Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিজনীৰ উত্তৰাঞ্চলত আপাতকালীন সেৱাৰ উপকেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিবলৈ ৰাইজক আহ্বান মন্ত্ৰী ভবেশ কলিতাৰ

publisher by publisher
November 3, 2020
in Assam, News
Reading Time: 1 min read
0
বিজনীৰ উত্তৰাঞ্চলত আপাতকালীন সেৱাৰ উপকেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিবলৈ ৰাইজক আহ্বান মন্ত্ৰী ভবেশ কলিতাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

সোমবাৰে সন্ধিয়া চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰত এক ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জাহ গৈছিল ১৩ খন ব্যৱসায়িক দোকান প্ৰতিষ্ঠানৰ লগতে বাসগৃহ। এই অগ্নিকাণ্ডটোত এক কোটিৰো অধিক সা-সম্পত্তি ধ্বংস হৈ পৰিছিল৷

ADVERTISEMENT

যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে বিয়লি মন্ত্ৰী ভৱেশ কলিতাই ২ নং বিষ্ণুপুৰ বজাৰত সংঘটিত উক্ত অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয় । এই ক্ষেত্ৰত মন্ত্ৰী ভৱেশ কলিতাই ক্ষতিগ্ৰস্ত ব্যৱসায়ী লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে চিৰাং জিলা উপায়ুক্তক নিৰ্দেশ দিয়া বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে ।

আনফালে মন্ত্ৰী ভবেশ কলিতাই বৃহত্তৰ বিজনীৰ উত্তৰাঞ্চলত আপাত কালীন সেৱাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ উপ কেন্দ্ৰ স্থাপনৰ বাবে স্থানীয় বিধায়কক আৰু ৰাইজক প্ৰস্তাব দিবলৈ আহ্বান জনায়।

ইফালে অগ্নিকাণ্ডত বিশেষ ভাৱে ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ী সুনীল বিশ্বাসেও সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে আহ্বান জনায়। ব‍্যৱসায়ী জনৰ নিজৰ ব‍্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বজাৰৰ ওচৰতে থকা বাসগৃহটোও অগ্নিত জাহ যায়।

ইপিনে বিজনীৰ ২নং বিষ্ণুপুৰ বজাৰৰ অগ্নিকাণ্ডত বজাৰখন সম্পূৰ্ণ ৰূপে জুইত জাহ যোৱাৰ লগতে গাঁৱৰ কেইখনমান ঘৰ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷ দৰিদ্ৰ কৃষক শ্ৰেণীৰ লোকৰ এই দুৰ্যোগৰ সময়ত সেয়ে আজি মন্ত্ৰী ভৱেশ কলিতাই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhabesh KalitaCHIRANGFire
publisher

publisher

Related Posts

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে
Assam

পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

September 26, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d