Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Lack of irrigation:জলসিঞ্চন অভাৱ- শ্ৰেণী পৰিৱৰ্তন – খহনীয়াত ৰাজ্যত হ্ৰাস কৃষিভূমিৰ

publisher by publisher
January 20, 2025
in Assam, News
Reading Time: 1 min read
0
Lack of irrigation:জলসিঞ্চন অভাৱ- শ্ৰেণী পৰিৱৰ্তন – খহনীয়াত ৰাজ্যত হ্ৰাস কৃষিভূমিৰ
1
SHARES
13
VIEWS
ShareShareShareShare

জলসিঞ্চনৰ অভাৱ- শ্ৰেণী পৰিৱৰ্তন – খহনীয়াত ৰাজ্যত হ্ৰাস কৃষিভূমিৰ

ADVERTISEMENT

ৰাজ্যৰ কৃষিভূমিৰ সৰ্বাধিক ১১লাখ হেক্টৰতহে জলসিঞ্চনৰ সুবিধা আছে

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

:অর্থনীতি নিৰ্ভৰ অসমৰ কৃষকক উৎসাহিত কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰিছে যদিও ৰাজ্যত কৃষি ভূমি হ্ৰাসৰ তথ্য প্রকাশ হৈছে। উৎপাদন বৃদ্ধিৰ বাবে অধিক উৎপাদনক্ষম বীজ যোগান ধৰা, বানৰ পাছত সাহায্য আগবঢ়োৱা, উৎপাদিত ফচল ন্যূনতম সমর্থিত মূল্যত বিক্ৰীৰ সুবিধা কৰি দিয়া আদি কৃষকক সকাহ প্ৰদান কৰা ইখনৰ পাছত সিখন আঁচনি ৰূপায়ণ কৰা হৈছে।1 18 768x513 1

তাৰ পাছতো কৃষি বিভাগৰ বাবে প্রত্যাহ্বান হৈছে কৃষিভূমিৰ পৰিমাণ হ্রাস হোৱাটো। উদ্যোগীকৰণৰ নামত কৃষিভূমি ঔদ্যোগিক ভূমিলৈ পৰিৱৰ্তন কৰা, খহনীয়া, দুর্দশাগ্রস্ত জলসিঞ্চন ব্যৱস্থা আদিয়ে কৃষিভূমি হ্রাস হোৱাৰ কাৰণ বুলি আৰু অসম কৃষি বিশ্ববিদ্যালয় আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্রতিষ্ঠানে চিহ্নিত কৰিছে।

দুয়োটা প্রতিষ্ঠানে লগতে এই তথ্যও নিশ্চিত কৰিছে যে যি কৃষিভূমি বর্তমান আছে, তাতো কৃষিকৰ্মৰ মাত্রা হ্রাস হৈছে। ইয়াৰ কাৰণো উল্লিখিত কেইটাই বুলি প্রতিষ্ঠান দুটা নিশ্চিত হৈছে। কৃষিভূমি হ্রাস আৰু কৃষিকৰ্মৰ মাত্রা হ্রাস হোৱাৰ প্রভাব পৰিছে হ্রাস হোৱাৰ কাৰণ বুলি আৰু অসম কৃষি বিশ্ববিদ্যালয় আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্রতিষ্ঠানে চিহ্নিত কৰিছে।

দুয়োটা প্রতিষ্ঠানে লগতে এই তথ্যও নিশ্চিত কৰিছে যে যি কৃষিভূমি বর্তমান আছে, তাতো কৃষিকৰ্মৰ মাত্রা হ্রাস হৈছে। ইয়াৰ কাৰণো উল্লিখিত কেইটাই বুলি প্রতিষ্ঠান দুটা নিশ্চিত হৈছে। কৃষিভূমি হ্রাস আৰু কৃষিকৰ্মৰ মাত্রা হ্রাস হোৱাৰ প্রভাৱ পৰিছে ৰাজ্যৰ অর্থনীতিত।

প্রতিষ্ঠান দুটাই চলোৱা অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে যে অসমত কৃষিকার্যৰ প্রতি আকর্ষণ থকা লোকৰ সংখ্যা কম নহয়; কিন্তু তেওঁলোকে কৃষিৰ বাবে জলসিঞ্চনকে ধবি যিবোৰ আধুনিক সুবিধা বিচাৰে, পথাৰত সেইবোৰৰ অভাৱ থকাত পিছুৱাবলৈ বাধ্য হৈছে।

‘আনহাতে, ৰাজ্যত উদ্যোগীকৰণৰ নামত চৰকাৰে কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰত অগ্ৰাধিকাৰ দিছে। ইয়াৰ মূলত নিশাৰ ভিতৰতে বৃহৎ পৰিমাণৰ কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰিত হৈছে। পথাৰৰ মাজৰ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটুকুৰা মাটি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰৰ পাছত তাৰ প্ৰভাৱ কাষৰ মাটিৰ গৰাকীব ওপৰতো পৰে। তেনে ভূমিৰ যিবোৰত উদ্যোগ স্থাপন হৈছে, তাৰ নেতিবাচক প্রভাৱ কাষৰ ভূমিতো পৰিছে। তাৰ ফলত কৃষিকার্যত বাধাৰ সৃষ্টি হৈছে। এনেদৰে সামগ্রিকভাবে বৃহৎ প্ৰভাৱ পৰিছে ৰাজ্যৰ কৃষি অর্থনীতিত।

চৰকাৰৰ তথ্য অনুসৰি, বৰ্তমান ৰাজ্যত ২৭ লাখ কৃষক পৰিয়াল আছে; কিন্তু তাবে এটা বৃহৎ অংশই কৃষিকার্য কৰিবলৈ বাদ দিছে। ফলস্বৰূপে কৃষি উৎপাদনত ইয়াব প্রভাৱ পৰিছে। কৃষি বিভাগৰ তথ্য অনুসৰি, ২০২১-২২ৰ তুলনাত ২০২২-২৩ত ৰাজ্যত ধান খেতি কৰা অঞ্চলৰ পৰিমাণ ১.৯৫ শতাংশ হ্রাস হয়।

বাজ্যৰ কৃষি অর্থনীতিৰ বিষয়টোক লৈ বিভিন্ন সংস্থাই অধ্যয়ন অব্যাহত ৰাখিছে। উত্তৰ-পূব পৰিষদ (এনইচি)-এ কৰা শেহতীয়া এক জৰীপত উল্লেখ কৰা হৈছে যে ২০১০-১১ত অসমত কৃষিভূমিৰ পৰিমাণ আছিল প্রায় ২৮ লাখ হেক্টৰ। ভূমিৰ সেই পৰিমাণ ২০২৩-২৪ত ২৬ লাখ হেক্টৰলৈ হ্রাস হয়। অর্থাৎ দুই লাখ হেক্টৰ কৃষিভূমি এই সময়ছোৱাত ৰাজ্যৰ পৰা উধাও হয়। ভূতৰ ওপৰত দানহ পৰাদি ইয়াৰ ওপৰঞ্চি ২০২৩-২৪ত বাজ্যত খেতি নকৰাকৈ ছন পেলাই থোৱা ভূমিৰ পৰিমাণো আছিল উদ্বেগজনক।

প্রায় ১০ লাখ হেক্টৰ ভূমি এই সময়ছোৱাত অব্যবহৃত হৈ পৰি থাকে। এই ভূমিক লৈ চলা জবীপত দেখা যায় যে জলসিঞ্চনৰ অভাৱ, উদ্যোগীকৰণৰ প্ৰভাৱ, বতৰ পৰিৱৰ্তন আৰু শ্ৰমৰ বিপৰীতে লাভৰ পৰিমাণ কম হোৱাৰ আশংকাত গৰাকীসকলে কোনো কৃষিকার্য নকৰাকৈ তেওঁলোকৰ ভূমি ছন পেলাই থয়। কৃষকক উৎসাহিত কৰিবলৈ বিভাগে গ্রহণ কৰা আঁচনিৰ প্রতিও সেইসকল ভূমিৰ গৰাকীয়ে বিশেষ উৎসাহ প্রদান নকৰিলে।

প্রসংগক্রমে উল্লেখ্য যে অসমৰ মুঠ কৃষিভূমিৰ সৰ্বাধিক ১১ লাখ হেক্টৰতহে জলসিঞ্চনৰ সুবিধা আছে। অৱশ্যে ইয়াৰো বহু প্রকল্প অকামিলা হৈ পৰি থকাত প্ৰকৃততে পানী যোগান চলি থকা কৃষিভূমিৰ পৰিমাণ কম বুলি বিভাগৰ সূত্ৰই সদৰী কৰে। আনকি শালি ধানৰ খেতিব সময়তো ৰাজ্যত কৃষিকার্য কৰা ভূমিৰ পৰিমাণ কম হৈ থকাটো উদ্বেগজনক বুলি বিভাগীয় তথ্যত উল্লেখ কৰা হৈছে।

এই খেতি কৰাৰ সময়ত স্বাভাৱিকভাৱে বৰষুণৰ বতৰ আৰম্ভ হয়; কিন্তু বতৰ পৰিৱৰ্তনৰ বাবে সম্প্রতি বাৰিষাৰ সময়তো বহু সময়ত পৰ্যাপ্ত বৰষুণ নহয়। তদুপৰি ৰাজ্যৰ সকলো স্থানতে বৰষুণৰ পৰিমাণ সমান নাথাকে। ফলত বাৰিষাতো বহু পথাৰত জলসিঞ্চনৰ অতিকৈ প্রয়োজন। সেইখিনি সুবিধা নথকাৰ বাবে ২০২১৩ ১.২১ লাখ হেক্টব ভূমিত শালি ধানৰ খেতি কৰা হৈছিল যদিও ২০২২ত সেই পৰিমাণ ০.৭ লাখ হেক্টৰলৈ হ্রাস হয়। ২০২৩ আৰু ২০২৪তো হ্রাসৰ মাত্রা অব্যাহত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamAssam AgricultureAssam Irrigation DepartmentIrrigation
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d