bihari Vajpayee 100 Birth Anniversary:

ভাৰতৰত্ন প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ ১০০ সংখ্যক জন্মদিন উপলক্ষে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজন কৰা হয় সু-শাসন দিৱস ৷

ADVERTISEMENT

দিৱসত অংশ লয় মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে মহান নেতা গৰাকীৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্ৰী শৰ্মাই ভাষণ প্ৰসংগত কয় নিষ্ঠা আৰু সততাৰ ৰাজনীতিৰে দেশৰ সৰ্বস্তৰৰ জনতাৰ হৃদয় জয় কৰা এইগৰাকী মহানায়কে এখন শক্তিশালী ভাৰত নিৰ্মাণৰ বাবে আজীৱন সেৱাৰ মানসিকতাৰে কাম কৰি দেখুৱাই যোৱা উচ্চ আদর্শই উত্তৰ পুৰুষৰ বাবে বহু সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অসাধাৰণ বাগ্মিতা, পাণ্ডিত্য, ৰাজনৈতিক বিচক্ষণতাই মহান নেতাগৰাকীৰ ব্যক্তিসত্তাক মহীয়ান কৰি তুলিছিল ৷ তেওঁ প্ৰতিজন ভাৰতীয়ৰ অন্তৰত সদায় সজীৱ হৈ থাকিব ৷

অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,মন্ত্ৰী ডা:ৰণোজ পেগু,জয়ন্তমল্ল বৰুৱা,অশোক সিংহাল সহ বহু কেই গৰাকী দলীয় নেতা- কৰ্মীও উপস্থিত থাকে।

আনহাতে মহানগৰীৰ আদাবাৰীৰ অটল উদ্যানত আজি মহান নেতাগৰাকীৰ এটি প্রতিমূর্তি উন্মোচন কৰে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই উন্মোচন কৰে। এই উপলক্ষে অটল উদ্যানত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড:শৰ্মাই কয়, তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰক সমৃদ্ধ কৰাৰ লগতে প্ৰগতিৰ নতুন বাট ৰচনা কৰিছিল এইগৰাকী জনদৰদী নেতাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আর্থ-সামাজিক উত্তৰণৰ দিশত অপৰিসীম অৱদান যোগাই গৈছে। তেখেত আছিল এগৰাকী শান্তিৰ দূত। ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে যুঁজ দিবলৈ তেখেতে কেতিয়াও পিছুৱাই অহা নাছিল। তেখেতৰ নীতি আৰু আদর্শই অসমক বিকাশৰ দিশত আগুৱাই যোৱাৰ বাবে সদায়ে প্ৰেৰণা যোগাব।

সভা খনত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি,মন্ত্ৰী ডা:ৰণোজ পেগু,জয়ন্তমল্ল বৰুৱা,অশোক সিংহাল, ৰূপেশ গোৱালা, জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়া,জিএমডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা সহ কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 100 Birth AnniversaryAssam State Bjp OfficeAtal Bihari VajpayeeAtal Bihari Vajpayee BhawanSushan Diwas
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d