Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Football:১০ জন খেলুৱৈয়ে খেলা কেৰালাৰ বিৰুদ্ধে গ’ল কৰাত ব্যৰ্থ নৰ্থ ইষ্ট ইউনাইটেড

Football: ক্ৰমাগত চতুৰ্থ মেচত ড্ৰ খেলি আশাহত কৰিলে সমৰ্থকক

publisher by publisher
January 18, 2025
in Sports, Gaming, India
Reading Time: 1 min read
0
Football:১০ জন খেলুৱৈয়ে খেলা কেৰালাৰ বিৰুদ্ধে গ’ল কৰাত ব্যৰ্থ নৰ্থ ইষ্ট ইউনাইটেড

Sandeep Singh Soraisham of Kerala Blasters FC and Jthin M.S of NorthEast United FC in action during match 103 of the Indian Super League (ISL) 2024 -25 season played between Kerala Blasters FC vs NorthEast United FC held at the Jawaharlal Nehru Stadium in Kerala on 18th January 2025. Photos : R. Parthibhan / Focus Sports / FSDL

1
SHARES
7
VIEWS
ShareShareShareShare

Football: ১০ জন খেলুৱৈয়ে মেচৰ ৬০ মিনিট সময় খেলাৰ পাছতো কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে গ’ল কৰাত বিফল হ’ল নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৷ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলত শনিবাৰে কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ঘৰুৱা দল কেৰালা ব্লাষ্টাৰ্ছ আৰু নৰ্থ ইষ্ট ইউনাইটেডে গ’ল শূন্য ড্ৰ খেলি পইণ্ট ভগাই লয় ।

ADVERTISEMENT

উল্লেখ্য যে এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ ক্ৰমাগত চতুৰ্থ ড্ৰ মেচ ৷ ইয়াৰ পূৰ্বে গুৱাহাটীত তিনিখন মেচ ড্ৰ খেলি কোচিলৈ যোৱা নৰ্থ ইষ্ট ইউনাইটেডে ক্ৰমাগত ষষ্ঠ মেচত নিজৰ অপৰাজেয় ধাৰা অব্যাহত ৰাখিলেও যোৱা চাৰিখন মেচত দলে আঠ পইণ্ট হেৰুৱাটো স্বাভাৱিকতে নকআউটৰ সমীকৰণত আউল লগাব ৷

RelatedPosts

Great Footballer Pele Passes Away : বৰ্ষৰ শেষত দু:খবৰ : ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শতিকাৰ শ্ৰেষ্ঠ ফুটবলাৰ পেলেৰ :

2

খেলৰ আৰম্ভনিৰ পৰাই আক্ৰমণৰ ৰণনীতি লোৱা উভয় দলে খেলপথাৰত উত্তেজনাৰ বশবৰ্তী হৈ বিধি নিষিদ্ধ আচৰণ কৰে ৷ যাৰবাবে ৰেফাৰীয়ে প্ৰথমাৰ্ধতে চাৰিখন কাৰ্ড দেখুৱাব লগা হয় ৷ ইয়াৰে তিনিখন হালধীয়া কাৰ্ড নৰ্থ ইষ্ট ইউনাইটেডৰ আজাৰাই, নিকছন আৰু মহম্মদ বেমামিৰক দিয়া হয় ৷ আনহাতে, মেচৰ ৩০ মিনিটত কেৰালাৰ আইবানভা ডহলিঙক ৰঙা কাৰ্ড দিয়ে ৰেফাৰীয়ে ৷

এই ঘটনাৰ পাছতে কেৰালাই ৰণনীতি সলনি কৰি নৰ্থ ইষ্টৰ আক্ৰমণ ৰক্ষা কৰাৰ কঠিন প্ৰত্যাহ্বানত নিজকে সমৰ্পন কৰে ৷ দলে এই ৰণনীতিত সফলো হয় ৷ ১০ জনৰে খেলা বিপক্ষক চাপত পেলাই গল দিবলৈ সক্ষম নহ’ল লীগত সৰ্বাধিক গ’ল কৰা নৰ্থ ইষ্ট ইউনাইটেডে ৷

1

উল্লেখ্য যে উভয় দলৰ এয়া লীগৰ ১৭ সংখ্যক মেচ আছিল ৷ ২৫ পইণ্টৰে তালিকাৰ পঞ্চম স্থানত থকিল নৰ্থ ইষ্ট ইউনাইটেড ৷ ইফালে, ২১ পইণ্টৰে তালিকাৰ নৱম স্থানত থাকিল কেৰালা ব্লাষ্টাৰ্ছ ৷

নৰ্থ ইষ্ট ইউনাইটেডে লীগৰ পৰবৰ্তী মেচখন পুনৰ ঘৰত খেলিব ৷ অহা ২৯ জানুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’ব লগা মেচত দলে হায়দৰাবাদ এফ চিৰ মুখামুখি হ’ব ৷ উল্লেখ্য যে ইয়াৰপূৰ্বে নৰ্থ ইষ্ট ইউনাইটেডে হায়দৰাবাদক ঘৰতে ৫-২ গলত পৰাস্ত কৰিছিল ৷ ইফালে, কেৰালা ব্লাষ্টাৰ্ছে পৰবৰ্তী মেচ খেলিবলৈ কলকাতালৈ যাব ৷ অহা ২৪ জানুৱাৰীত যুৱ ভাৰতী ক্ৰীড়াংগনত কেৰালাই ঘৰুৱা দল ইষ্ট বেংগল এফ চিৰ মুখামুখি হ’ব ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indian Football Associationindian super league
publisher

publisher

Related Posts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d