Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

KALKATA ED RAID AAMIR KHAN : আমিৰ খানৰ বাসগৃহত প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান !

অভিযানত ট্ৰাংকৰ পৰা উদ্ধাৰ ২০০-৫০০ আৰু ২০০০নোটৰ ১৭ কোটি টকা

publisher by publisher
October 20, 2022
in Crime, India, News
Reading Time: 1 min read
0
KALKATA ED RAID AAMIR KHAN : আমিৰ খানৰ বাসগৃহত প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান !
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Suvendu Adhikari:বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

KALKATA ED RAID AAMIR KHAN : প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) ৰ বৃহৎ অভিযানকাৰী দল এটাই অভিয়ান চলাই কলকাতাৰ ব্যৱসায়ী আমিৰ খানৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিছে ৷ ৫টা ট্ৰাংকত আছিল ২০০- ৫০০ আৰু ২০০০ টকাৰ নোটৰ নগদ ১৭ কোটি টকা ৷ অভিযানটো ৰাতিপুৱা আৰম্ভ হৈছিল। ইডি দলটোৰ সৈতে বেংক বিষয়া আৰু কেন্দ্ৰীয় বাহিনীও আছিল।

ADVERTISEMENT

উল্লেখ্য যে ধনৰ অবৈধ লেনদেন প্ৰতিৰোধ আইনৰ অধীনত অভিযান চলোৱা হৈছিল। মুখ্য মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ আদালতত ফেডাৰেল বেংকৰ বিষয়াসকলে দাখিল কৰা অভিযোগৰ ভিত্তিত যোৱা বছৰ ১৫ ফেব্ৰুৱাৰীত কলকাতাৰ পাৰ্ক ষ্ট্ৰীট আৰক্ষী থানাত আমিৰ খান আৰু আনসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল।

ম’বাইল গেমিং এপ্লিকেচন সম্পৰ্কীয় চলিত অনুসন্ধানৰ সন্দৰ্ভত ইডিয়ে ১০ ছেপ্টেম্বৰত ধনৰ অবৈধ লেনদেন প্ৰতিৰোধ আইন (পিএমএলএ) ২০০২-ৰ ধাৰাৰ অধীনত এই অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

মনকৰিবলগীয়া যে আমিৰ খান নামৰ ব্যৱসায়ী জনে গেমিং এপ্লিকেচনৰ জৰিয়তে প্ৰৱঞ্চনা কৰিছিল বহু লোকক৷ ই-নাগেটছ নামৰ এটা ম’বাইল গেমিং এপ্লিকেচন মুকলি কৰিছিল। এই এপ্পৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক কমিছনৰ সৈতে পুৰস্কাৰ দিয়া হৈছিল আৰু তাৰ পিছত তেওঁলোকৰ ৱালেটলৈ নগদ ধন প্ৰেৰণ কৰা হৈছিল। যেতিয়া ব্যৱহাৰকাৰীসকল আত্মবিশ্বাসী হয় আৰু তেওঁলোকে এই গেমিং এপ্লিকেচনৰ জৰিয়তে অধিক ধন উপাৰ্জন কৰিব পাৰিব বুলি নিশ্চিত হৈ ধন বিনিয়োগ কৰিছিল খানৰ ই-নাগেটছত ।

স্মতৰ্ৱ্য যে আমিৰ খানে প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰে উপাৰ্জন কৰিছিল কোটি কোটি টকা ৷ এই সন্দৰ্ভত ইডি-এ কয়, আমিৰ খানৰ ই-নাগেটছৰ ব্যৱহাৰকাৰীসকলে ধন ৰখাৰ পিছত মোবাইল গেমিং এপৰ জৰিয়তে প্ৰথমে ভালেই পৰিমানৰ ধন আহৰণ কৰিছিল কিন্ত পিছত এপটো হঠাতে বন্ধ কৰা হৈছিল ৷ য’ত ছিষ্টেমটো উন্নীত নকৰাৰ বিষয়ে অজুহাত দেখুৱা হৈছিল।

ইতিমধ্যে ইডি আৰু কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ দ্বাৰা ইয়াৰ তদন্ত কৰাত পোহৰলৈ আহে যে ছিষ্টেমটোৰ প্ৰ’ফাইলৰ পৰা সকলো তথ্য সহ সকলো ডাটা এপ্প চাৰ্ভাৰৰ পৰা বিলোপ কৰা হৈছিল । ইতিমধ্যে ব্যৱহাৰকাৰীয়ে সকলো অৱগত হৈছিল।” এনে বহু অভিযোগৰ ভিত্তিত কেন্দ্ৰীয় সংস্থাটোৱে ম’বাইল গেমিং এপ্লিকেচন সম্পৰ্কীয় অনুসন্ধানৰ সন্দৰ্ভত কলকাতাৰ ছয়টা স্থানত তালাচী চলাই। ইডিয়ে অনুসন্ধান অভিযানৰ সময়ত গোচৰটোৰ সৈতে জড়িত প্ৰতিষ্ঠানবোৰে ভুৱা একাউণ্ট ব্যৱহাৰ কৰি আছিল আৰু প্ৰৱঞ্চনাকাৰীসকলে কোটি কোটি টকা উপাৰ্জন কৰিছিল। এই প্ৰৱঞ্চনাকাৰীসকলৰ ভিতৰত অন্যতম আছিল কলকাতাৰ কুখ্যাত ব্যৱসায়ী আমিৰ খান ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BUSINESSMEN AAMIR KHANHOUSE RAID EDHOUSE RECOVERY 17 CR.Kalkata
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d