Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Singer Monali Thakur Rushed To HospitaL as The Struhggles To Breatthe During Live Performance:সংগীতানুষ্ঠানত হঠাৎ অসুস্থ কণ্ঠশিল্পী মনালী ঠাকুৰ

উত্তৰ বংগৰ এক সংগীতানুষ্ঠানত অসুস্থ বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী গৰাকী, শ্বাহ-প্ৰশ্বাস লোৱাত অসুবিধা মনালীৰ, নিশাই ভৰ্তি কৰা হয় চিকিৎসালয়ত, বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত মনালী 

publisher by publisher
January 23, 2025
in News, India
Reading Time: 2 mins read
0
Singer Monali Thakur Rushed To HospitaL as The Struhggles To Breatthe During Live Performance:সংগীতানুষ্ঠানত হঠাৎ অসুস্থ কণ্ঠশিল্পী মনালী ঠাকুৰ
1
SHARES
10
VIEWS
ShareShareShareShare

Singer Monali Thakur Rushed To Hospital as The Struhggles To Breathe During Performance:

বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মনালী ঠাকুৰ হঠাতে অসুস্থ ৷ উত্তৰবংগৰ এক সংগীতানুষ্ঠানত যোৱা নিশা সংগীত পৰিবেশন কৰি থকা অৱস্থাত শ্বাহ-প্ৰশ্বাস লোৱাত অসুবিধা হয় মনালীৰ ৷যাৰবাবে অনুষ্ঠান আধাতে সামৰি ততাতৈয়াকৈ মনালীক ভৰ্তি কৰা হয় দিনহাটা মহকুমা অসামৰিক চিকিৎসালয়ত ৷

ADVERTISEMENT

উল্লেখ্য যে উত্তৰবংগৰ দিনহাটা মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰি আছিল সাৱাৰ লুন আৰু মহ মহ কে ধাগেৰ দৰে হিট গীতৰ বাবে পৰিচিত জনপ্ৰিয় প্লেবেক গায়িকা গৰাকীয়ে ৷

RelatedPosts

No Content Available

আনহাতে মনালীৰ দিনহাটা হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে মনালী ঠাকুৰক এম্বুলেন্সেৰে কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ বতৰ্মান চিকিৎসালয় খনৰ বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে কন্ঠশিল্পী গৰাকীক ৷ মনালী ঠাকুৰে এতিয়ালৈকে ছ’চিয়েল মিডিয়াত কোনো স্বাস্থ্য আপডেট শ্বেয়াৰ কৰা নাই ।

উল্লেখ্য যে,কেইসপ্তাহমানৰ পূৰ্বে মনালীয়ে এক ঘটনাৰ বাবে বাতৰি শিৰোনাম দখল কৰিছিল ৷ বাৰাণসীত তেওঁ সংগীত পৰিৱেশন কৰি থকা অৱস্থাত হঠাতে সংগীতানুষ্ঠান বন্ধ কৰি দিয়ে ৷ তেওঁৰ অভিযোগ মঞ্চৰ ব্যৱস্থাপনাত ব্যাপক আসোঁৱাহ আছে ৷ ইয়াৰ বাবে হয়তো তেওঁৰ গোৰোহাৰ আঘাত হোৱাৰ আশংকা কৰে ৷ সেইবাবেই তেওঁ হঠাতে অনুষ্ঠান সামৰিব লগীয়া হোৱা বাবে উপস্থিত শ্ৰোতা – অনুৰাগীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে ৷

ইপিনে সংগীতানুষ্ঠান হঠাতে বন্ধ কৰি দিয়া সন্দৰ্ভত ইতিমধ্যে এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছিল য’ত স্বয়ং মনালীয়ে কৈছিল , “মোৰ টিম আৰু মই ইয়াত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ইমানেই উৎসাহিত হৈছিলো যদিও পিছত কেতবোৰ কাৰণত মই ক্ষুন্ন আৰু হতাশ হৈছো। মঞ্চৰ আন্তঃগাঁথনি আৰু ইয়াৰ অৱস্থানৰ দায়িত্ব আয়োজক কমিটিৰ ৷ আনকি মই গীত গাই থকা সময়ত গীতৰ তালে তালে নৃত্য কৰি থকা শিল্পী সকলে অনিয়ন্ত্ৰীত হৈ পৰিছিল ৷ তেওঁ লোক মোৰ কাষ চাপি আহিছিল ৷ মই মোৰ ভৰিৰ গোৰোহাত আঘাত হ’ব পৰাৰ আশংকা কৰিছিলোঁ ৷ এই সন্দৰ্ভত সোৱৰাই দিয়াও হৈছিল ৷

কণ্ঠ শিল্পী গৰাকীয়ে লগতে কয়, মোৰ গীত শুনিবৰ বাবে অগণন শ্ৰোতা আৰু অনুৰাগীৰ সমবেত হৈছিল সংগীতানুষ্ঠান খনত ৷ এনে প্ৰেক্ষাপটত মই আয়োজকৰ এনে অৰাজকতাৰ বাবে ৰাইজক কৈছিলো,’মই আপোনালোক সকলোৰে প্ৰতি জবাবদিহি, আৰু আপোনালোক মোৰ বাবে আহে, নহয়নে? গতিকে, এই সকলোবোৰৰ বাবে আপুনি মোক জবাবদিহি কৰিব। মই আন্তৰিকতাৰে ক্ষমা বিচাৰিছো যে আমি এই অনুষ্ঠানটো বন্ধ কৰিব লাগিব, কিন্তু মই নিশ্চিতভাৱে উভতি আহিম অচিৰেই । আৰু আশাকৰোঁ ইয়াতকৈ বহুত ভাল অনুষ্ঠান আপোনালোকক দিব পাৰিম। গতিকে, আমাক ক্ষমা কৰিব।”

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Rushed To HospitalSinger Monali ThakurStruhggles To Breathe During Performance
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d