ACTA decided to boycott the Gunotsav:
➡️ গুণোৎসৱ বৰ্জনৰ ঘোষণা অসম কলেজ শিক্ষক সন্থাৰ।
ADVERTISEMENT
➡️ ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱ বৰ্জনৰ ঘোষণা সন্থাৰ ৷
➡️ এক জানুৱাৰীত সন্থাৰ প্ৰতিটো গোটলৈ বৰ্জনৰ পত্ৰ প্ৰেৰণ কৰিব সন্থাই।
➡️ পদোন্নতিৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱা ৷
➡️ আঁসোৱাহপূর্ণ তালিকা বাতিল কৰা আদি ন্যায্য দাবী চৰকাৰে মানি নোলোৱাৰ অভিযোগ সন্থাৰ ৷
➡️ যাৰবাবে গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত অসম কলেজ শিক্ষক সন্থাৰ ৷
➡️ এক সংবাদমেলত সন্থাই গুণোৎসৱ বৰ্জনৰ বিষয়ে সদৰি কৰে।