Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

National Helth Mission:ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু জল জীৱন মিছন

অসমৰ মাজত পাৰস্পৰিক বুজাবুজি চুক্তি সম্পন্ন

publisher by publisher
November 28, 2023
in Assam, Health, India, News
Reading Time: 2 mins read
0
National Helth Mission:ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু জল জীৱন মিছন
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

জল জীৱনৰ ৰূপায়িত আঁচনিৰ পঁয়ালগা স্বৰূপ উদঙালে কেন্দ্ৰৰ বিশেষজ্ঞই

National Helth Mission:

ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্য আৰু খোৱাপানীৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ বাবে আজি ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসম আৰু জল জীৱন মিছন, অসমৰ মাজত পাৰস্পৰিক বুজাবুজি চুক্তি সম্পন্ন হয়। বিশেষকৈ এই ক্ষেত্রত দুয়োটা অভিযানতে এক উন্নত প্রকল্প ৰূপায়ণৰ উদ্দেশ্যে আশা কর্মীক জড়িত কৰোৱাৰ বাবে দুয়ো পক্ষৰ মাজত এই চুক্তি স্বাক্ষৰ হয়।

ADVERTISEMENT

জল জীৱন মিছন, অসম আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ এই যৌথ পদক্ষেপে জনস্বাস্থ্যৰ ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। বিশুদ্ধ খোৱাপানী যোগান ধৰাটো জল জীৱন মিছনৰ মূল লক্ষ্য যদিও এই মিছনে পানীজনিত কাৰণত হ’ব পৰা বিভিন্ন ৰোগ যেনে- ডায়েৰিয়াকে ধৰি মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছ আদি বাহকজনিত ৰোগৰ প্রাদুর্ভাব হ্রাস কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ গুৰুতৰ সমস্যাসমূহ সমাধান কৰাত সহায় কৰিব।

ইয়াৰোপৰি এই চুক্তিয়ে পানীৰ পৰা হ’ব পৰা ৰোগৰ চিকিৎসাৰ বাবে পৰিয়ালটোৰ চিকিৎসা ব্যয় হ্রাস কৰাতো সহায় কৰিব বুলিও আশা কৰা হৈছে।

আশা কৰ্মীৰ সৈতে গ্রাম্য অঞ্চলৰ জনসাধাৰণৰ সংযোগ আৰু তেওঁলোকৰ আস্থাৰ বাবে এই যৌথ পদক্ষেপত এগৰাকী আশা কর্মীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। কাৰণ আশা কর্মীসকলে কেবল স্বাস্থ্য সম্পর্কীয় নিয়মীয়া বিষয়সমূহ প্রতিফলিত কৰি তোলাই নহয়, জল জীৱন মিছনৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ ঘৰত সংযোগ কৰা কার্যক্ষম পানী কলৰ দ্বাৰা বিশুদ্ধ খোৱাপানীৰ ব্যৱহাৰ নিশ্চিত কৰা, ৰোগ প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ, প্ৰচাৰৰ দ্বাৰা স্বাস্থ্য সম্পর্কীয় বিভিন্ন বিষয়সমূহো বর্ণনা কৰিব পাৰিব।

জল জীবন মিছন, অসম আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ এই যৌথ পদক্ষেপে বিশুদ্ধ খোৱা পানীৰ জৰিয়তে গ্রাম্য অঞ্চলৰ জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি সাধনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব।

আজিৰ সভাত জনস্বাস্থ্য অভিযান্ত্রিকীকৰণ আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ ভাষণ প্রসংগত কয় যে “জল জীবন মিছন, অসম আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসম উভয়ে একত্রিত হৈ গ্রাম্য অঞ্চলৰ প্রতিটো পৰিয়ালৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ বাবে কাম কৰি আছে।” তেওঁ লগতে কয় যে জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ এই যৌথ পদক্ষেপে ‘ঘৰে ঘৰে পানী যোগানৰ আঁচনি’খনক ফলপ্রসু আৰু সুদৃঢ় কৰাৰ ক্ষেত্ৰতো সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব।

সভাত উপস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী কেশৱ মহন্তই ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনসাধাৰণৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপক সম্ভৱপৰ সকলো প্ৰকাৰে সমর্থন আগবঢ়াব বুলি ব্যক্ত কৰে।

আজিৰ এই সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পি. যোশী, আইএএছ; জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব তথা জল জীৱন মিছন, অসমৰ অভিযান সঞ্চালক কৈলাশ কার্থিক এন, আইএএছ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালিকা ড° এম এছ লক্ষ্মী প্রিয়া, আইএএছ উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Heath Minister Keshab MahantaJala Jiban MissionNational Helth MissionPHE Minister Jayanta Malla Baruah
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d