Earthquake:
পুৱাই ৰাজ্যত ভূমিকম্পই জোকাৰণি ৷ ভূমিকম্পৰ অনুভত হয় অসম,পশ্চিম বংগ, বিহাৰ, বৃহত্তৰ দিল্লী মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশত । পুৱা ৬ বাজি ৩৫ ছেকেণ্ড অনুভত এই জোকাৰণি। প্ৰায় ২০ ছেকেণ্ড পৰ্যন্ত হয় অনুভত। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল হিমালয়ান দেশ নেপাল সীমান্তৰ তিব্বতৰ পাদদেশত ৷
ADVERTISEMENT
উল্লেখ্য যে ,নেপালত ভূমিকম্পৰ জোকাৰণি বেছি হোৱা হেতুকে তাত ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা আছে ৷অৱশ্যে এই পৰ্যন্ত ক্ষয়ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই |