Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

শান্তিপূৰ্ণ নিৰ্বাচনৰ লক্ষ্যৰে ধুবুৰীত নিৰাপত্তা পৰ্যালোচনা বৈঠক

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহৰ লগতে গাঁওৰক্ষী বাহিনীৰো সহযোগিতা কামনা জিলা উপায়ুক্তৰ

publisher by publisher
March 5, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
শান্তিপূৰ্ণ নিৰ্বাচনৰ লক্ষ্যৰে ধুবুৰীত নিৰাপত্তা পৰ্যালোচনা বৈঠক
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

অসমত অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ

তিনিচুকীয়া জিলাত প্ৰাক নিৰ্বাচনী হিংসা

বনৰগাঁৱত দুই কুৰিৰো অধিক লোকৰ ইউপিপিএলত যোগদান

ধুবুৰী জিলাৰ অন্তৰ্গত পাঁচটা বিধানসভা সমষ্টিত নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ উদেশ্যেৰে আজি ধুবুৰীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত এখন নিৰাপত্তা পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত তথা ধুবুৰী জিলা নিৰ্বাচন বিষয়া দেৱ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ধুবুৰী নিৰ্বাচন জিলাৰ তিনিটা আৰু বিলাসীপাৰা নিৰ্বাচন জিলাৰ দুটা সমষ্টিৰ নিৰাপত্তাৰ দিশটো বিশ্লেষণ কৰা হয়৷

ADVERTISEMENT

উপায়ুক্ত দেৱ কুমাৰ কলিতাই নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাত জিলাখনত নিয়োজিত হৈ থকা নিৰাপত্তা বাহিনীসমূহৰ সহযোগিতা কামনা কৰে৷ বিশেষকৈ ভাৰত-বাংলাদেশ সীমন্তৱৰ্তী অঞ্চলত থকা ভোট কেন্দ্ৰত শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে বিএছএফৰ সহায় অপৰিহাৰ্য বুলি কয় জিলা উপায়ুক্তগৰাকীয়ে ৷ তেওঁ গাঁওৰক্ষী বাহিনীক নিৰপেক্ষতাৰে কাম কৰি আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনায় ৷

বৈঠকত অংশ লৈ ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয় যে, নিৰাপত্তা বাহিনীৰ ৫৬ টা অতিৰিক্ত কোম্পানী বিচৰা হৈছে ৷ এই কোম্পানীবোৰ আহি নোপোৱালৈকে ইতিমধ্যে জিলাখনত নিয়োজিত হৈ থকা বিএছএফ আৰু অন্য কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলক সক্ৰিয়তাৰে আৰক্ষীক সহযোগ কৰি যাবলৈ তেঁও আহ্বান জনায় ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে গাঁওৰক্ষী বাহিনীক তৎপৰতাৰে তৃণমূল পৰ্যায়ৰ আইন-শৃংখলাজনিত খবৰবোৰ আৰক্ষীক জনাই যাবলৈ আহ্বান জনায় ৷
চৰ অঞ্চলত থকা ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তাৰ দিশত অধিক মনোযোগ দিব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো ধুবুৰীত নিৰ্বাচন শান্তপূৰ্ণ হ’ব বুলি তেওঁ আশাপ্ৰদ ৷

বৈঠকত ভাগ লৈ বিলাসীপাৰাৰ জিলা নিৰ্বাচন বিষয়া তথা বিলাসীপাৰৰ মহকুমাধিপতি মৃদুল যাদৱে কয় যে, এইবাৰ ভোটগ্ৰহণৰ অন্তিম সময় সন্ধিয়া ছয় বজালৈ বৃদ্ধি কৰা হৈছে বাবে ভোটগ্ৰহণ অন্ত পৰালৈ আন্ধাৰ নামিব আৰু সেয়ে প্ৰক্ৰিয়াটো শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ নিৰাপত্তা বাহিনীৰ দায়িত্ব অধিক হ’ব ৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰকে ধৰি জিলা প্ৰশাসনৰ কে’বাজনো বিষয়া, বিএছএফ, আইটিবিপি, চিআৰপিএফ, আইবি আৰু আৰক্ষীৰ কে’বাজনো বিষয়া, গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তা উপস্থিত থাকে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assembly Elections 2021Deba Kumar KalitaDhubri Deputy Commissioner
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d