Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

COAL MINE TRAGEDY IN DIMA HASAO : দেৱোলালক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাওক

publisher by publisher
January 8, 2025
in Assam, News
Reading Time: 1 min read
0
COAL MINE TRAGEDY IN DIMA HASAO

COAL MINE TRAGEDY IN DIMA HASAO

1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Dima Hasao:ডিমা হাচাওত বিজেপিত খহনীয়া !

Dima Hasao:ডিমা হাছাও-কাছাৰ সীমান্তত আৰক্ষীৰ এনকাউণ্টৰ

Rate-hole mining:ৰেট-হ’ল মাইনিঙক লৈ সোধা প্ৰশ্নৰ ছবছৰে উত্তৰ নাপালে সর্বোচ্চ ন্যায়ালয়ে

মঙলবাৰে দুৰ্ঘটনাৱশতঃ প্ৰায় ৩০ গৰাকীকৈ শ্ৰমিক উমৰাংছ’ৰ কয়লা খনিত আৱদ্ধ হৈ পৰাৰ পাছত হঠাত সাৰ পাই উঠিল দিছপুৰ । বছৰ বছৰ ধৰি ডিমা হাছাও জিলাৰ উদ্যোগিক চহৰ উমৰাংছ’ত অবৈধভাৱে চলি থকা কয়লা খনন আৰু সৰবৰাহৰ সন্দৰ্ভত ইতিপূৰ্বে দৈনিক অগ্ৰদূতত ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ পাইছিল যদিও এই সম্পৰ্কত কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল সংশ্লিষ্ট বিভাগ তথা ৰাজ্য চৰকাৰে । ফলত দিনৰ পোহৰতে অবাধে চলি আহিছে কয়লাৰ অবাধ খনন আৰু সৰবৰাহ । শেষত যেনিবা দুৰ্ঘটনা সংঘটিত হোৱাত উপায়ন্তৰ হৈ পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকাত ভাৰতীয়া বায়ু সেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী এনডিআৰএফৰ সহায় বিচাৰি উদ্ধাৰ কাৰ্য ত্বৰান্বিত কৰিবলৈ বাধ্য হ’ল ।

ADVERTISEMENT

অবৈধ কয়লা খনিৰ শেহতিয়া এই হৃদয় বিদাৰক দুৰ্ঘটনা উমৰাংছ’ চহৰৰ পৰা পশ্চিমে ১৮ কিলোমিটাৰ আঁতৰত অৱস্থিত গ্রীণ মার্কেট (তিনিকিলো)ৰ নিচেই সমীপত সংঘটিত হৈছে। ইতিমধ্যে যোৱা নৱেম্বৰত ‘দৈনিক অগ্রদূত’-এ কাকতে নিজাববীয়াকৈ চৰজমিন তদন্ত কৰি সেই খনন কার্য যে সম্পূর্ণ অবৈধ, নীতিবহির্ভূত তাক সবিস্তাৰে প্ৰকাশ কৰিছিল। তদুপৰি এনে অবৈধ খননৰ ফলত দাঁতিকাষৰীয়া বাকা, বৰলক্ষিণডং, নিউ টুপুং গাঁৱৰ বস্তিবাৰী আৰু কৃষি ভূমি কেনেকৈ বিধ্বস্ত হৈ আহিছে, পৰিবেৱেশ-পাৰিপার্শ্বিকতাৰ প্রতি কেনে ধৰণে ভাবুকিৰ সৃষ্টি হৈছে এই কথাও ‘দৈনিক অগ্রদূত’ৰ প্ৰতিবেদনত প্রকাশ কৰা হৈছিল।

দুর্ভাগ্যজনক বিষয়টো হ’ল পূর্বৰ সেই প্রতিবেদনসমূহৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে তদন্ত কৰাৰ বিপৰীতে সমগ্র বিষয়টো গাপ দিয়াবহে চেষ্টা কৰা দেখা গ’ল। ৰাজ্য চৰকাৰৰ এনে উদাসীনতাৰ ফলতে সংঘটিত হ’ল শেহতীয়া এই মর্মান্তিক দুর্ঘটনা।

মঙলবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে যে আৰক্ষীয়ে ঘটনাটোৰ তদন্তৰ বাবে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্রণ) আইন, ১৯৫৭ৰ ধাৰা ৩(৫)/১০৫ বিএনএছ, আৰ ডব্লিউ ধাবা ২১(১)ব উদ্ধৃতিৰে উমৰাংছ’ আৰক্ষী থানাত গোচৰ নম্বৰ ০২/২০২৫ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। ‘প্ৰাৰম্ভিকতে ইয়াক এক অবৈধ খনি যেন লাগিছে’ বুলি মুখ্যমন্ত্রী ড° শর্মাই প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে গোচৰটোৰ সন্দৰ্ভত ইতিমধ্যে পুনিছ নুনিছাক আটক কৰা হৈছে বুলিও ৰাজহুৱা কৰিছে।

স্বাভাবিকতে প্রশ্ন উঠিছে যে, মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰা এই পুনিছ নুনিছা কোন? কাৰ আশীর্বাদত পুনিছ নুনিচাই মুকলিকৈ চলাই গৈছিল কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ? পুনিছ নুনিছাক আটক কৰি অসম চৰকাৰ তথা উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদে সমগ্র ঘটনাৰ মূল অপৰাধীক সুৰক্ষা প্রদানৰ ষড়যন্ত্রত লিপ্ত হৈছে বুলিহে চর্চা চলিছে।

দুর্ঘটনা সংঘটিত হোৱা অবৈধ কয়লা খনিৰ দাঁতিকাষৰীয়া বাক্কা, নিউ টুম্বং আৰু বৰলক্ষিণডং গাঁৱৰ স্থানীয় বাসিন্দাকে ধৰি বৃহত্তৰ উমৰাংছ’ৰ ৰাইজৰ সৰ্বজনবিদিত যে পুনিছ নুনিছা উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱোলাল গৰ্লোছাৰ অত্যন্ত ঘনিষ্ঠ আৰু নুনিছা তৃণমূল পর্যায়ৰ ‘সৰু-সুৰা লোকেল’ মাফিয়া। দেৱোলাল গৰ্লোছাৰ নির্দেশতে নুনিছাই কেবল শ্রমিক আৰু খনিৰ পৰিচালনাহে কৰে।

বৃহত্তৰ উমৰাংছ’ৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ মূল চৰ্দাৰ দেৱোলাল গৰ্লোছাহে। স্থানীয় ৰাইজৰ অভিযোগ, দেৱোলাল গর্লোছাক এনে দিন ডকাইতি চলাবলৈ লাইচেন্স প্রদান কৰিছে দিছপুৰৰ বৰমূৰীয়াসকলেই। কিহৰ বিনিময়ত এনেদৰে লুণ্ঠন চলাবলৈ দিয়া হৈছে সেয়া কাৰো অজ্ঞাত হৈ থকা নাই।

স্বাভাৱিকতে প্রশ্ন হয়, ইতিমধ্যে মৃত অৱস্থাত উদ্ধাৰ কৰা আৰু খনিৰ তিনিশ ফুট গভীৰতাত এতিয়াও আবদ্ধ হৈ থকা শ্রমিকৰ কাৰণে কেৱল ইতিমধ্যে আটক কৰা পৃনিছ নুনিছাই দায়ী নে? উমৰাংছ’ৰ অবৈধ কয়লা খনন আৰু সৰবৰাহৰ মূল অভিযুক্ত তথা উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গর্লোছা তদন্তৰ আওতালৈ আহিব নে?

ইতিমধ্যে পার্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গর্লোছাৰ নেতৃত্বত কিদৰে দুৰ্ঘটনা সংঘটিত অঞ্চলত অবৈধ কয়লা খনন চলি আছে সেই সম্পর্কে বিতং প্রতিবেদন ‘দৈনিক অগ্রদূত’ত প্রকাশ পাইছে। ‘দৈনিক ‘অগ্রদূত’ৰ চৰজমিন তদন্তত উদ্ধাৰ হোৱা তথ্য অনুসৰি, পার্বত্য জিলা ডিমা হাছাওত যি ধৰণে থলুৱা ভূমিপুত্ৰসকলৰ ওপৰত শোষণ, নিষ্পেষণ আৰু অমানবীয় দমন, উৎপীড়ন চলি আহিছে তাক ভাষাৰে বুজোৱাটো সহজ নহয়।

দৰাচলতে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বই হওক বা বহিৰাগত পুঁজিপতিয়েই হওক, সকলো মিলি ভূমিপুত্ৰ কাৰ্বি, ডিমাছা, কুকি, মাৰ, বেটে, বাংখল, জেমি, বড়োসকলৰ ওপৰত যি ধৰণৰ অমানৱীয় শোষণ চলাই আছে তাক পার্বত্য জিলাখনলৈ গৈ নিজে নাচালে অনুভর কৰাটো সম্ভৱ নহয়। এই ধাৰা দশকৰ পাছত দশক ধৰি চলি আহিছে।

উদাহৰণ স্বৰূপে অসম চৰকাৰৰ অসম খনিজ পদার্থ উন্নয়ন নিগম লিমিটেডৰ অধীনত ৮০ৰ দশকৰ পৰাই কপিলী নদীৰ দাঁতিকাষৰীয়া পাহাবসমূহত ‘ৰেট হ’ল’ (নিগনিৰ দবে খান্দি যোৱা) পদ্ধতিবে কয়লাব খনন কৰি অহা হৈছে। খনন কৰি উলিওৱা কয়লা উমৰাংছ’ৰ ‘গ্রীণ মার্কেট’ অঞ্চলত জমা কৰা হয়। উৎপাদিত এই বৃহৎ পৰিমাণৰ কয়লাৰ মূল বজাৰ হ’ল জিলাখনৰ ঔদ্যোগিক চহৰ উমবাংছ’ব চিমেন্ট কাৰখানাসমূহ। লগতে হোজাই জিলাৰ লংকা হৈয়ো ট্রাকে ট্রাকে বহিঃৰাজ্যলৈ কয়লাৰ বপ্তানি কৰা হয়। এতিয়া প্রশ্ন হ’ল- এই উৎপাদিত কয়লাৰ বিনিময়ত লাভ কৰা ৰাজহ ক’লৈ যায়?

স্থানীয় ৰাইজ, দল-সংগঠন আৰু সচেতন নাগৰিকে ‘দৈনিক অগ্রদূত’ৰ আগত সদৰী কৰে যে পাহাৰীয়া জিলাখনৰ পাহাৰ-পর্বত ধ্বংস কবি, থলুৱাৰ কৃষিভূমি মৰুভূমিত পৰিণত কৰি খনন কৰা কয়লাৰ সিংহভাগ ৰাজহ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰ্লোছাৰ জেপলৈ যায়। অধিকাংশ কয়লা জিলাখনত স্থাপন কৰা চিমেণ্ট কাৰখানাসমূহলৈ চৰকাৰী চালান অবিহনেই যোগান ধৰা হয় আৰু এই সমগ্র ছিন্ডিকেট প্রত্যক্ষভাবে গৰ্লোছাৰ হাতৰ মুঠিত আবদ্ধ।

শেহতীয়াকৈ কোনো চৰকাৰী বিধি ব্যবস্থা নমনাকৈ, অসম তথা ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগ-মন্ত্রণালয়ৰ কোনো ধৰণৰ অনুমতি নোহোৱাকৈ অত্যন্ত সংগোপনে মুখ্য কার্যবাহী সদস্য গর্লোছাৰ নির্দেশমর্মে উমৰাংছ’ৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বত পশ্চিমে অৱস্থিত বৰলক্ষিণডং গাঁৱৰ বৃহৎ কৃষিভূমিত অবৈধভাৱে কয়লাৰ মুক্ত খনন চলোৱা হয়।

বৰলক্ষিণডং গাঁৱৰ স্থানীয় ৰাইজে ‘দৈনিক অগ্রদূত’ৰ আগত ক্ষোভ প্রকাশ কৰি কয় যে একাংশ স্থানীয় মাফিয়াৰ নিয়ন্ত্রণত থকা উক্ত অবৈধ কয়লা খনিৰ পৰা উপার্জিত সমুদায় ধন মুখ্য কার্যবাহী সদস্য গর্লোছাৰ হাতলৈ যায়। প্রতিবাদ কৰিলেই মৃত্যুৰ ভাবুকি, অমানুষিক শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হয় স্থানীয় ৰাইজ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: COAL MINE TRAGEDYCOAL MINE TRAGEDY IN DIMA HASAODima Hasaoউত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদকয়লা খননকয়লা খনন আৰু সৰবৰাহদেৱোলাল গর্লোছা
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d