Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tribalization demands huge mass meeting in Jorhat: জনজাতিকৰণৰ দাবীত উত্তাল যোৰহাট

সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাটত বিশাল গণ সমাবেশ, আগন্তুক বহাগ বিহুৰ আগতে জনজাতিকৰণ নকৰিলে ৰাজনৈতিক সমীকৰণ সলনি কৰাৰ হুংকাৰ

samimsultana by samimsultana
November 11, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Tribalization demands huge mass meeting in Jorhat: জনজাতিকৰণৰ দাবীত উত্তাল যোৰহাট
6
SHARES
63
VIEWS
ShareShareShareShare

RelatedPosts

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

Tribalization demands huge mass meeting in Jorhat:

ছয় জনগোষ্ঠীক জনজাতিকৰণ তথা বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আজি পুনৰ এবাৰ উত্তাল হৈ পৰে যোৰহাট। জনজাতিকৰণৰ দাবীৰে আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়ে সহস্ৰাধিক মহিলা তথা যুৱক যুৱতীয়ে। আজি যোৰহাটৰ আই টি আই খেলপথাৰত হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া জাতি ছাত্ৰ সন্থাই।

ADVERTISEMENT

সদৌ যোৰহাট জিলা চুতীয়া জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, যুৱ সন্মিলন আৰু তিতাবৰ জিলা চুতীয়া জাতি সন্মিলন , মহিলা সন্মিলন, যুৱ সন্মিলনৰ সহযোগিতাত হোৱা এই বিশাল গণ সমাবেশত অংশগ্ৰহণ কৰি প্ৰতিবাদী ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ লগতে অহা বহাগ বিহুৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মহেন বৰাই কয় যে, অসমীয়া জাতীয় জীৱনৰ এই সংকটপূর্ণ অৱস্থাত অসমৰ প্ৰাচীনৰো প্ৰাচীন আদিম ভূমিপুত্র চুতীয়া জাতিয়ে অসমীয়া জাতিগঠন প্রক্রিয়াত সৰ্ব্বোচ্চ উজাৰি এক নিৰ্ণায়ক ভূমিকা গ্রহণ কৰি স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পিছতো অজি সকলো দিশতে লাঞ্চিত, বঞ্চিত, শোষিত, নিষ্পেষিত আৰু অৱহেলিত হৈ আহিছে।

বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ এক ঐতিহাসিক জাতি হোৱাৰ পিছতো বিগত আৰু চলিত চৰকাৰসমূহে আজিকোপতি জনগোষ্ঠীটোক অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ লগত খোজত খোজ মিলাই সম্পূর্ণ মর্যাদা সহকাৰে জীয়াই থকাৰ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত তিলমানো গুরুত্ব প্রদান কৰা দেখা নগ’ল। বিপৰীতে মাহী আইৰ দৃষ্টিৰেহে চোৱা পৰিলক্ষিত হৈছে। জনগোষ্ঠীটোৰ একমাত্র ছাত্র সংগঠন তথা এক অনন্য প্রতিবাদী কণ্ঠ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগতে জনগোষ্ঠীটোৰ ভাতৃ-ভগ্নী সংগঠনসমূহে জন্মলগ্নৰে পৰাই অসমৰ বিভিন্ন কোণত সিঁচৰতি হৈ থকা চুতীয়া ৰাইজৰ সহযোগত প্রাপ্য অধিকাৰ বিচাৰি গণতান্ত্রিকভাৱে দীর্ঘদিন ধৰি আন্দোলন অব্যাহত ৰখাৰ পিছতো সমস্যাসমূহ সমাধান কৰাৰ বিপৰীতে প্ৰতিখন চৰকাৰে চুতীয়াসকলৰ আৱেগ-অনুভূতিক লৈ কেৱল ৰাজনীতি কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাহে পৰিলক্ষিত হৈ আহিছে। চুতীয়াসকল প্রতিখন চৰকাৰৰ বাবে অৱহেলাৰ পাত্ৰ আৰু কেৱল ভোটবেংকলৈ পর্যবসিত হৈ পৰিছে।

আৰু যদি চৰকাৰে অহা বহাগ বিহুৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ নকৰে তেন্তে অনাগত দিনয় ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ সলনি কৰাৰ ক্ষেত্ৰত চুতীয়া জাতি ছাত্ৰ সন্থাই এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। দিল্লী তথা দিচপুৰৰ চৰকাৰলৈ আমাৰ প্ৰশ্ন, এনেধৰণৰ কুটিল আৰু মিথ্যাচাৰৰ ৰাজনীতিৰ অৱসান ঘটাই অসমৰ ভূমিপুত্র, খিলঞ্জীয়া জনগোষ্ঠীটোক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰিব কেতিয়া? চুতীয়াসকলৰ আৱেগ-অনুভূতিৰ বাজনীতিকৰণ কৰি ধৈৰ্যৰ পৰীক্ষা লোৱা কাৰ্যৰ অৱসান ঘটাব কেতিয়া? ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসনলৈ আহিলে ছমাহৰ ভিতৰত চুতীয়াসকলৰ লগতে অসমৰ ছয়জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদান কৰিম বুলি বিজেপি দলে দিয়া প্রতিশ্রুতি কেতিয়া পূৰণ কৰিব?

বর্তমান শাসনত থকা বিজেপি মিত্রজোঁটৰ চৰকাৰে বিগত এঘাৰটা বছৰে চুতীয়াসকলৰ প্ৰতি অৱহেলা সূচক মনোভাৱেৰে দিন পাৰ কৰি পুনৰ মিথ্যা প্রতিশ্রুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰিম বুলি যদি ভাবিছে, তেন্তে তেনে সপোন দিঠক হ’বলৈ দিয়া নহ’ব, সেয়া স্পষ্ট কথা। জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ। আমাৰ জন্মগত অধিকাৰ যিকোনো মূল্যৰ বিনিমিয়ত আমাক লাগিবই সেই কথা নিশ্চিত। বিগত দিনবোৰত চৰকাৰে কৰা বঞ্চনাৰ ওৰ পেলাই আমাৰ অধিকাৰ আমি আজুৰি আনিবৰ বাবে দল-মত, ভেদা-ভেদ পৰিহাৰ কৰি জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত সকলোৰে একেলগে হাতে-হাত ধৰি চৰকাৰৰ বিৰুদ্ধে জোবদাৰ প্ৰতিবাদ গঢ়ি তোলাৰ সময় সমাগত।

জনজাতিকৰণৰ মৰ্যাদাৰ লগতে স্বাযত্ত শাসিত পৰিষদ গঠন কৰি ভৱিষ্যত প্রজন্মৰ বাবে এক সুৰক্ষিত ভবিষ্যত নির্মাণৰ স্বাৰ্থত এক আপোচবিহীন, নিৰৱচ্ছিন্ন গণসংগ্ৰামৰ অবিহনে চুতীয়া জাতিৰ ভবিষ্যত অন্ধকাৰ সেইয়া জলজল পটপটকে স্পষ্ট হৈ পৰিছে। জাতিটোৰ সংগ্ৰামী সত্তাক প্রলোভিত কৰি ক্ষমতাবিহীন এখন উন্নয়ন পৰিষদ প্রদানেৰে চুতীয়াসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিব খোজা ৰাজনৈতিক কূট-কৌশলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ সময় সমাগত।

এটা জাতিৰ বাবে শৌর্য-বীর্য আৰু গৌৰৱোজ্জ্বল অতীত ইতিহাসৰ প্রতীকস্বরূপ পৌৰাণিক-ঐতিহাসিক কীৰ্তিচিহ্নসমূহ। চুতীয়াসকলৰ গৌৰৱময় শিল্প, ভাস্কর্য, প্রত্নতত্বৰ নিদর্শন পৌৰাণিক কীর্তিচিহ্ন, প্রত্নতাত্বিক, পুৰাতাত্বিক সমলসমূহ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে বাৰম্বাৰ দাবী জনাই অহাৰ ফলত তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালৰ কার্যকালত বিভাগীয় এজন কেবিনেট মন্ত্রী আৰু পুৰাতত্ব বিভাগে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সঁজাতি দলৰ সৈতে ক্ষেত্রভিত্তিক পৰিদৰ্শন কৰি কম সময়ৰ ভিতৰত এই ঐতিহাসিক সমলসমূহ সংৰক্ষণ কৰিম বুলি প্রদান কৰা প্রতিশ্রুতি ধোঁৱাচাঙত উঠা পৰিলক্ষিত হ’ল। অৰুণাচল প্রদেশত থকা আমাৰ পৌৰাণিক কীর্তিচিহ্নসমূহ অৰুণাচল চৰকাৰৰ সৈতে আলোচনা কৰি সংৰক্ষণ কৰিব বুলি প্রদান কৰা প্রতিশ্রুতিও নিষ্ফল প্রতিশ্রুতি হৈয়ে ৰ ‘ল।

মিথ্যাচাৰেৰে চুতীয়াসকলক কৰি অহা প্ৰতাৰণাৰ তালিকা বহু দীঘলীয়া। চুতীয়াসকলক কৰা বিশ্বাসঘাটকতাৰ বাজনীতিৰ পৰা আঁতৰি চুতীয়াসকলৰ সাংবিধানিক সুৰক্ষা, সুদীর্ঘ সময়ৰ দাবীসমূহৰ সমাধানসূত্র বাহিৰ কৰি খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষা নিশ্চিত কৰি অসমৰ সুৰক্ষাৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব কেতিয়া? আমি সু-সংগঠিতভাবে একত্রিত হৈ শক্তিশালীৰূপত জনজাতিকৰণকে ধৰি আন আন সমস্যাসমূহৰ লগতে জাতীয় অস্তিত্বৰ প্রতি অহা ভাবুকি প্রতিহত কৰিবলৈ আমাৰ প্ৰাপ্য অধিকাৰৰ সংগ্ৰামখন শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ সময় সমাগত। অন্যথা, আমাৰ অনাগত প্ৰজন্মই এক অন্ধকাৰ ভৱিষ্যত সন্মুখত লৈ শংকাপূর্ণভাবে আগবঢ়াৰ সময় অহাটো নিশ্চিত।

চুতীয়া জাতিৰ প্রতিনিধিসকলেও বিধানসভাৰ মজিয়াত আমাৰ সসম্যাসমূহৰ ক্ষেত্ৰত সৰৱ ভূমিকা পালন নকৰাটো দুর্ভাগ্যজনক। ২০২৬ চনৰ পূৰ্বে চুতীয়াসকলৰে লগতে অসমৰ খিলঞ্জীয়া ভূমিপুত্র জাতি-জনগোষ্ঠীসমূহৰ স্বাৰ্থ সুৰক্ষাৰ ব্যৱস্থা গ্রহণ নকৰিলে আমাৰ চুতীয়াসকলৰ লগতে অসমৰ জাতীয় জীৱনৰ অস্তিত্বও বিপদাপন্ন হৈ পৰাটো নিশ্চিত হৈ পৰিছে। আজিৰ বিশাল গণ সমাবেশ কাৰ্যসূচীত উপস্থিত থাকে সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু চুতীয়া, উপদেষ্টা মধু মাধব শইকীয়া, ক্ষিৰোদ শইকীয়া প্ৰমুখ্যে কেন্দ্ৰীয় তথা জিলাৰ বিষয়ববীয়া।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All Sutia Student Union ProtestJORHATmass meetingTribalization Demands
samimsultana

samimsultana

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d