Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা

    ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Delhi Cold: মৃত্যুদূতলৈ পৰিণত হৈছে ঠেটুৱৈ লগা শীত, প্ৰচণ্ড ঠাণ্ডাত ৪৭৪ জন গৃহহীন লোকৰ মৃত্যু

publisher by publisher
January 12, 2025
in News, National
Reading Time: 1 min read
0
Delhi Cold

Delhi Cold

1
SHARES
12
VIEWS
ShareShareShareShare

দেশৰ ভিন্ন প্ৰান্তত শীতৰ প্ৰকোপে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে । তাৰ ভিতৰত ব্যতিক্ৰম নহয় দিল্লী । এইবাৰ দিল্লীত ঠেটুৱৈ লগা শীতে ঘাতকলৈ পৰিৱৰ্তিত হৈছে । ঠাণ্ডাৰ ফলত ১৫ নৱেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ দিল্লীত ৪৭৪ জন গৃহহীন লোকৰ মৃত্যু হৈছে এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ।

ADVERTISEMENT

চেণ্টাৰ ফৰ হোলিষ্টিক ডেভেলপমেণ্ট (CHD)ৰ কাৰ্যবাহী সঞ্চালক সুনীল কুমাৰ আলেদিয়াই দিল্লীৰ মুখ্য সচিব ধৰ্মেন্দ্ৰ সিং আৰু দিল্লী নগৰ আশ্ৰয় উন্নয়ন ব’ৰ্ডৰ (DUSIB) মুখ্য কাৰ্যবাহী বিষয়ালৈ এখন পত্ৰৰ জৰিয়তে ৰাজধানী চহৰখনত ঠাণ্ডাৰ ফলত মৃত্যু হোৱা লোকসকলৰ তথ্য প্ৰদান কৰে । তেওঁ লগতে পত্ৰখনত মৃত্যুক প্ৰতিহত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে । গৃহহীন লোকসকলক আৱাস আৰু আৰ্থ-সামাজিক সুৰক্ষা প্ৰদান কৰাৰ বাবেও দাবী উত্থাপন কৰা হৈছে পত্ৰখনত ।

RelatedPosts

No Content Available

আৰক্ষীৰ তথ্য অনুসৰি, এতিয়াও মৃত্যু হোৱা বেছিভাগ মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই। আলেদিয়াই পত্ৰখনত এইটোও লিখিছে যে ঠাণ্ডাৰ ফলত গৃহহীন লোকসকলৰ মৃত্যু প্ৰতিহত কৰিবলৈ অধিক আশ্ৰয় গৃহ আৰু কাপোৰৰ ব্যৱস্থা কৰিব লাগে ।

আলেদিয়াই লগতে পত্ৰখনত উল্লেখ কৰে যে, শীতকালটো দিল্লীৰ গৃহহীন লোকসকলৰ বাবে ‘মৃত্যুদূত’ হিচাপে প্ৰমাণিত হ’ব নালাগে। এই প্ৰচণ্ড শীতে গৃহহীন লোকসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে, যাৰ ফলত মৃত্যু আৰু ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ভয়াবহভাৱে বৃদ্ধি পাইছে । পদপথত বাস কৰা লোকসকলৰ বাবে শীতকালটো নিদ্ৰাহীন নিশা আৰু ত্ৰাসলৈহে পৰিণত হৈছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Center for Holistic DevelopmentDelhi chief secretary Dharmendra SinghDelhi ColdDelhi Urban Shelter Improvement Board
publisher

publisher

Related Posts

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
India

May 14, 2025
ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 
India

ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
News

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
India

ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d