Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Leaders of six ethnic groups angry over non-tribalisation: জনজাতিকৰণ ! প্ৰতাৰণাৰ ১১ বছৰ

২০১৪ৰ জানুৱাৰীত ছমাহৰ ভিতৰত জনজাতিকৰণৰ আশ্বাস দিছিল মোদীয়ে, সৰৱ ছয় জনগোষ্ঠীৰ দল-সংগঠন, সদিচ্ছা নাই চৰকাৰৰ, ধাৰাবাহিক আন্দোলনৰ হুংকাৰ, ফেব্ৰুৱাৰীৰ পৰা আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ

publisher by publisher
January 25, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Leaders of six ethnic groups angry over non-tribalisation: জনজাতিকৰণ ! প্ৰতাৰণাৰ ১১ বছৰ
1
SHARES
6
VIEWS
ShareShareShareShare

Leaders of six ethnic groups angry over non-tribalisation:

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দীর্ঘদিনীয়া দাবীৰ প্রতি বিজেপি চৰকাৰৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱ বুলি সৰৱ হৈ উঠিছে সংশ্লিষ্ট জনগোষ্ঠীয় সংগঠনসমূহ। বিজেপিৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰি ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে ছয় জনগোষ্ঠীয় সংগঠনসমূহে। ২০১৪ৰ জানুৱাৰীত জনজাতিকৰণৰ দাবী কৰি অহা ৰাজ্যৰ ছটাকৈ জনগোষ্ঠী ক্রমে কোচ ৰাজবংশী, চুতীয়া, মৰাণ, তাই আহোম, মটক আৰু চাহ জনগোষ্ঠীক ছমাহৰ ভিতৰত জনজাতিৰ মৰ্যাদা প্ৰদানৰ আশ্বাস প্রদান কৰিছিল বিজেপিয়ে।

ADVERTISEMENT

লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত সেই সময়ত বিজেপিৰ প্রধানমন্ত্রী পদৰ প্রার্থী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি প্রথমবাৰলৈ এই সমস্যা সমাধানৰ আশ্বাস প্রদান কৰিছিল যদিও কিন্তু বিগত ১১ বছৰে এই সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ গ্রহণ নকৰিলে। ৰাজনৈতিক সচ্ছিদাৰ অভাৱতে সমস্যাৰ সমাধান নোহোৱাৰ অভিযোগত জনজাতিকৰণৰ দাবী কৰি অহা সংশ্লিষ্ট জনগোষ্ঠীৰ সংগঠনসমূহে ইয়াক ‘বিজেপিৰ প্ৰতাৰণাৰ ১১ বছৰ’ বুলি অভিহিত কৰি আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিছে।

RelatedPosts

Dibrugarh:জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত দুই লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজৰ উত্তাল প্ৰতিবাদ

Tribalization demands huge mass meeting in Jorhat: জনজাতিকৰণৰ দাবীত উত্তাল যোৰহাট

Six Communities Joint Forum Pressmeet:ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুনৰ সৰব হ’ল ছয় জনগোষ্ঠীয় যৌথ মঞ্চ

চৰকাৰৰ সদিচ্ছাৰ অভাৱতে কংগ্ৰেছৰ দৰেই বিজেপিয়ে আজি ১১ বছৰে এই সমগ্র বিষয়টো ওলমাই ৰাখিলে বুলি ছয় জনগোষ্ঠী ঐক্যমঞ্চই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ জনজাতিকৰাৰ দাবীত ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সদৰী কৰে।

ঐক্যমঞ্চৰ অন্যতম নেতা তথা চাহ জনগোষ্ঠী ছাত্র সন্থাৰ সভাপতি ধীৰাজ গোৱালাই এই সন্দর্ভত কয়, ‘জনজাতিকৰণৰ বিষয়টোত বিজেপিৰ প্ৰতাৰণাই ১১ বছৰ অতিক্রম কৰিলে। ২০১৪ৰ জানুৱাৰীত স্বয়ং প্রধানমন্ত্রীয়ে অসমলৈ আহি তেওঁ শাসনলৈ অহা ছমাহৰ ভিতৰত এই সমস্যা সমাধান কৰিব বুলি প্রতিশ্রুতি দিছিল; কিন্তু ছমাহ বাদ দিয়ক, আজি তেওঁ তিনিটা কার্যকাল চলাই থকাৰ পাছতো এই সমস্যা সমাধান নহ’ল।’

গোৱালাই লগতে কয় যে ১১ বছৰ আগতে এই বিষয়টো যি পর্যায়ত আছিল, আজিও একে পর্যায়তে থাকিল। ১১ বছৰ পূর্বে মডেলিটি সমিতিয়ে স্পষ্ট কৰিছিল যে জনজাতিকৰণৰ মর্যাদা লাভ কৰিবলৈ ছটা জনগোষ্ঠীৰ প্রয়োজনীয় বৈশিষ্ট্য আছে। ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰিব লাগে বুলি অসম বিধানসভাই সিদ্ধান্ত গ্রহণ কৰিছিল। অর্থাৎ কংগ্রেছৰ দিনতে এইসমূহ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। ২০১৪ৰ লোকসভা নির্বাচনৰ প্রাক্ষণত সেই সময়ৰ বিজেপিৰ প্রধানমন্ত্রী পদৰ প্রার্থী মোদীয়ে তেওঁলোক শাসনলৈ আহিলে ছমাহৰ ভিতৰত মর্যাদা প্রদান কৰিব বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰে।

তেওঁ অসমলৈ আহি কে’বাখনো বিশাল ৰাজহুৱা সভাত এই ঘোষণা কৰিছিল যদিও আজি ১১ বছৰে বিষয়টো যি পর্যায়ত আছিল আজিও সেই পর্যায়তে আছে বুলি আটছাৰ সভাপতিজানে ক্ষোভ উজাৰে। লগতে তেওঁ কয়, ‘প্রতিশ্রুতি অনুসৰি ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্ৰদান কৰাৰ বিপৰীতে বিজেপিয়ে বিভাজনৰ বাজনীতিৰে আৰম্ভ কৰিলে।

কেতিয়াবা দুটা জনগোষ্ঠীৰ ক্ষেত্ৰত আপত্তি নাই, তিনিটাৰ ক্ষেত্ৰত আপত্তি আছে, এটাব ক্ষেত্রত ৫০ শতাংশ কাম আগবাঢ়িছে এনেধৰণ মন্তব্য কৰাৰ উপৰি জনজাতিৰ মর্যাদা প্ৰলন কৰিলে অসম ৰক্তাক্ত হ’ব বুলিও ক’বলৈ আৰম্ভ কৰিলে। এইদৰে ১১ বছৰ তেওঁলোকে পাৰ কৰিলে আৰু এই ক্ষেত্রত যে তেওঁলোকব এক শতাংশও সদিচ্ছা নাই স্পষ্ট হৈছে।’ এয়া প্রতাৰণাৰ ১১টা বছৰ আৰু নিশ্চিতভাবে প্রত্যুত্তৰত ২০২৬ত শক্তিশালীভাবে চৰকাৰখনৰ বিৰুদ্ধে কিদবে ছয় জনগোষ্ঠী ৰাইজ আগবাঢ়িব, এই দিশত চিন্তা-চর্চা আৰম্ভ কৰা হৈছে বুলি গোৱালাই মন্তব্য কৰে।

তেওঁ কয়, ‘এই বিষয়টোক লৈ ছয় জনগোষ্ঠী ঐক্যমঞ্চই শীঘ্রে এক সিদ্ধান্ত গ্রহণ কৰিব। ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্রহণ কৰি থোৱা হৈছে আৰু শীঘ্রে এই কার্যসূচীসমূহ ৰূপায়ণ কৰা হ’ব। ফেব্রুৱাৰীৰ পৰা ধাৰবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব আৰু ৰাজনৈতিক অভিবর্তন অনুষ্ঠিত কৰা হ’ব।’

ইফালে, কোচ ৰাজবংশী ছাত্র সন্থাৰ প্রাক্তন সভাপতি তথা কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে এই প্রসংগত কয়, ‘পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যিদৰে জনজাতিকৰণক লৈ ছটা জনগোষ্ঠীক প্রতাৰণা কৰিছিল, একেদৰে বিজেপিয়েও প্রতাৰণা কৰিলে। ২০১৪ৰ ১৯ জানুৱাৰীত বঙাইগাঁৱলৈ আহি মোদীয়ে সদম্ভে ঘোষণা কৰিছিল যে কেন্দ্রত বিজেপি চৰকাৰ আনি দিয়ক, ছমাহৰ ভিতৰত জনজাতিকৰণ লওক; কিন্তু আজি প্রধানমন্ত্রীৰূপে মোদীয়ে তিনিটা কার্যকাল শাসন কৰিছে, ৰাজ্যত দুটা কার্যকালৰ বাবে বিজেপি চৰকাৰ চলি আছে যদিও ১১ বছৰে এই সমস্যা সমাধান নহ’ল।’ ২০১১ত ৰাজ্যসভাত বিধেয়ক উত্থাপন কৰা হ’ল;

কিন্তু আজিলৈকে ইয়াক গৃহীত কৰা নহ’ল বুলি ক্ষোভ প্রকাশ কৰি ৰায়ে কয়, ‘শেহতীয়াকৈ কেন্দ্রীয় জনজাতি পরিক্রমা মন্ত্রীয়ে কৈছে যে ‘আজিলৈকে বাজ্য চৰকাৰৰ মন্ত্রীগোটে প্রতিবেদন দাখিল কৰা নাই, যাৰ ফলত জনজাতি দিব পৰা নাই। এই কথাই প্রমাণ কৰিলে যে ৰাজ্য চৰকাৰৰ হেমাহি আৰু বিষয়টো সমাধান কৰিবলৈ তেওঁলোকৰ কোনো আন্তৰিকতা নথকাৰ বাবেই আজি ১১ বছৰে বিষয়টো আগনাবাঢ়িল। গতিকে পূর্বে কংগ্রেছে এই বিষয়ত যিদবে প্রতাবণা কৰিছিল, একেধৰণে বিজেপিয়ে চূড়ান্তভাবে প্রতাৰণা কৰিলে।’

উল্লেখ্য যে ২০১৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকৃক্ষণত বিজেপিয়ে প্রকাশ কৰা নিৰ্বাচনী ইস্তাহাৰৰ প্ৰথম বিষয়টোরেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আছিল বুলি আক্রাছৰ প্রাক্তন সভাপতিজনে মন্তব্য কবি কয়, ‘২০১৬ত বিজেপিয়ে ভিজন ডকুমেন্ট আৰু বাতৰি কাকতত বিজ্ঞাপন প্রকাশ কৰিছিল। এই বিজ্ঞাপনৰ এক নম্বৰত কোৱা হৈছিল যে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা প্রদান কৰিব; কিন্তু আজি তেওঁলোকে কৈছে যে কংগ্রেছৰ দিনত বিধানসভাত এটা প্রস্তাৱ লৈ থোৱা আছে। বর্তমানৰ জনজাতিসকলৰ অধিকাৰ খর্ব নকৰাকৈ জনজাতিৰ মর্যাদা প্রদান কৰিব লাগে বুলি কংগ্রেছে এক সিদ্ধান্ত লৈ থৈছে বুলি কৈছে। এতিয়া কথাটো হ’ল যে কংগ্ৰেছৰ দিনৰ সিদ্ধান্ত যদি সংশোধন কৰিব লাগে, বিজেপিয়ে নকৰে কিয়?

লোকসভা, বিধানসভা সকলোতে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে? মুখ্যমন্ত্রীয়ে কিয় আজিলৈকে কেন্দ্রত প্রতিবেদন দাখিল কৰিব নোৱাৰিলে?’ এই আন্দোলনৰ নেতৃত্ব লোৱা একাংশ নেতাই আপোচ কৰাৰ বাবেই এই বিষয়টো ১১ বছৰে ওলমি ব’ল বুলি ৰয়ে অভিযোগ কৰে। তেওঁ পুনৰ কয় যে এই আন্দোলনৰ নেতৃত্ববহনকাৰী বহুজন নেতাই আজি বিজেপিত যোগদান কৰিলে। কোনোরে মন্ত্রী, বিধায়ক, সাংসদ হ’ল; কিন্তু বিষয় সকলোৱে পাহৰি গ’ল। এই সমস্যা সমাধান নোহোৱা ইয়ো এক মূল কাৰণ বুলি তেওঁ মন্তব্য কৰি ২০২৬ৰ বিধানসভা নির্বাচনৰ সময়তো বিজেপিয়ে এনে প্রচেষ্টা গ্রহণ কৰিব, সেয়ে বর্তমানৰ নেতৃত্ববহনকাৰীক এই ক্ষেত্ৰত আপোচ নকৰিবলৈ আহ্বান জনায়।

# আজি মৰাণ ছাত্ৰ সন্থাৰ পূৰ্ণাংগ কার্যনির্বাহক: অর্থনৈতিক আন্দোলনৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা

আনহাতে, জনজাতিকৰণৰ দাবীত পুনৰ ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সদৌ মৰাণ ছাত্র সন্থাই। আজি সংগঠনটোৱে পূর্ণাংগ কার্যনির্বাহক সভা আহ্বান কৰিছে আৰু এই সভাতে অর্থনৈতিক অৱৰোধৰ ধৰে কাৰ্যসূচী গ্ৰহণৰ সম্ভাৱনা ব্যক্ত কৰিছে সংগঠনটোৰ নেতৃত্বই। মৰাণ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণে এইবাৰ বিজেপিয়ে জনজাতিকৰণক লৈ টেঙা আম বেচিব নোৱাৰে বুলি হুংকাৰ প্ৰান কৰি কয়, ‘যোৱা ১১ বছৰে এই বিষয়টোক লৈ বিজেপিয়ে ছয় জনগোষ্ঠীক চূড়ান্তভাবে প্রতাৰণা কৰিলে।

এই প্রতাৰণাৰ ফল ২০২৬ ত বিজেপিক দিয়া হ’ব। তেওঁলোকে এই বিষয়টোক লৈ বিভাজনৰ ৰাজনীতি কৰিলে।’ ২০১৪ৰ পৰা বিজেপিয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা প্রদান কৰাৰ প্রতিশ্রুতি দি আহিছে বুলি মৰাণ ছাত্র সস্থাৰ সম্পাদকজনে মন্তব্য কৰি কয় যে দীর্ঘদিনীয়া সমস্যাটো সমাধান হ’ব বুলিলে মৰাণসকলকে ধৰি ছয় জনগোষ্ঠীৰ ৰাইজে বিজেপিক ভোট দিছিল; কিন্তু শাসনৰ গাদীত বহাৰ পাছত তেওঁলোকে ওলোটা খৰ মাৰিবলৈ আৰম্ভ কৰিলে।

যেতিয়া এই বিষয়টো চর্চালৈ আহে, বিজেপিৰ নেতাসকলে মৰাণ আৰু মটকক জনজাতি মর্যাদা দিয়াৰ ক্ষেত্রত আপত্তি নাই; কিন্তু মৰাণসকলৰ লগত আলোচনা কৰিলে চৰকাৰে কয় যে মবাণ, মটকক দিলে আন চাৰিটা জনগোষ্ঠীয়ে বিৰোধিতা কৰিব কাৰণেই দিব পৰা নাই। কেতিয়াবা অসম ৰক্তাক্ত হ’ব বুলি কয়। এতিয়া প্রশ্ন হ’ল যে চৰকাৰী প্রশাসন যন্ত্রটো ইমানেই দুর্বল নেকি যে অসম ৰক্তাক্ত হ’ব। মৰাণে লগতে কয়, ‘আগন্তুক দিনত মৰাণ ছাত্র সন্থাই এই দাবীত আন্দোলন তীব্রতৰ কৰি তুলিব। ইতিমধ্যে মৰাণ জনগোষ্ঠীৰ ৰাইজে বিজেপি চৰকাৰৰ মিথ্যাচাৰ বুজি পাইছে। বিজেপিয়ে যদি ভাবিছে যে এইবাৰ তেওঁলোকে নির্বাচনী বৈতৰণী পাব হ’ব পাৰিব, সেয়া ভুল ভাবিছে।

পঞ্চায়ত নির্বাচনৰ পৰাই এই সংগ্রাম তীব্রতৰ কৰি তোলা হ’ব। মৰাণ ছাত্র সন্থাই হাত সাবটি বহি নাথাকে আৰু প্রয়োজনত যিকোনো পর্যায়লৈ যাবলৈ প্রস্তুত হৈ আছে।’ একেদৰে চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰায়ো জনজাতিকৰণৰ বিষয়টোত বিজেপিৰ প্ৰতাৰণাৰ ১১ বছৰত ভৰি দিলে বুলি মন্তব্য কৰি কয় যে একমাত্র ৰাজনৈতিক সদিচ্ছাৰ অভাৱত যোৱা ১১ বছবে বিজেপিয়ে এই সমস্যা সমাধান নকৰিলে। স্বয়ং প্রধানমন্ত্রীব ভাষ্য যে মিথ্যাচাৰ আছিল, সেয়া আজি প্রমাণিত হৈছে বুলি মন্তব্য কবি ২০২৬ৰ নিৰ্বাচনৰ আগতে এই সমস্যা সমাধান নকৰিলে বিজেপিয়ে এইবাৰ ফল ভোগ কৰিব বুলি হুংকাৰ দিয়ে। যদি আপত্তি নাই, মৰাণ-মটকক জনজাতিৰ মর্যাদা বিজেপিয়ে প্রদান কৰি দেখুৱাওক ৷

ইফালে, মৰাণ, মটকক জনজাতিৰ মর্যাদা প্রদান কৰিবলৈ কোনো আপত্তি নাই বুলি চৰকাৰে কৰি অহা দাবী কার্যকৰী কৰিবলৈ দাবী জনাইছে তাই আহোম ছাত্র সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে। তেওঁ কয় যে ২০২৬ত বিজেপিক প্রত্যুত্তৰ দিবলৈ ছয় জনগোষ্ঠীৰ ৰাইজ সাজু হৈছে। বিজেপিয়ে যিমানেই কূটকৌশল নকৰক কিয়, জনজাতিকৰণৰ অবিহনে এইবাৰ ছয় জনগোষ্ঠীৰ ৰাইজ ক্ষান্ত নহয় বুলি আটাছৰ সভাপতিজনে মন্তব্য কৰি কয়, ‘এইবাৰ বিজেপিয়ে বিভাজনৰ বাজনীতি কৰিব নোৱাৰিব। তেওঁলোকে মৰাণ, মটকৰ ক্ষেত্ৰত আপত্তি নাই বুলি কৈছিল, সেয়ে এই দুটা জনগোষ্ঠীকে প্রথমে জনজাতিকৰণৰ মর্যাদা প্রদান কৰি দেখুওৱাক।’

উল্লেখ্য যে ইতিমধ্যে বিজেপিয়ে বিগত লোকসভা নির্বাচনত যোৰহাট, ডিব্রুগড়ত এই প্রতাৰণাৰ ফল ভোগ কৰিলে বুলি তেওঁ উল্লেখ কৰি আগন্তুক পঞ্চায়ত আৰু বিধানসভাৰ নির্বাচনতো ফল ভোগ কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AATSAAKRSUAll Moran Students' UnionTribalization Demands
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d