Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

COAL MINE TRAGEDY IN DIMA HASAO :এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

publisher by publisher
January 8, 2025
in Assam, News
Reading Time: 1 min read
0
COAL MINE TRAGEDY IN DIMA HASAO
1
SHARES
7
VIEWS
ShareShareShareShare

অসমৰ ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ এটা কয়লা খনিৰ ভিতৰত আৱদ্ধ হৈ থকা নজন শ্ৰমিকৰ এজনৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰা হয় । মঙলবাৰৰ পৰা কয়লাখনিটোত আবদ্ধ হৈ আছিল ন গৰাকীকৈ শ্ৰমিক । তাৰ পিছৰে পৰা উদ্ধাৰ অভিযান অব্যাহত আছিল । অৱশ্যে মঙলবাৰে সন্ধিয়াৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাৰে উদ্ধাৰ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল যদিও বৰষুণ কমাৰ লগে লগে পুনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখে ।

ADVERTISEMENT

তাৰ পিছতেই উদ্ধাৰ অভিযানৰ তৃতীয় দিনা সেনাৰ ডুবাৰুসকলে এগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে বুলি জানিব পৰ গৈছে । এই পৰিস্থিতিৰ পিছতে আৱদ্ধ হৈ থকা আন আঠগৰাকী শ্ৰমিক জীয়াই থকাৰ আশা ক্ষীণ বুলি প্ৰকাশ কৰে বিষয়াসকলে । যদিও নৌসেনা, সেনা, এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানৰ এটা দলে আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে ।

RelatedPosts

Coal Mine Tragedy:দিছপুৰৰ পৰাই চলিছে ক’লা সাম্ৰাজ্য

COAL MINE TRAGEDY IN DIMA HASAO : দেৱোলালক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাওক

এনডিআৰএফ প্ৰথম বেটেলিয়নৰ কমাণ্ডেণ্ট, এইচপিএছ কান্দাৰীয়ে এক টুইটযোগে পোষ্ট কৰে যে, “… কালি বহুতো প্ৰয়াস কৰা হৈছিল কিন্তু আমি সফল হোৱা নাছিলো… এটা যুটীয়া দলে আজি (খনিত) ডুব মাৰিছিল আৰু ইয়াৰ পিছতেই আমি এটা মৃতদেহ উদ্ধাৰ কৰিছো। এই পৰিস্থিতি আন ঠাইত ডুবাৰুসকলে ডুব দিবলৈ বিশেষজ্ঞৰ প্ৰয়োজন । কিয়নো খনিৰ ভিতৰত কি আছে আমি অনুমান কৰিব পৰা নাই । আমাক কোৱা হৈছে যে খনিৰ ভিতৰত নিগনিৰ ছিদ্ৰ আছে – বাকীকেইগৰাকী লোকে ক’ত আৱদ্ধ হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে এই অভিযান অব্যাহত থাকিব।”

বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X যোগে এক পোষ্ট কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি উল্লেখ কৰে যে, “২১ পেৰা ডুবাৰুসকলে এইমাত্ৰ কুঁৱাৰ তলৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰিছে। আমি পৰিয়ালটোলৈ প্ৰাৰ্থনা আৰু গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।”

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: COAL MINE TRAGEDYCOAL MINE TRAGEDY IN DIMA HASAOহিমন্ত বিশ্ব শৰ্মা
publisher

publisher

Related Posts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d