Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Saif Ali Khan বলিউড অভিনেতা ছইফ আলী খানক চুৰিকাঘাত কৰা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ

মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আক্ৰমণকাৰীজনক

publisher by publisher
January 17, 2025
in Crime, India, News
Reading Time: 1 min read
0
Saif Ali Khan বলিউড অভিনেতা ছইফ আলী খানক চুৰিকাঘাত কৰা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Saif Ali Khan:

ADVERTISEMENT

বলিউড অভিনেতা ছইফ আলী খানক চুৰিকাঘাত কৰা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ

মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আক্ৰমণকাৰীজনক

বান্দ্ৰা আৰক্ষী থানাত মাৰাথন জেৰা আক্ৰমণকাৰীজনক

:বলিউডৰ অভিনেতা ছইফ আলী খানৰ মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত ছুৰীৰে আঘাত কৰা মুল আক্ৰমণকাৰীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ। ধৃত আক্ৰমণকাৰীজনক ইতিমধ্যে বান্দ্ৰা আৰক্ষীয়ে বান্দ্ৰা আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে,গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত এই পৰ্যন্ত মুম্বাই আৰক্ষীয়ে মুখ খোলা নাই যদিও ইতিমধ্যে ভাইৰেল হোৱা এক ভিডিঅ’ক দেখা গৈছে যে এজন যুৱকক আটক কৰি বান্দ্ৰা থানালৈ লৈ যোৱা হৈছে ৷

আনহাতে,অভিনেতা ছইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰি অভিনেতাজনক আক্ৰমণ কৰাৰ পিছৰে পৰা আক্ৰমণকাৰীজনক আটক কৰিবলৈ মুম্বাই আৰক্ষীয়ে ২০ জনীয়া দল গঠন কৰি ক্ষীপ্ৰতাৰে অভিযান আৰম্ভ কৰে বেন্দ্ৰা আৰু নালা ছুপাৰাৰ বিভিন্ন অঞ্চলত ৷ আৰক্ষীয়ে ইয়াৰ পূৰ্বে ছইফ আলী খানৰ ঘৰত কাম কৰা মহিলা গৰাকীক আৰক্ষীয়ে জিন্মাত লৈছিল ৷ মহিলা গৰাকীৰ জৰিয়তে চিনাক্ত কৰিব আটকাধীন আক্ৰমণকাৰীজনক ৷

বান্দ্ৰা আৰক্ষীৰ এক সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি অভিনেতা ছইফ আলী খানক আক্ৰমণ কৰি আটকাধীন যুৱকজনে লগে লগে পলায়ন কৰিছিল বান্দ্ৰা ৰে’ল ষ্টেচন অভিমুখে ৷

আনহাতে মুম্বাই আৰক্ষীয়ে ধৃত যুৱকজনেই মুল আক্ৰমণকাৰী বুলি এই পৰ্যন্ত সদৰি কৰা নাই বা তেওঁ ঘটনাৰ স’তে জড়িত আছিল নে অথবা কি উদ্দেশ্য এই ঘটনা সংঘটিত কৰা হৈছিল ৷সমস্ত ঘটনাৱলীৰ সম্পৰ্কত আনুষ্ঠানিকভাৱে সদৰি কৰাৰ পৰা বিৰত আছে ৷

মনকৰিবলগীয়া যে বুধবাৰে পুৱতি নিশা অভিনেতা ছইফ আলী খানক এজন যুৱকে তেওঁৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰে ৷ ফলত মেৰুদণ্ড আৰু ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছইফক ততাতৈয়াকৈ ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ আঘাত গুৰুতৰ হোৱা বাবে ইতিমধ্যে তাৎক্ষণিকভাবে সম্পন্ন হয় অস্ত্ৰোপচাৰ ৷ বৰ্তমান তেওঁ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় সূত্ৰই সদৰি কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CrimeSaif Ali Khan
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d