Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Two children infected with SMPV for the first time in India:তলাবন্ধৰ দু:সহ স্মৃতিয়ে জোঁকাৰিছে দেশক

ভাৰতত প্ৰথমবাৰলৈ বাংগালুৰুত দুটি- আহমেদাবাদত এটি শিশু এইছএমপিভি সংক্ৰমিত

publisher by publisher
January 7, 2025
in India, News
Reading Time: 5 mins read
0
Two children infected with SMPV for the first time in India:তলাবন্ধৰ দু:সহ স্মৃতিয়ে জোঁকাৰিছে দেশক
1
SHARES
5
VIEWS
ShareShareShareShare

Two children infected with HMPV for the first time in India:

পুনৰ কৰ’নাকালৰ তলাবন্ধৰ দিনবোৰলৈ উভতিব নেকি দেশ! ইতিমধ্যে বিশ্বৰ বিভিন্ন স্থানত গভীৰ আতংকৰ সৃষ্টি কৰা হিউমেন মেটানিউম’ ভাইৰাছ (এইছএমপিভি) ভাৰততো তিনিটা শিশুৰ দেহত সংক্রমিত হোৱাৰ পাছত দেশজুৰি গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। বাংগালুৰুৰ হাস্পতালত এনে ভাইৰাছৰ দ্বাৰা সংক্রমিত হোৱা এটি আঠমহীয়া শিশু চিকিৎসাধীন হৈছে আৰু আন এটি তিনিমহীয়া শিশুক ইতিমধ্যে ৰোগমুক্ত হোৱাত হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে।

ADVERTISEMENT

আঠমহীয়া শিশুটিও আৰোগ্য হোৱাৰ পথত বুলি চিকিৎসকে জনাইছে। ইয়াৰ উপৰি আন এটি দুমহীয়া শিশু আহমেদাবাদত চিকিৎসাধীন হৈ আছে। ভাৰতত প্ৰথমবাৰৰ বাবে এইছএমপিভি ভাইৰাছত আক্রান্ত বুলি চিনাক্ত হোৱা এই শিশুকেইটি আৰু তেওঁলোকৰ পৰিয়ালৰ লোক শেহতীয়াভাবে আন কোনো দেশলৈ যোৱাৰ তথ্য নাই।

RelatedPosts

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

‘হু’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

ভাৰতীয় চিকিৎসা গবেষণা পৰিষদ (আইচিএমআৰ) ৰ নিয়মীয়া পর্যবেক্ষণত এই তিনি শিশু চিনাক্ত হোৱা বুলি কেন্দ্ৰটোৱে সদৰী কৰে। এক বিবৃতিত বাংগালুৰুৰ শিশু দুটি সন্দৰ্ভত আইচিএমআৰে কয়, ‘নিয়মীয়া পৰীক্ষাত দুয়োটা ঘটনা ধৰা পৰিছে। দেশজুৰি আইচিএমআৰে শ্বাস-প্রশ্বাসজনিত ৰোগৰ নিৰীক্ষণৰ বাবে চলাই থকা প্ৰচেষ্টাৰ অংশৰূপে ই চিনাক্তকৰণ হয়।

ইতিমধ্যে এইছএমপিভি ভাৰতকে ধৰি বিশ্বতে বিয়পি আছে।’ তথ্য অনুসৰি আহমেদাবাদৰ আক্রান্ত শিশুটিক ভেন্টিলেচনত ৰখা হৈছে যদিও সম্প্রতি পৰিস্থিতি নিয়ন্ত্রণাধীন হৈছে। আহমেদাবাদ পৌৰ নিগমৰ মুখ্য চিকিৎসা বিষয়া ভাভিন ছোলাংকিয়ে কয়, ‘যোৱা ২৬ ডিচেম্বৰত এইছএমপিভিৰ সংক্ৰমণ চিনাক্ত হয় যদিও আমি আজিহে জ্ঞাত হওঁ, কিয়নো শিশুটি চিকিৎসাধীন হৈ থকা ব্যক্তিগত হাস্পতালখনে আমাক পলমকৈ জনাইছে।’

দেশৰ স্বাস্থ্য মন্ত্রণালয়ে ভাৰতত প্ৰথমবাৰৰ বাবে সংক্রমণ চিনাক্ত হোৱাৰ পাছত প্রস্তুতি সম্পর্কেও বৈঠকৰ আয়োজন কৰে। এইছএমপিভি হৈছে শ্বাস-প্রশ্বাসজনিত ৰোগ যাৰ অধিকাংশ লক্ষণেই চর্দি-কাহৰ দৰে যদিও ই আন বিভিন্ন জটিলতাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ শিশু, বয়োজ্যেষ্ঠ লোক আৰু আন জটিল ৰোগত আক্রান্তসকলৰ বাবে এই ভাইৰাছৰ সংক্রমণ অধিক বিপজ্জনক হ’ব পাৰে। নিউম’নিয়া অথবা অতি গুৰুতৰ শ্বাস-প্রশ্বাসজনিত জটিলতাৰ সৃষ্টি কৰিব পাৰে এইছএমপিভিয়ে। শীতকাল অথবা বসন্ত কালৰ আগছোৱা এই ভাইৰাছৰ প্ৰসাৰৰ বাবে উক্ত সময়।

কেন্দ্রীয় চৰকাৰে ঘোষণা কৰে যে এইছএমপিভিকে ধৰি অন্যান্য শ্বাস-প্রশ্বাসজনিত ৰোগৰ কাৰক ভাইৰাছসমূহৰ বিষয়ে চৰকাৰে নিৰীক্ষণ কৰি আছে। বিশেষকৈ চীনত এনে ৰোগৰ বৰ্ধিত তথ্যৰ পাছত সতর্ক হৈছে ভাৰত চৰকাৰ। যোৱা চাৰি জানুৱাৰীত দেশত সমগ্ৰ পৰিস্থিতিৰ অধ্যয়নৰ বাবে এক যৌথ নিৰীক্ষণ গোট গঠন কৰা হয়। ইয়াত আছে বিশ্ব স্বাস্থ্য সংস্থা (হু), ৰোগ নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কেন্দ্র (এনচিডিচি) আৰু ভাৰতীয় চিকিৎসা গবেষণা পৰিষদ (আইচিএমআৰ) আৰু অন্যান্য স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি। অৱশ্যে এই মুহূৰ্তলৈ ভাৰতত শ্বাস-প্রশ্বাসজনিত ৰোগ বা এনে বীজাণুৰ সংক্ৰমণৰ ঘটনাৰ অস্বাভাবিক বৃদ্ধিৰ তথ্য নাই বুলি কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ে সদৰী কৰে।

কেন্দ্রীয় মন্ত্রণালয়ে জনোৱা মতে, সাৱধানতা অৱলম্বনৰ বাবে চৰকাৰে এইছএমপিভিৰ ভাইৰাছ চিনাক্তকৰণৰ বাবে পৰীক্ষাগাৰৰ সামৰ্থ্য বৃদ্ধি কৰিছে। ইয়াৰ উপৰি সমগ্ৰ বছৰ ধৰি ইনফ্লৱেঞ্জাৰ সদৃশ ৰোগ, অতি গুৰুতৰ শ্বাস-প্রশ্বাসজনিত সংক্ৰমণৰ লগতে এইছএমপিভিৰ গতিবিধি পুনৰীক্ষণ কৰিব। হাস্পতালসমূহতো সন্দেহজনক ৰোগী চিনাক্ত হ’লে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে অত্যাৱশ্যকীয় দৰব মজুতকৰণ নিয়মীয়াকৰণৰ বাবে কোৱা হৈছে।

✅ তলাবন্ধৰ আতংক

কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ৰাইজ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি ক’লেও দেশজুৰি পুনৰ তলাবন্ধৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব নেকি বুলিও শংকা গা কৰি উঠিছে। চুবুৰীয়া চীনত ইয়াৰ পৰিস্থিতি গুৰুতৰ হোৱা বাবেই ক’ভিড কালৰ দুৰ্দশাগ্রস্ত দিনবোৰৰ স্মৃতিয়ে সাধাৰণ লোকৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। আইচিএমআৰে এই পৰিস্থিতি নিৰীক্ষণ কৰি কয়, ‘আতংকিত হোৱাৰ কোনো কাৰণ নাই আৰু ভাৰতকে ধৰি ইতিমধ্যে দেশজুৰি বিয়পিছে এইছএমপিভি। ক’ভিড-১৯ৰ সময়ত ২০১৯-২০ত প্রথমতে চুবুৰীয়া চীনত তলাবন্ধ আৰু পৰৱৰ্তী পর্যায়ত ই বিশ্বতে অতিমাৰীৰ ৰূপ ধাৰণ কৰা দিনবোৰৰ কথা মনত পেলাইছে মানুহে।

মনকৰিবলগীয়া যে চীনৰ উহানত ২০১৯ৰ নৱেম্বৰত ক’ভিড সংক্ৰমণৰ প্ৰথমটো ঘটনা চিনাক্ত হৈছিল আৰু বন-জুইৰ দৰে বিশ্বৰ বিভিন্ন দেশত ই বিয়পি পৰিছিল। ২০২০ৰ জানুৱাৰীত কেৰালাত দেশৰ প্ৰথমটো ক’ভিড সংক্রমণ চিনাক্ত হৈছিল। পৰিসংখ্যা অনুসৰি আমেৰিকাৰ পাছতে বিশ্বৰ ভিতৰতে ক’ভিডত শোচনীয়ভারে আক্রান্ত হোৱা দেশখনেই হৈছে ভাৰত। বাংগালুৰুত এইছএমপিভি চিনাক্ত হোৱাৰ পাছত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী দীনেশ গুণ্ডু বারে কয়, ‘মই নাভাবো যে আমি এতিয়াই আতংকিত হোৱাৰ প্ৰয়োজন আছে। কাৰণ এইছএমপিভি নতুন ভাইৰাছ নহয়। ইতিমধ্যে ইয়াৰ অৱস্থিতি আছে। ভাৰতত এইছএমপিভিৰ প্ৰথমটো সংক্ৰমণৰ ঘটনা চিনাক্ত হৈছে যদিও ই সত্য নহয়। কিয়নো ইতিমধ্যে এই ভাইৰাছ আছেই আৰু নির্দিষ্টসংখ্যক লোক ইয়াৰ দ্বাৰা সংক্রমিত হৈ আছে। ই একো নতুন কথা নহয়।’

স্বাস্থ্য সেবা সঞ্চালকালয়ৰ বিষয়া ডাঃ অতুল গোৱেলে ৰাইজক আশ্বস্ত কৰি কয়, ‘চীনত এইছএমপিভিৰ প্রাদুর্ভাব ঘটা বুলি কোৱা হৈছে যদিও মই এই কথা স্পষ্ট কৰি দিব বিচাৰো যে এই ভাইৰাছ আন যিকোনো শ্বাস-প্রশ্বাসৰ ৰোগৰ ভাইৰাছৰ দৰেই, যাৰ লক্ষণসমূহ সাধাৰণ চর্দি-কাহৰ দৰে আৰু ই বয়োজ্যেষ্ঠ তথা শিশুক অধিক সহজে আক্রান্ত কৰিব পাৰে। দিল্লীৰ সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান (এইমছ)ৰ এগৰাকী অধ্যাপক ডাঃ হৰ্যাল আৰ ছালভেৰ মতে, এই ভাইৰাছ নতুন নহয়। দীর্ঘদিন ধৰি ভাৰতত বিভিন্নজনক আক্রান্ত কৰি থকা ইনফ্লুৱেঞ্জাসদৃশ ৰোগৰ আঁৰত আছে এই ভাইৰাছ। ইয়াৰ ফলত অতি গুৰুতৰভাবে ৰোগাক্রান্ত হোৱাৰ সম্ভাৱনা বিৰল।’ চীনৰ ভাইৰাছৰ স’তে কোনো সম্পর্ক নাই|

বাংগালুৰুত প্রথমতে আঠমহীয়া শিশুটি আৰু পৰৱৰ্তী পৰ্যায়ত আনটো শিশুৰ শৰীৰত উদ্বেগজনক ভাইৰাছটোৰ সন্ধান লাভ কৰে। অৱশ্যে চীনত বিয়পি পৰা ভাইৰাছৰ স’তে বাংগালুৰুৰ এইছএমপিভি ভাইৰাছৰ সংক্ৰমণৰ কোনো যোগসূত্র নাই বুলি কেন্দ্ৰীয় চৰকাৰে তথ্য সদৰী কৰিছে। ইতিমধ্যে আক্রান্ত তিনিমহীয়া শিশুটিক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে। সম্প্রতি চীনত এই ভাইৰাছৰ এটা ৰূপৰ সংক্ৰমণ বৃদ্ধি পোৱাত ভাৰতসহ বিভিন্ন দেশত উদ্বেগৰ সৃষ্টি হৈছে। দেশৰ স্বাস্থ্য মন্ত্রণালয়ে পৰিস্থিতিৰ প্রতি দৃষ্টি ৰখাৰ সমান্তৰালভাৱে একে সময়তে দুটা সংক্রমণ চিনাক্ত হোৱাত কণটিকৰ স্বাস্থ্যমন্ত্ৰী ৰাৱে আজি এক জৰুৰীকালীন বৈঠকৰো আয়োজন কবে।

ইপিনে, ৰাজ্যবাসীক অধিক উদ্বিগ্ন নহ’বলৈ পৰামৰ্শ দিয়ে ৰাজ্যখনৰ স্বাস্থ্য সচিব হর্ষ গুপ্তাই। তেওঁ ব্যাখ্যা কৰে যে আক্রান্ত শিশু দুটিৰ পৰিয়ালৰ লোক আন ঠাইলৈ যোৱা নাই আৰু সেয়েহে কোনো দেশ বা অঞ্চললৈ গৈ ভাইৰাছৰ দ্বাৰা সংক্রমিত হোৱাৰ সম্ভাৱনা নাই। গুপ্তাই কয় যে এই ভাইৰাছক লৈ চিন্তা কৰাৰ কোনো প্রয়োজন নাই। এইছএমপিভি ভাৰতত আছেই। অৱশ্যে এই ভাইৰাছৰ কোনো ৰূপান্তৰ হৈছে নেকি সেই তথ্য স্পষ্ট নহয়। চীনত বিয়পি পৰা ভাইৰাছৰ ৰূপৰ গঠন সম্পৰ্কীয় কোনো তথ্য নাই। সেয়েহে ভাৰতৰ ভাইৰাছ চীনৰ স’তে একে হয় নে নহয় সেয়া ক’ব নোৱাৰি। আন চিকিৎসক-বিশেষজ্ঞসকলৰ স’তে তেওঁ দোহাৰে যে ভাৰতত অতীততো এইছএমপিভি ভাইৰাছ বিভিন্ন সময়ত চিনাক্ত হৈছে।

✅  চীনেও ক’লে- উদ্বিগ্ন হ’ব নালাগে

বিশ্বৰ আন দেশসমূহক উদ্দেশি চীনে কয় যে উদ্বিগ্ন হ’ব নালাগে। চীনৰ বক্তব্য অনুসৰি এয়া এক বতৰৰ সংক্ৰমণ। কেৱল শীতকালীন সংক্রমণ বুলিয়ে এই পৰিস্থিতিক চীনে ব্যাখ্যা কৰিছে। ভাৰত চৰকাৰে দেশবাসীক অযথা উদ্বিগ্ন নহ’বলৈ পৰামৰ্শ দিয়াৰ লগতে এই ভাইৰাছ সম্পৰ্কীয় তথ্য সময়ে সময়ে যোগান ধৰিবলৈ হু’ক [WHO) অনুৰোধ জনাইছে। কেন্দ্রীয় চৰকাৰে কয় যে ইতিমধ্যে ভাৰতত যিহেতু এই ভাইৰাছৰ অস্তিত্ব আছে আৰু দেশৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ বাবে সেয়েহে এই ৰোগৰ স’তে মোকাবিলা কৰাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয়। দেশবাসীক শান্ত আৰু সতর্ক হৈ থাকিবলৈ আৰু লগতে পৰিচ্ছন্নতা বজাই ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: hmpv virusICMRTwo children infectedWHO
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d