Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Aamir Khan And Kitu Gidwani:কেৰিয়াৰৰ আৰম্ভণিতে চুম্বনৰ দৃশ্যত ভয় কৰিছিল আমিৰে

নেপথ্যৰ কাৰণ জনালে প্রথম সহ-অভিনেত্রী কিটু গিডৱানীযে

publisher by publisher
December 29, 2024
in Entertainment, India
Reading Time: 2 mins read
0
Aamir Khan And Kitu Gidwani:কেৰিয়াৰৰ আৰম্ভণিতে চুম্বনৰ দৃশ্যত ভয় কৰিছিল আমিৰে
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

ক্ৰয় কৰা পানীৰে চুলি ধুইছিল আমিৰৰ ‘লগান’ৰ অভিনেতাই

Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

Aamir Khan And Kitu Gidwani:

ৰাজা হিন্দুস্তানী’ ছবিত আমিৰ খান আৰু কৰিশ্বা কাপুৰৰ দীৰ্ঘসময়ৰ চুম্বনৰ দৃশ্য হয়তো বহুতৰে মনত আছে। সেই দৃশ্যই তেতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছিল। দীঘলীয়া কেৰিয়াৰত একাধিক ছবিত আমিৰে চুম্বনৰ দৃশ্যত অভিনয় কৰিছে। অথচ প্ৰথম অৱস্থাত কেমেৰাৰ সম্মুখত সহ-অভিনেত্রীক চুম্বন কৰিবলৈ তেওঁ হেনো ভয় কৰিছিল। সম্প্রতি এক সাক্ষাৎকাৰত সেই কথা সদৰী কৰিলে আমিৰ খানৰ প্ৰথম সহ- অভিনেত্রী কিটু গিডৱানীয়ে।

ADVERTISEMENT

১৯৮৪ত মুক্তি প্ৰাপ্ত কেতন মেহতাই পৰিচালনা কৰা ‘হোলি’ নামৰ ৰাজনৈতিক থ্রিলাৰ ছবিখনে। সেই ছবিতে প্ৰথমবাৰলৈ অভিনয় কৰিছিল আমিৰে। তেওঁৰ চৰিত্ৰটো বৰ ডাঙৰ নাছিল। তেওঁৰ বিপৰীতে কলেজীয়া ছাত্ৰীৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল কিটুৱে। দূৰদৰ্শনৰ ধাৰাবাহিক ‘এয়াৰ হোষ্টেছ’ৰ বাবে কিটু সেই সময়ত ঘৰে ঘৰে পৰিচিত মুখ আছিল।

সম্প্রতি এক সাক্ষাৎকাৰত কিটুৱে কয় যে ছবিখনত তেওঁৰ আমিৰৰ স’তে এটা চুম্বনৰ দৃশ্য আছিল। সেই দৃশ্যৰ অভিজ্ঞতা বর্ণনা কৰি কিটুৱে কয়, ‘তেতিয়া আমিৰে মাত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অত্যন্ত পৰিশ্ৰম কৰিব পাৰিছিল। মই জনাই নাছিলো যে তেওঁ ছবিখনত আছে।

অৱশ্যে আমাৰ চুম্বনৰ দৃশ্যৰ চিত্রগ্রহণৰ সময়ত তেওঁ অত্যন্ত চাপত আছিল। কিছু ভয়ো খাইছিল। তেওঁক দেখি মোৰো কিছু ভয় লাগিছিল।’ অভিনেত্ৰী গৰাকীয়ে লগতে জনায় যে ভয় খালেও আমিৰে ভালদৰেই দৃশ্যটোত অভিনয় কৰে। পৰৱৰ্তী সময়ত আমিৰ আৰু কিটুৰ মাজত ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 1994 Film HoliAamir KhanFilm shootingKitu GidwaniVery Nervous To Kiss
publisher

publisher

Related Posts

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d