Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Dhaka will take similar steps in India:অনুপ্ৰৱেশকাৰীক ওভতাই পঠিওৱাৰ ভাৰতৰ অনুৰূপ পদক্ষেপ ল’ব ঢাকাই

সদৰী কৰিলে বাংলাদেশৰ অন্তৱর্তী চৰকাৰৰ বৈদেশিক উপদেষ্টাই

publisher by publisher
May 23, 2025
in National, News
Reading Time: 2 mins read
0
Dhaka will take similar steps in India:অনুপ্ৰৱেশকাৰীক ওভতাই পঠিওৱাৰ ভাৰতৰ অনুৰূপ পদক্ষেপ ল’ব ঢাকাই
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

২৯ জানুৱাৰীৰ পৰা ঢাকা–কৰাচি পোনপটীয়া বিমান সেৱা

আৰু অধিক ঘনিষ্ঠ পাক–বাংলাদেশ!

CP Parthasarathi Mahanta Pressmeet:জেহাদী বিৰুদ্ধে অসম আৰক্ষীৰ অপাৰেচন প্ৰতিঘাতকলৈ সংবাদমেল সম্বোধন চিপি ড:পাৰ্থ সাৰথি মহন্ত

Dhaka will take similar steps in India:

বিগত বৰ্ষত বাংলাদেশত সৃষ্টি হোৱা অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ পাছৰে পৰা ভাৰতবৰ্ষত অনুপ্রৱেশ ব্যাপক হাৰত বৃদ্ধি হৈছে। ইয়াৰে কিছু সংখ্যক অনুপ্ৰৱেশকাৰী ধৰা পৰিছে। অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ভিত্তিত ধৰা পৰা অনুপ্ৰৱেশকাৰীসকলক আইনৰ আওতালৈ নানি তাৎক্ষণিকভাৱে নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে।

ADVERTISEMENT

পশ্চিমবংগকো একে নীতি পালন কৰিবলৈ কেন্দ্রীয় গৃহ মন্ত্রণালয়ে পৰামর্শ দিছে। ভাৰতৰ এই নীতিক শীঘ্রে প্রত্যাহ্বান জনাবলৈ চিন্তা-চর্চা অব্যাহত ৰাখিছে বাংলাদেশে। দেশখনৰ বৈদেশিক উপদেষ্টা তৌহিদ হুছেইনে এক সংবাদমেলত কয় যে বাংলাদেশে কি সিদ্ধান্ত গ্রহণ কৰিব, সেয়া অদ্যাপি স্পষ্ট হোৱা নাই; কিন্তু ভাৰতে শেহতীয়াকৈ যিসকলক অনুপ্রৱেশকাৰী বুলি কৈ বলপূর্বক বাংলাদেশলৈ পঠিয়াই দিছে, তাৰ মাজত যদি কোনোবা ভাৰতীয় নাগৰিক ওলায়, সেইসকলক বাংলাদেশে ততাতৈয়াকৈ ওভতাই পঠিয়াব। ভাৰতত ৰহিংগ্যা অনুপ্রবেশকাৰীও সঘনে ধৰা পৰি আহিছে।

ৰহিংগ্যাক যিহেতু ভাৰতত আশ্রয় দিয়া হোৱা নাই, সেয়েহে ধৰা পৰা সকলোৱেই বাংলাদেশৰ পৰাই অনুপ্ৰৱেশ কৰাৰ তথ্য দেশৰ নিৰাপত্তা সংস্থাসমূহে নিশ্চিত কৰিছে। তেনে সকলকো বাংলাদেশলৈ পঠিয়াই দিয়া নীতি ভাৰতে ৰূপায়ণ কৰি আহিছে। এই সন্দর্ভতো হুছেইনে কয় যে এই পর্যন্ত বাংলাদেশে বিষয়টোক লৈ কোনো স্পষ্ট সিদ্ধান্ত গ্রহণ কৰা নাই; কিন্তু বৈদেশিক উপদেষ্টাজনে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ ‘পুছড বেক’ অর্থাৎ মানুহবোৰক বাংলাদেশলৈ পঠিয়াই দিয়া নীতি তেওঁলোকৰ বাবে গ্রহণীয় নহয়।

এই ক্ষেত্রত হুছেইনে কয়, ‘বাংলাদেশে বিষয়টোক লৈ ভাৰত চৰকাৰক এখন পত্র দিছে। এই পত্ৰত উল্লেখ কৰা হৈছে যে শেহতীয়াকৈ ভাৰতৰ পৰা মানুহ পঠিয়াই দিয়াৰ যি প্রক্রিয়া চলাই থকা হৈছে, সেই ক্ষেত্রত দিল্লীক দেশ দুখনৰ মাজত পূৰ্বৰে পৰা চলি থকা চুক্তিক উলংঘা নকৰিবলৈ কোৱা হৈছে। আমি এদিনতে আমাৰ পত্ৰৰ উত্তৰ পাম বুলি আশা কৰা নাই।

তদুপৰি তেওঁলোকেও আমাক নিজৰ যুক্তি দেখুৱাব আৰু আমিও আমাৰ যুক্তি দর্শাম। ভাৰতে আমাক কিছুমান নাম দিছে। আমাৰ গৃহ মন্ত্রণালয়ৰ জৰিয়তে সেই নামবোৰ পৰীক্ষা কৰি থকা হৈছে। যদি তাৰ মাজত ভাৰতৰ নাগৰিক ওলায়, তেন্তে বাংলাদেশে তেনে লোকক ভাৰতলৈ পঠিয়াই দিব। চুক্তিৰ বিধি অনুসৰি আমি আগবাঢ়িম। চুক্তিৰ বাহিৰত যাতে কোনো কাম নহয়, সেয়া নিশ্চিত কৰাৰ বাবে আমি দিল্লীৰ লগত যোগাযোগ ৰক্ষা কৰি চলিছো। ৰহিংগ্যাৰ ক্ষেত্ৰতো কোনো স্পষ্ট সিদ্ধান্ত হোৱা নাই।’

বৈদেশিক উপদেষ্টাজনে এই বুলিও কয় যে বাংলাদেশৰ অন্তৱর্তীকালীন চৰকাৰে ভাৰতৰ লগত থকা চুক্তিবোৰ পুনৰীক্ষণ কৰিব। তেনে চুক্তিৰ একাংশ দ্বিপাক্ষিক বুজাবুজিৰে বাতিল কৰিব পাৰি। অৱশ্যে এই মুহূর্তত কোনো চুক্তি বাতিল কৰা হোৱা নাই। এই সময়ত সেই চুক্তি অনুসৰি দুয়োখন দেশে কাম কৰাতহে গুৰুত্ব দিব লাগে বুলি উল্লেখ কৰি হুছেইনে অৱশ্যে মন্তব্য কৰে যে কোনেও চুক্তিৰ চুক্তিৰ বিধি ভংগ কৰা বুলি কেতিয়াও স্বীকাৰ নকৰে।

এই সংবাদমেলতে হুছেইনে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে ভাৰতে উত্তৰ-পূৰ্বাঞ্চলৰ ভূমি বন্দৰ বাংলাদেশে ব্যৱহাৰ কৰিব নোৱাৰাৰ যি নিষেধাজ্ঞা আৰোপ কৰিছে, তাকে লৈ ঢাকাই দিল্লীক এখন পত্র প্ৰেৰণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DhakaForein AdvicerPressmeet AddressingTauhid Hussain
publisher

publisher

Related Posts

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d