Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Women’s Bhaona in Golaghat:গোলাঘাটত মহিলা ভাওনাৰ সাৱলীল অভিনয়ে মন্ত্রমুগ্ধ কৰিলে দৰ্শকক

বৰদৈচিলা-হৰগৌৰী সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণাঢ্য আয়োজন

publisher by publisher
November 26, 2024
in News, Assam, India
Reading Time: 2 mins read
0
Women’s Bhaona in Golaghat:গোলাঘাটত মহিলা ভাওনাৰ সাৱলীল অভিনয়ে মন্ত্রমুগ্ধ কৰিলে দৰ্শকক
2
SHARES
22
VIEWS
ShareShareShareShare

Women’s Bhaona in Golaghat:

গোলাঘাট নগৰত যোৱা নিশা প্রদর্শিত হোৱা মহিলা ভাওনাই মন্ত্রমুগ্ধ কৰিলে কে’বা সহস্রাধিক দর্শকক। গোলাঘাট নগৰৰ চান্দমাৰীস্থিত পঞ্চতীর্থ মন্দিৰত এই বর্ণাঢ্য আয়োজন কৰিছিল গোলাঘাটৰ অগ্রণী সাংস্কৃতিক অনুষ্ঠান বৰদৈচিলা সাংস্কৃতিক গোষ্ঠী আৰু হৰগৌৰী সাংস্কৃতিক গোষ্ঠীয়ে। শ্রীকৃষ্ণ ৰাসলীলা উপলক্ষে মহিলা, শিশু, কিশোৰী, যুৱতীৰ দ্বাৰা সাৱলীল ৰূপত অভিনীত ‘কংসবধ’ নাটৰ ভাওনা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ, সমাজকর্মী ড: নৃপেন বৰুৱাই।

ADVERTISEMENT

বন্তি প্রজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাই। মন্দিৰ ৰাজবংশীয়ে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত গোলাঘাট প্রেছ ক্লাব সাধাৰণ সম্পাদক প্রবীণ কুমাৰ দাস, বিশিষ্ট আধ্যাত্মিক কর্মী দিলীপ শইকীয়া, সত্ৰীয়া সংস্কৃতিৰ সাধক, শিক্ষক জিতেন কাকতি, সমাজকর্মী মৃদুল দত্ত, মনচুম বৰা, সত্যৰঞ্জন নেওগ, নামাচার্য জুমন বৰা আদিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰে।

RelatedPosts

Golaghat:গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত অঘটন

Chinmay Ranjan Dutta Memorial Artist Award-2025 has been announced :চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা

Forest officer suspended in Uriamghat:উৰিয়ামঘাটত উচ্ছেদৰ ভূমি জৰিপৰ বিষয়াক নিলম্বন

পুৱা গছপুলি ৰোপণ কৰে গোলাঘাট পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাই। অগ্রণী সাংস্কৃতিক অনুষ্ঠান দুটাৰ মুৰব্বী কৰবী ভট্টাচার্য আৰু মামণি দাসৰ নেতৃত্বত প্রদর্শিত হোৱা মহাপুৰুষীয়া ভাওনাত গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ প্ৰতিভাৱান শিল্পীসকলে সাবলীল আৰু সুন্দৰ অভিনয় কৰি পঞ্চতীর্থ মন্দিৰ প্রাংগণত ঠাহ খাই থকা কে’বা সহস্রাধিক দর্শকক মন্ত্রমুগ্ধ কৰিবলৈ সক্ষম হয়। ভাওনা শিল্পীসকলৰ সাৱলীল অভিনয়ত মুগ্ধ হৈ দর্শকে বিপুল সঁহাৰি জনাই জাউৰিয়ে- জাউৰিয়ে দিয়া হাত চাপৰিৰ ফলত অনন্য আৰু মুখৰিত পৰিৱেশৰ সৃষ্টি হয়।

উল্লেখ্য যে বৰদৈচিলা সাংস্কৃতিক গোষ্ঠী আৰু হৰগৌৰী সাংস্কৃতিক গোষ্ঠী মহিলাৰ দলে মহাপুৰুষীয়া কৃষ্টি-সংস্কৃতিৰ চৰ্চা, প্ৰসাৰ, প্ৰচাৰৰ লগতে গোলাঘাট জিলাৰ গ্রামাঞ্চলৰ এমুঠি প্রতিভা বুটলি আনি ৰাইজৰ দ্বাৰা প্ৰশংসিত হ’বলৈ সক্ষম হৈছে। বিগত বর্ষতো গোলাঘাট নগৰত বৰদৈচিলা সাংস্কৃতিক গেষ্ঠীয়ে শ্রীকৃষ্ণৰ ৰাসলীলা আয়োজন কৰি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bardoisila Cultural GosthiGolaghatHaragoiri Cultural gosthiPanchatirtha TempleWomen's Bhaona
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d