Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কাপোৰৰ মাস্ক পৰিধান কৰিলে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জনালে হু-এ

publisher by publisher
April 22, 2021
in COVID-19, News, world
Reading Time: 1 min read
0
কাপোৰৰ মাস্ক পৰিধান কৰিলে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জনালে হু-এ
16
SHARES
159
VIEWS
ShareShareShareShare

RelatedPosts

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

‘হু’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

অতিমাৰীৰ প্ৰকোপৰ সময়ত নিত্য প্ৰয়োজনীয় পণ্য হয় পৰিছে মাস্ক । বিশ্বত বৰ্ধিত সংক্ৰমণ আৰু মৃত্যুৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানীসকলে গোটেই জীৱনৰ বাবে মাস্ক পৰিধান অপৰিহাৰ্য হৈ যাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে । কিন্তু কাপোৰৰ মাস্ক নে ছাৰ্জিকেল মাস্কে সংক্ৰমণৰ পৰা ৰক্ষা পেলাব পাৰে তাক লৈ এই পৰ্যন্ত দ্বিধাত আছে সাধাৰণ লোক । শ্বাসজনিত সমস্যা থকা বহু লোকে কাপোৰৰ মাস্ককে বাচি লয় । সেয়ে কাপোৰৰ মাস্ক পৰিধানৰ ক্ষেত্ৰত বিশেষ কিছু সতৰ্কতা মানি চলাৰ পৰামৰ্শ দিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)এ ।

ADVERTISEMENT

অতিমাৰীৰ কৱলৰ পৰা হাত সাৰিবলৈ আৰম্ভণিৰ পৰাই মাস্ক পৰিধান আৰু ছেনিটাইজাৰৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে হু-এ । কাপোৰৰ মাস্ক ব্যৱহাৰৰ ক্ষেত্ৰতো হাত পৰিস্কাৰ ৰখাত বিশেষ গুৰুত্ব দিছে তেওঁলোকে । তেওঁলোকে জনায় যে, মাস্ক পৰিধান আৰু খোলাৰ পূৰ্বে হাত ভালকৈ ধুই ল’ব লাগে বা ছেনিটাইজ কৰি ল’ব লাগে । মাস্কত ছিদ্ৰ আছে নেকি সেইটো ভালকৈ চাই ল’ব লাগে । বহু সময়ত দেখা যায় যে মাস্ক পৰিধান কৰাৰ পাছত মুখৰ দুকাষে ফাঁক হৈ থাকে । মাস্ক পৰিধান কৰাৰ পাছত মুখ, নাক আৰু থুতৰি সম্পূৰ্ণভাৱে ঢাক খাই থাকিব লাগে ।

হু-এ লগতে কয় যে, সঘনাই মাস্কত হাত দি থাকিব নালাগে । মাস্ক খোলাৰ সময়ত মাস্কৰ কাষত থকা ফিটা দুডালত ধৰি খুলিব লাগে । খুলাৰ পাছতে মুখৰ কাষৰ পৰা আঁতৰ কৰিব লাগে ।

ছাৰ্জিকেল মাস্কবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব নালাগে । অৱশ্যে কাপোৰৰ মাস্কবোৰ পুনঃ ব্যৱহাৰযোগ্য বুলি জনাইছে সংস্থাটোৱে । প্ৰতিদিনে চাবোন আৰু গৰম পানীৰে মাস্ক ধোব লাগে ।

পূৰ্বে তিনি তৰপীয়া মাস্কত অধিক গুৰুত্ব আৰোপ কৰিছিল হু-এ । দোকানৰ পৰা ক্ৰয় কৰা বা নিজে চিলাই লোৱা মাস্ক ব্যৱহাৰ কৰিব পাৰিব । সংক্ৰমণ প্ৰতিৰোধৰ ক্ষমতা যিহেতু মাস্কৰ ওপৰত নিৰ্ভৰ কৰে, সেয়ে তিনি তৰপীয়া মাস্ক চিলাবলৈ কিছু পৃথক কাপোৰ ব্যৱহাৰ কৰিব লাগিব । মাস্কৰ ভিতৰৰ ফালে থকা অংশটোত সুতিৰ কাপোৰ ব্যৱহাৰ কৰিলে ভাল । কাৰণ সুতিৰ কাপোৰে মুখৰ পৰা নিৰ্গত হোৱা দ্ৰপলেটছবোৰ শীঘ্ৰে শুকাই দিব পাৰে । মাজৰ স্তৰত থাকিব পলিপ্ৰ’লাইনৰ দৰে উপকৰণ যিয়ে ফিল্টাৰৰ দৰে কাম কৰে । বাহিৰৰ অংশত ব্যৱহাৰ কৰিব লাগে পলিয়েষ্টাৰৰ দৰে উপকৰণৰ, যিয়ে মুখৰ ভিতৰৰ পৰা সংক্ৰমণ বাহিৰত ওলাই যোৱাত বাধা আৰোপ কৰে আৰু বাহিৰৰ পৰাও মুখত সংক্ৰমণ প্ৰৱেশ কৰাত বাধা আৰোপ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSWHO
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d