Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Aamir Khan And Kitu Gidwani:কেৰিয়াৰৰ আৰম্ভণিতে চুম্বনৰ দৃশ্যত ভয় কৰিছিল আমিৰে

নেপথ্যৰ কাৰণ জনালে প্রথম সহ-অভিনেত্রী কিটু গিডৱানীযে

publisher by publisher
December 29, 2024
in Entertainment, India
Reading Time: 2 mins read
0
Aamir Khan And Kitu Gidwani:কেৰিয়াৰৰ আৰম্ভণিতে চুম্বনৰ দৃশ্যত ভয় কৰিছিল আমিৰে
2
SHARES
21
VIEWS
ShareShareShareShare

Aamir Khan And Kitu Gidwani:

ৰাজা হিন্দুস্তানী’ ছবিত আমিৰ খান আৰু কৰিশ্বা কাপুৰৰ দীৰ্ঘসময়ৰ চুম্বনৰ দৃশ্য হয়তো বহুতৰে মনত আছে। সেই দৃশ্যই তেতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছিল। দীঘলীয়া কেৰিয়াৰত একাধিক ছবিত আমিৰে চুম্বনৰ দৃশ্যত অভিনয় কৰিছে। অথচ প্ৰথম অৱস্থাত কেমেৰাৰ সম্মুখত সহ-অভিনেত্রীক চুম্বন কৰিবলৈ তেওঁ হেনো ভয় কৰিছিল। সম্প্রতি এক সাক্ষাৎকাৰত সেই কথা সদৰী কৰিলে আমিৰ খানৰ প্ৰথম সহ- অভিনেত্রী কিটু গিডৱানীয়ে।

ADVERTISEMENT

১৯৮৪ত মুক্তি প্ৰাপ্ত কেতন মেহতাই পৰিচালনা কৰা ‘হোলি’ নামৰ ৰাজনৈতিক থ্রিলাৰ ছবিখনে। সেই ছবিতে প্ৰথমবাৰলৈ অভিনয় কৰিছিল আমিৰে। তেওঁৰ চৰিত্ৰটো বৰ ডাঙৰ নাছিল। তেওঁৰ বিপৰীতে কলেজীয়া ছাত্ৰীৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল কিটুৱে। দূৰদৰ্শনৰ ধাৰাবাহিক ‘এয়াৰ হোষ্টেছ’ৰ বাবে কিটু সেই সময়ত ঘৰে ঘৰে পৰিচিত মুখ আছিল।

RelatedPosts

ক্ৰয় কৰা পানীৰে চুলি ধুইছিল আমিৰৰ ‘লগান’ৰ অভিনেতাই

Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

amir khan 2সম্প্রতি এক সাক্ষাৎকাৰত কিটুৱে কয় যে ছবিখনত তেওঁৰ আমিৰৰ স’তে এটা চুম্বনৰ দৃশ্য আছিল। সেই দৃশ্যৰ অভিজ্ঞতা বর্ণনা কৰি কিটুৱে কয়, ‘তেতিয়া আমিৰে মাত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অত্যন্ত পৰিশ্ৰম কৰিব পাৰিছিল। মই জনাই নাছিলো যে তেওঁ ছবিখনত আছে।

অৱশ্যে আমাৰ চুম্বনৰ দৃশ্যৰ চিত্রগ্রহণৰ সময়ত তেওঁ অত্যন্ত চাপত আছিল। কিছু ভয়ো খাইছিল। তেওঁক দেখি মোৰো কিছু ভয় লাগিছিল।’ অভিনেত্ৰী গৰাকীয়ে লগতে জনায় যে ভয় খালেও আমিৰে ভালদৰেই দৃশ্যটোত অভিনয় কৰে। পৰৱৰ্তী সময়ত আমিৰ আৰু কিটুৰ মাজত ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠিছিল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 1994 Film HoliAamir KhanFilm shootingKitu GidwaniVery Nervous To Kiss
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !

BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d