Horoscope:
মেষ: বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব। চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা। প্ৰেম প্ৰণয়নত আৱেগ বৃদ্ধি। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬।
বৃষ: স্বাস্থ্যৰ ক্ষেত্ৰত সিমান বেয়া দেখা নাযায়। উচ্চ বিদ্যাত সাফল্য পাব। দাম্পত্যত বিবাদ থাকিব। দূৰ ভ্ৰমণৰ ইচ্ছা মনত জাগিব। শুভ ৰং নীলা। শুভ সংখ্যা ৭।
মিথুন: দিনটোত অনাৱশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব। প্রেম-প্রণয়নত আৱেগ বৃদ্ধি। সন্তানৰ প্ৰতিভাৰ বিকাশ। উচ্চবিদ্যাত সাফল্য পাব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭।
কর্কট: চাকৰিয়ালৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব। আর্থিকত বেয়া দেখা নাযায়। প্রেমত শুভ ফল আশা কৰিব পাৰে। বিদ্যাত মজলীয়া। শুভ ৰং নীলা, শুভ সংখ্যা ৬।
সিংহ: শাৰীৰিজক মধ্যম বুলি ক’ব পৰা যায়। চাকৰিয়ালৰ কাৰণে ভাল। ব্যৱসায়ত নতুন কামত হাত দিব পাৰে। প্ৰেমত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ২।
কন্যা: সন্তানৰ প্ৰতি নজৰ ৰাখক। দূৰ ভ্ৰমণৰ যোগ। বিদ্যার্থীসকল দিনটো ভালেই। ঘৰুৱা মতামত। নিবনুৱাৰ ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।
তুলা: আপুনি আজি ঘৰৰ পৰা ওলোৱাৰ আগত মন্দিৰত চাকি জুলাই ওলাব। সন্তানৰ পৰা ভাল খবৰ পাব। চাকৰিৰ ক্ষেত্ৰত ভাল। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।
বৃশ্চিক: পতি-পত্নীৰ প্ৰতি মনোমানিল্য দেখা যায়। খৰচৰ মাত্ৰাকিছু পৰিমাণে বাঢ়িব। শুভ ৰং বগা, শুভ সংখ্যা ২।
ধনু: সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আৱেগ বৰ্জন কৰক। বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰৰ প্ৰতি যত্ন লওক। প্রেমত অশুভ। শুভ ৰং কলা, শুভ সংখ্যা ৬।
মকৰ: বিয়া-বাৰুৰ যোগাযোগত বাধা আহিব। দূৰ ভ্ৰমণ আছে। প্রেমত মধ্যম। শুভ ৰং সোণালী, শুভ সংখ্যা ৭।
কুম্ভ: সামাজিক ব্যস্ততাত বৃদ্ধি হ’ব। বিদ্যাত সিমান ভাল দেকা নাযায়। স্বাস্থ্য ঠিকেই থাকিব। কৰ্মত অগ্রগতি। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।
মীন: দিনটো বিদ্যাত সিমান বাধা নাই। শৰীৰ ভালেই দেখা যায়। বন্ধুৰ পৰা সহায় পাব। প্ৰেমত শুভ। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ২।