Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নিয়ন্ত্ৰণৰ আওতালৈ ছ’চিয়েল মিডিয়াৰ উপৰি নেটফ্লিক্স-এমাজন প্রাইম-হটষ্টাৰ আদি

publisher by publisher
November 12, 2020
in India, News
Reading Time: 1 min read
0
নিয়ন্ত্ৰণৰ আওতালৈ ছ’চিয়েল মিডিয়াৰ উপৰি নেটফ্লিক্স-এমাজন প্রাইম-হটষ্টাৰ আদি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

ভাৰতত ৩১ লাখ কোটি বিনিয়োগ!

Memorandum Of Understanding Between The Inland Waterways Authority Of India And Amazon:ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজনৰে বুজাবুজি চুক্তি সম্পাদন

অনলাইন নিউজ পর্নেল আৰু নেটফ্লিক্স, এমাজন প্রাইম ভিডিঅ’ আৰু হটষ্টাৰআদিৰ দৰে বিনােদনধর্মী অনলাইন প্লেটফৰ্মক কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ অধীনলৈ অনা  হ’ব। কেন্দ্রীয় চৰকাৰে এই সম্পর্কীয় নির্দেশনা জাৰি কৰে। ফেচবুক, টুইটাৰ, ইনষ্টাগ্রাম আদিৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ক্ষেত্ৰতাে চৰকাৰী নিয়ন্ত্রণ প্রযােজ্য হ’ব।

ADVERTISEMENT

অনলাইন প্লেটফৰ্মৰ জৰিয়তে প্রচাৰিত চলচ্চিত্র, অডিঅ’-ভিজুৱেল আৰু বাতৰি, কাৰেণ্ট এফেয়াৰ্ছ আদি সকলাে মন্ত্রণালয়ৰ অধীনলৈ যাব। এই পর্যন্ত ডিজিটেল বিষয় বস্তু নিয়ন্ত্ৰণৰ বাবে কোনাে আইন অথবা স্বতন্ত্র সংস্থা নাছিল। প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াই ছপা মাধ্যম, দ্য নিউজ ব্রডকাষ্টাৰ এছ’চিয়েছন (এন বি এ)-এ নিউজ চেনেলৰ পুনৰীক্ষণ কৰে। বিজ্ঞাপনৰ বাবে আছে এডভাটাইজিং ষ্টেণ্ডার্ড কাউঞ্চিল অৱ ইণ্ডিয়া আৰু চলচ্চিত্ৰৰ নিয়ন্ত্ৰণৰ বাবে আছে চেন্ট্রেল ব’র্ড অৱ ফিল্ম চার্টিফিকেচন।

এতিয়াৰে পৰা আৰু স্বাধীন’ হৈ নাথাকে ‘অ’ টি টি’ প্লেটফর্ম। অনলাইনৰ অডিঅ’ ভিজুৱেল বিষয়বস্তুৰ পৰা সংবাদ সকলােতে কঠোৰ দৃষ্টি ৰাখিব কেন্দ্রীয় চৰকাৰে। বহুদিন ধৰি জল্পনা-কল্পনা অব্যাহত আছিল এই বিষয়ত। স্বতন্ত্র সংস্থাই ‘অভাৰ দ্য ট’প’ অথবা অ’ টি টি প্লেটফর্ম নিয়ন্ত্রণ কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ত চলি থকা এক গােচৰকালীন যােৱা মাহত এই সন্দৰ্ভত কেন্দ্ৰৰ মতামত বিচাৰিছিল।

অ’ টি টি প্লেটফৰ্মত আছে নিউজ পৰ্টেলৰ লগতে হটষ্টাৰ, নেটফ্লিক্স, এমাজন প্রাইম ভিডিঅ’ আদিৰ দৰে স্ট্রিমিং ছার্ভিছেছ (সেৱা)। অ’ টি টি স্ট্রিমিং আৰু বিভিন্ন ডিজিটেল মিডিয়া মঞ্চ বা প্লেটফর্মে চিত্র নির্মাতা তথা
শিল্পীসকললৈ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। এইসকলে তেওঁলােকৰ ছবি অথবা ছিৰিজৰ বাবে চেঞ্চৰ ব’ৰ্ডৰ পৰা সেউজ সংকেত বা প্রমাণপত্র সংগ্রহৰ উদ্বেগমুক্ত হৈ অনলাইনযােগে মুকলি কৰিব পাৰে। এই কথা আদালতৰ আবেদনত উল্লেখ কৰা হৈছে।

সময়ৰ লগে লগে এনে অ’ টি টি প্লেটফর্ম বা ডিজিটেল সংবাদ মাধ্যমৰ চাহিদা বৃদ্ধি পাইছে। ইণ্টাৰনেট আৰু স্মার্টফোনৰ সুবাদত দেশৰ চুকে-কোণে এই মাধ্যম বিস্তাৰিত হৈছে। বিশেষকৈ তলাবন্ধৰ সময়ছােৱাত সকলােৰে বাবে প্রিয় হৈ পৰে অ’ টি টি।

এই দিশলৈ লক্ষ্য ৰাখি নেটফ্লিক্স, এমাজন প্রাইম আৰু হটষ্টাৰৰ দৰে জনপ্রিয় ৱেব মাধ্যমসমূহে ভাৰতৰ বজাৰ দখল কৰিবলৈ তৎপৰ হৈ পৰে। এনে বিভিন্ন ৱেব ছিৰিজত যৌনতা, অশ্লীল ভাষা প্রয়ােগ অথবা হিংসাত্মক ঘটনা প্রদর্শনৰ অভিযােগ উঠিছে।

বহু সময়ত এনে ছিৰিজৰ বিষয়বস্তু প্রশ্নৰ সন্মুখীন হৈছে। নিউজ পৰ্টেল সমূহৰ বিৰুদ্ধে বহু সময়ত ভুল তথ্য প্রচাৰৰ অভিযােগ উত্থাপন হৈছে; কিন্তু নির্দিষ্ট আইন নথকা বাবে এইবােৰক নিয়ন্ত্রণ কৰাটো সম্ভৱ হােৱা নাছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmazonGovernment of IndiaNetflix
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d