Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 Dgp Gp Singh: গণৰাজ্য দিৱসত ৰাইজক জনসমাগম পৰিহাৰ কৰিবলৈ পৰামৰ্শ নিষিদ্ধ সংগঠনৰ

স্বাধীনতা দিৱস বৰ্জন-বন্ধৰ আহ্বান আলফা (স্বা)-এএছচিএন-জিপিআৰএনৰ, স্বাধীনতা দিৱসৰ বোমা সংস্থাপনৰ অভিজ্ঞতাৰে অধিক সতর্ক হৈছো: আৰক্ষী সঞ্চালক প্রধান সিং, গুৱাহাটী-ডিব্ৰুগড়ত নিৰাপত্তাৰ অভেদ্য দুৰ্গ গঢ়ি তুলিবলৈ তৎপৰতা অসম আৰক্ষীৰ, মহানগৰীৰ ডাষ্টবিন খালী ৰাখিবলৈ নির্দেশ জিএমচিক তিনি তৰপীয়া নিৰাপত্তা বেহুত খানাপাৰা, সন্দেহজনক স্থানত ধাৰাবাহিক টহল আৰক্ষী-নিৰাপত্তাৰক্ষীৰ

publisher by publisher
January 25, 2025
in India, Assam, News
Reading Time: 3 mins read
0
 Dgp Gp Singh: গণৰাজ্য দিৱসত ৰাইজক জনসমাগম পৰিহাৰ কৰিবলৈ পৰামৰ্শ নিষিদ্ধ সংগঠনৰ
1
SHARES
8
VIEWS
ShareShareShareShare

Dgp Gp Singh:

মাজত মাত্রকেইটামান বছৰ বাদ দি গণৰাজ্য আৰু স্বাধীনতা দিৱসৰ দিন দুটাক লৈ পুনৰ উদ্বেগজনক পৰিৱেশৰ সৃষ্টি হৈছে। বিশেষকৈ যোৱা ১৫আগষ্টত আলফা (স্বাধীন) ই গুৱাহাটীকে ধৰি ৰাজ্যৰ ২৪ টা স্থানত বোমা সংস্থাপন কৰাৰ পাছৰ পৰিৱেশ একপ্ৰকাৰ গুৰুতৰ হৈ পৰিছে। সেইবাবে এইবাৰৰ গণৰাজ্য দিৱস আৰক্ষী আৰু নিৰাপত্তা বাহিনীসমূহৰ বাবে প্রত্যাহ্বান হৈপৰিছে।

ADVERTISEMENT

সেই প্রত্যাহ্বানক প্রকাৰান্তৰে স্বীকাৰ কৰি গুৱাহাটীত আৰক্ষী সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে কয়, ‘যোৱা ১৫ আগষ্টত আলফা (স্বাঃ)ই আইই’ড স্থাপন কৰিছিল। সেই কাৰণে আমি বিশেষভাবে গণৰাজ্য দিৱসত সতৰ্ক হৈছো। আৰক্ষী, চিআৰপি সকলোৱে মিলি সন্দেহজনক স্থানবোৰত অভিযান চলাই আছে।’ সিঙে লগতে আলফা (স্বাঃ)ৰ মুৰব্বী পৰেশ বৰুৱাক অসমৰ উন্নয়নৰ ধাৰাত বাধাৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায়।

RelatedPosts

Republic Day Celebrating in Diphu-Haflong:ডিফু ,হামৰেণ আৰু হাফলঙতো ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন

Khanapara:সোমবাৰে সমগ্ৰ দেশত উদযাপিত হ’ব ৭৭ সংখ্যক গণৰাজ্য দিৱস

Cm Reaction:দিল্লীৰ বিস্ফোৰণৰ পিছত অসমত ফেচবুকত সন্ত্রাসবাদীক সমর্থন জনাই আদৰণি জনোৱাসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে ডিজিপিক : মুখ্যমন্ত্রী

উল্লেখ্য যে গুৱাহাটীত এইবাৰো খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইয়াৰ প্ৰস্তুতিৰ বুজ ল’বলৈ সেই স্থানত উপস্থিত হয় আৰক্ষী সঞ্চালক প্রধান সিং।

ইপিনে, খানাপাৰাৰ ৰাজ্যিক ভিত্তিত আয়োজিত কাৰ্যসূচীত নিয়ম অনুসৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই। ইয়াৰ বাবে প্ৰস্তুতিৰ সকলো ধৰণৰ আখৰা অব্যাহত আছে। বিশেষকৈ আৰক্ষী, স্কাউট এণ্ড গাইড আৰু এনচিচিৰ কেডেটসকলৰ আখৰা পূৰ্ণ গতিত অব্যাহত আছে। শুকুৰবাৰে পেৰেডৰ পোছাকসহ সকলোৱে আখৰা কৰে। মুঠ ৯৫০ জন অসম আৰক্ষীৰ জোৱানে ইয়াত মার্চ পাষ্ট প্ৰদৰ্শন কৰিব।

এই অনুষ্ঠানক লৈ নিৰাপত্তা ব্যৱস্থাও ব্যাপক ৰূপত গঢ়ি তোলা হৈছে তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰা হৈছে খেলপথাৰখনৰ লগতে চৌপাশৰ অঞ্চলত। যোৱা স্বাধীনতা দিৱসত বোমা সংস্থাপনৰ ভীতিয়ে খেদি ফুৰা অসম আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন স্থানত যানবাহনত কটকটীয়া তালাচী অব্যাহত ৰাখিছে। তদুপৰি সন্দেহজনক বিভিন্ন স্থানত পদ সঞ্চালন কৰা হৈছে। মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলতো একে ধৰণৰ নিৰাপত্তা ব্যৱস্থাই গঢ়ি তোলা হৈছে। চোৰাংচোৱাৰ সংখ্যাও বৃদ্ধি কৰিছে আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহে।

নিৰাপত্তাক লৈ শংকিত অসম আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানত থকা পৌৰ নিগমৰ ডাষ্টবিনবোৰ খালী ৰখাৰ নিৰ্দেশ দিছে। প্রয়োজন সাপেক্ষে জনবহুল অঞ্চলৰ ডাষ্টবিন সাময়িকভাৱে আঁতৰোৱাৰো সিদ্ধান্ত লোৱা হৈছে নিৰাপত্তাৰ বাবেই পথৰ কাষত জমা কৰি থোৱা পুৰণি বাহনবোৰো আঁতৰোৱাৰ প্ৰক্ৰিয়া কালিৰ পৰা অব্যাহত আছে উল্লেখ্য যে যোৱা স্বাধীনতা দিৱসত আলফা (স্বাঃ)ই পৰিত্যক্ত বাহনত কে’বাটাও বোমা সংস্থাপন কৰিছিল।

একে ধৰণে ডিব্ৰুগড়ৰ নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে। ডিব্ৰুগড়ত এইবাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাই। নিৰাপত্তাৰ দিশেৰে গুৱাহাটীৰ সমানে স্পর্শকাতৰ হিচাপে ডিব্ৰুগড়ন চিহ্নিত কৰা হৈছে। ডিব্রুগড় আৰু ইয়াৰ কাষৰীয়া জিলাকেইখনত আলফা (স্বাঃ)ৰ সক্রিয়তা দীর্ঘদিনৰে পৰা গুৰুতৰ সমস্যা হিচাপে আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহে গ্ৰহণ কৰি আহিছে। এনে পৰিৱেশৰ মাজতে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব।

#আদৰণি পেৰেডৰ আয়োজন

ইপিনে, গণৰাজ্য দিৱসক আদৰণি জনাবলৈ আজি প্রাক্ বিশেষ পেৰেডৰ আয়োজন কৰে অসম আৰক্ষীয়ে। মহানগৰীৰ লতাশিল খেলপথাৰত আৰম্ভ হোৱা এই পেৰেডে পাণবজাৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে। তাৰ পাছত পুনৰ লতাশিল খেলপথাৰলৈ উভতি আহে। ইয়াৰ বাবে পেৰেডৰ সময়ছোৱাত লতাশিল খেলপথাৰ আৰু পাণবজাৰ অঞ্চলক কেন্দ্ৰ কৰি যানবাহন চলাচলত নিয়ন্ত্ৰণ কৰা হয়।

#আলফা (স্বাঃ) সহ তিনি সংগঠনৰ বন্ধৰ আহ্বান: জনসমাগম এৰাই চলিবলৈ ৰাইজক পৰামৰ্শ

:সমাগত গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে আলফা (স্বাঃ) সহ উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা প্রধান উগ্রপন্থী সংগঠনে। আলফা (সাঃ)ৰ লগতে এনএছচিএন আৰু জিপিতৰণনে এক যৌথ বিবৃতিত এয়া ঔপনিবেশিক ভাৰতৰ কাৰ্যকলাপ বুলি উল্লেখ কৰি ইয়াৰ প্ৰতিবাদত সংগঠন তিনিটাই প্রতিনিধিত্ব কৰা তিনিখন ৰাজ্য অসম, নগালেণ্ড আৰু অৰুণাচলত ২৬ জানুৱাৰী মাজনিশা এক বজাৰ পৰা সন্ধিয়া ছয় বজালৈ সৰ্বাত্মক বন্ধৰ আহ্বান জনাইছে। বিবৃতিটোত ৰাজ্যকেইখনৰ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠনক গণৰাজ্য দিৱস সম্পূর্ণ বৰ্জনৰ লগতে বন্ধৰ সময়ছোৱাত সকলো অনুষ্ঠান-প্রতিষ্ঠান আদিত জনসমাগম পৰিহাৰ কৰিবলৈয়ো আহ্বান জনোৱা হৈছে। অৱশ্যে বন্ধৰ সময়ছোৱাত স্বাস্থ্যসেৱাৰ দৰে অত্যাৱশ্যকীয় জৰুৰীকালীন সেবাসমূহৰ উপৰি সংবাদ মাধ্যমৰ কাম-কাজ অব্যাহত ৰখাত কোনো বাধা-নিষেধ নাথাকিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।

আলফা (স্বাঃ)ৰ প্ৰচাৰ বিভাগে জাৰি কৰা বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে এনেদৰে, ‘ইয়াণ্ডাবু সন্ধিৰ গইনা লৈ ঐতিহ্যমণ্ডিত অসমৰ স্বাধীনতাৰ বেলি মাৰ গৈছিল যদিও তাৰ ঠিক পাছতেই স্বাধীনচিতীয়া জাতি-জনগোষ্ঠীসমূহে হেৰুওৱা স্বাধীনতা পুনৰুদ্ধাৰৰ হকে মৰণপণ সংগ্ৰামত ব্ৰতী হৈছিল। পৰৱৰ্তী সময়ত তদানীন্তন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কাণ্ডাৰীসকলে অসমক স্বাধীনতা প্রদানৰ লোভ দেখুৱাই উমৈহতীয়া শত্রু ব্ৰিটিছৰ বিৰুদ্ধে একত্রে যুঁজি তথাকথিত স্বাধীনতা অৰ্জন কৰিছিল;

কিন্তু ভাৰতীয় শাসকবর্গই কৰা বিশ্বাসঘাতকতা তথা অসমৰ একাংশ অদূৰদৰ্শী ৰাজনৈতিক নেতাৰ দুৰ্বলতাৰ বাবে ছলে-বলে-কৌশলৰে এই ভূ-খণ্ডক কৃত্রিম ভাৰত ৰাষ্ট্ৰৰ মানচিত্ৰৰ অন্তর্ভুক্তিৰে আজি পর্যন্ত দখলদাৰিত্ব অব্যাহত ৰাখিছে।’ তদুপৰি বিবৃতিটোত উল্লেখ কৰা হৈছে যে অসম-নগালেণ্ড তথা পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চলৰ থলগিৰিয়ে ‘বৈৰী ৰাষ্ট্ৰ’ৰ অন্যায় আৰু অনৈতিহাসিক কর্তৃত্ব কেতিয়াও মানি লোৱা নাছিল আৰু ভবিষ্যতেও মানি নলয়। এখন প্রকৃত গণতান্ত্রিক দেশৰ সাৰ্বভৌম কর্তৃত্বৰ অধিকাৰী হ’ল সেই দেশৰ জনতা।

সঁচা অৰ্থত শাসক বৰ্গ জনতাৰ সেৱকহে। এই কথা মহাত্মা গান্ধীয়েও স্বীকাৰ কৰিছিল বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে অৱশ্যে ভাৰত ৰাষ্ট্ৰই বলপূর্বকভাবে বিগত ৭৫ বছৰে গণৰাজ্য দিৱস উদ্যাপনৰ নামত থলগিৰিৰ ন্যায়সংহত অধিকাৰ ভূলুণ্ঠিত কৰি আহিছে বুলিও বিবৃতিত উল্লেখ কৰা হৈছে। ভাৰতৰ গণতান্ত্রিক ব্যৱস্থাক সমালোচনা কৰি বিবৃতিত মন্তব্য কৰা হৈছে এনেদৰেও, ‘থলগিৰিৰ ন্যায্য ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি কেৱলমাত্ৰ নির্বাচনী জয়লাভৰ দ্বাৰা প্ৰকৃত গণতন্ত্র প্রতিষ্ঠা হ’ব নোৱাৰে। এয়া গণতন্ত্ৰৰ নামত প্রহসন মাথোঁ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 76th Republic Day celebrationsDGP AssamUlfa [I] aSSAM bONDH
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d