Horoscope:
মেষ: ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত। পুৱা-গধূলি ভগৱানৰ নাম ল’ব। যাত্ৰাৰ বাবে দিনটো শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৭।
বৃষ: কর্মক্ষেত্রত নানা সমস্যাসূচিত হোৱাৰ সম্ভাৱনা। যাত্রা কবোতে সতর্ক হোৱা উচিত। ক’লা ৰঙৰ বস্ত্ৰ পুৱাৰ ভাগত পৰিধান কৰিলে শুভ হ’ব। প্রেমত শুভ। শুভ ৰং ক’লা। শুভ সংখ্যা ১।
মিথুন: আয় অনুপাতে ব্যয় বৃদ্ধি পাব। কর্মত সফলতা লাভ কৰিব। পুৱাৰ ভাগত যাত্ৰা কৰিব। বিদ্যাত শুভ হ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৯।
কর্কট: ব্যৱসায়ত লাভবান হ’ব। প্রেমত ভুল বুজাবুজি হ’ব পাবে। যাত্রা দুপৰীয়া ১২ বজাৰ পাছত কৰিব। বেঙুনীয়া ৰং শুভ, শুভ সংখ্যা ৫।
সিংহ: কর্মক্ষেত্রত শুভ ফল পাব। পাতল হালধীয়া বা ক্রীম ৰঙৰ বস্তু পৰিধান কৰিব। সন্ধিয়া ছয় বজাৰ পাছত যাত্রা নকৰিব। প্রেমত বাধা। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
কন্যা: সমাজত হেয় হ’ব পাৰে। আনৰ প্রতি হিংসা-দ্বেষ আদিৰ পৰা বিৰত থাকিব। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ বং পাতল গুলপীয়া। শুভ সংখ্যা ৭।
তুলা: অর্থপ্রাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা শৰীৰ সন্মুখীন হ’ব। যাত্রা কৰিব পাৰে। শুভ ৰং বগা। সন্ধিয়া শিৱৰ মন্ত্র জপ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ১।
বৃশ্চিক: পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। যাত্ৰা কৰোতে সাৱধান হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত হ’ব। কমলা ৰঙৰ বস্তু পৰিধান কৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
ধনুঃ শাৰীৰিক শুভ যদিও পিত্তজনিত বোগত ভুগিব পাৰে। হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব। যাত্ৰাৰ বাবে শুভ দিন। প্রেমত সফলতা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।
মকৰঃ ব্যৱসায়-বাণিজ্য মধ্য গতিত চলিব। যাত্রা পুৱা ১০ বজাৰ পাছত কৰিব। ক’লা ৰঙৰ বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ। প্রেমত সন্দেহ ভাব। শুভ ৰং ক’লা। শুভ সংখ্যা ৬।
কুম্ভ: ধনাগম বৃদ্ধি পাব। বগা ৰঙৰ বস্তু পৰিধান কৰিলে দিনটো শুভ হ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৩।
মীন: অংশীদাৰী ব্যবসায়ত উপকৃত হ’ব। স্বামী-স্ত্রীৰ মাজত মতানৈক্য। যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই-চিতি যাত্রা কৰিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।