Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Tv Actress Jannat Zubair:বলিউড কিং শ্বাহৰুখ খানকো ২৩ বছৰ বয়সতে পিছ পেলালে কোনে

publisher by publisher
January 27, 2025
in Bollywood, Entertainment
Reading Time: 2 mins read
0
Tv Actress Jannat Zubair:বলিউড কিং শ্বাহৰুখ খানকো ২৩ বছৰ বয়সতে পিছ পেলালে কোনে
1
SHARES
13
VIEWS
ShareShareShareShare

Tv Actress Jannat Zubair:

বলিউড কিং শ্বাহৰুখ খানকো ২৩ বছৰ বয়সতে পিছ পেলালে তেওঁ | কেৱল এয়াই নহয়, অনন্যা, সুহানা, ৰাশাৰ দৰে নতুন প্ৰজন্মৰ অভিনেত্রীও তেওঁৰ সৌন্দৰ্যৰ সন্মুখত বিফল।

ADVERTISEMENT

উদ্যোগটোত এনে বহু তাৰকা আছে যিয়ে ফেন ফ’ল’ৱাৰ আৰু নেট বৰ্থৰ ক্ষেত্ৰত ইজনে সিজনক পিছ পেলাইছে। কিন্তু আজি আমি আপোনালোকক কম এগৰাকী টিভি অভিনেত্রীৰ কথা, যিগৰাকীৰ বয়স মাত্র ২৩ বছৰ আৰু টিভি উদ্যোগৰ উচ্চ দৰমহা পোৱা অভিনেত্রীৰ ভিতৰত গণ্য কৰা হৈছে।

RelatedPosts

Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

Happy Birthday Shah Rukh Khan : সমুদ্রৰ কাষত থাকি ভাল লাগে, এয়াতো ভাল পোৱাৰ সমুদ্র : আবেগিক শ্বাহৰুখ খান

কেৱল এয়াই নহয়, এই বয়সতে তেওঁৰ যেন ফ’ল’ৱাৰ, সৌন্দৰ্য আৰু নেট বৰ্থৰ ক্ষেত্ৰত বহু ডাঙৰ তাৰকাক পিছ পেলাইছে ৷ অভিনেত্ৰী গৰাকীক ছ’চিয়েল মিডিয়াৰ অতি শক্তিশালী মুখ বুলি গণ্য কৰা হয়। অভিনেত্রী হোৱাৰ উপৰি ছ’চিয়েল মিডিয়াৰ প্রভাৱশালী ব্যক্তি তেওঁ।

টিভি শ্ব’ৰ লগতে ৰিয়েলিটি শ্ব’ৰ অংশ হৈ থকা নিজৰ সৌন্দৰ্যৰে সকলোকে প্রভাৱিত কৰে। কম বয়সতে ভাল স্বীকৃতি আৰু খ্যাতি অর্জন কৰা ২৩ বছৰীয়া জান্নত জুৱাইৰৰ কথা কৈছো । শ্বাহৰুখ খানক বলিউডৰ কিং বুলি কোৱা হয় আৰু তেওঁৰ ফেন ফ’ল’ৱাৰ ভাৰতৰ লগতে বিদেশতো আছে । ছ’চিয়েল মিডিয়াতো দেখা যায় শ্বাহৰুখৰ উন্মাদনা। ইনস্টাগ্রামত তেওঁৰ ৪৬ কোটিতকৈ অধিক ফ’ল’ৱাৰ আছে।

কিন্তু এতিয়া এই বিষয়ত অভিনেত্রী তথা ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী জান্নত জুবাইৰে তেওঁক পিছ পেলাইছে। ইনস্টাগ্রামত জান্নতৰ ফ’ল’ৱাৰ আছে ৪৯.৭ মিলিয়ন, যি শ্বাহৰুখৰ যেন ফ’ল’ৱাৰতকৈ বহুগুণ বেছি। ২০০১ৰ ২৯ আগষ্টত মুম্বাইত জন্মগ্রহণ কৰা জান্নত জুবাইৰে টিভি উদ্যোগত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু আজি তেওঁ এই উদ্যোগটোৰ এগৰাকী ডাঙৰ তাৰকা হিচাপে পৰিগণিত হৈছে।

২০০৮ত এনডিটিভিৰ শ্ব’ ‘চান্দ কে-পাৰ চালো’ৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ‘দিল মিল গায়’, ‘কাশীঃ আব না ৰাহে তেৰা কাগজ কোৰা’, ‘ফুলবা’, ‘মহাৰানা প্রতাপ’, ‘তু আশিকী’, ‘ফিয়াৰ ফাইলছ’ আদি টিভি শ্ব’ত অভিনয় কৰিছে। ৰাণী মুখার্জীৰ ছবি ‘হিচকী’তো তেওঁ কাম কৰি আহিছে। ইয়াৰ পিছতো জন্নত বহু ৰিয়েলিটি শ্ব’ৰ অংশ হৈ আহিছে।

জান্নত কেৱল এগৰাকী অভিনেত্রী নহয় ব্যৱসায়ীও। সংবাদ মাধ্যমৰ খবৰ অনুসৰি জান্নতৰ সম্পত্তিৰ পৰিমাণ প্রায় ২৫০ কোটি টকা বুলি কোৱা হৈছে, যাৰ বাবে তেওঁ বলিউডৰ কোনো ডাঙৰ তাৰকাতকৈ কম নহয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bolllywoodking khanTv Actress Jannat Zubair
publisher

publisher

Related Posts

আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 
Bollywood

আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

June 4, 2025
‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 
Entertainment

May 25, 2025
সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক
News

May 23, 2025
দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘
Entertainment

দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

May 18, 2025
টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা
News

টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

May 16, 2025
প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 
Entertainment

প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d