Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

    Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

    Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

    18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Punjab Election 2022 : পঞ্জাৱৰ ভোটাৰসকলক প্রভাৱিত কৰাৰ চেষ্টা ! আয়োগৰ নির্দেশত নিৰ্বাচনৰ দিনা ঘৰবন্দী ছনু ছুদ

publisher by publisher
February 20, 2022
in Entertainment, India, News
Reading Time: 1 min read
0
Punjab Election 2022 : পঞ্জাৱৰ ভোটাৰসকলক প্রভাৱিত কৰাৰ চেষ্টা ! আয়োগৰ নির্দেশত নিৰ্বাচনৰ দিনা ঘৰবন্দী ছনু ছুদ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

‘চান্তাক্লজৰ ভিডিঅ’ত খ্ৰীষ্টান আৱেগক আঘাত ’: আপ নেতাৰ বিৰুদ্ধে এফআইআৰ শ্বাহ আৰক্ষীৰ

Arvind Kejriwal:প্রার্থী ক্ৰয় কৰাৰ অভিযোগ আপৰ,ওলোটাই অভিযোগ বিজেপিৰো

ভোটাৰসকলক প্রভাৱিত কৰিছে বলিউড অভিনেতাই ! সেয়ে তেওঁ পঞ্জাৱৰ মোগা বিধানসভাৰ বিভিন্ন নির্বাচনী কেন্দ্রত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে । দেওবাৰে এনে অভিযোগ উঠিল ছনু ছুদৰ (Sonu Sood) বিৰুদ্ধে । অভিযোগ পোৱা মাত্রকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে নির্বাচন আয়োগে । মাজপথত অভিনেতাৰ গাড়ীক বাধা দিয়া হয় । নিৰ্বাচন শেষ নোহোৱা পর্যন্ত ঘৰৰ বাহিৰত তেওঁ ভৰি ল’ব নোৱাৰে । নির্দেশ আয়োগৰ । যদিও ভোটাৰসকলক প্রভাৱিত কৰাৰ অভিযোগ নাকচ কৰিছে ছনুৱে ।

ADVERTISEMENT

পঞ্জাৱত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিধানসভাৰ ১১৭টা আসনত ভোটগ্রহণ (Punjab Election 2022) চলিছে । এইবাৰ তাৰ মোগা কেন্দ্রৰ পৰা কংগ্রেছৰ হৈ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে ছনু ছুদৰ ভগ্নী মালবিকা ছুদে । অভিযোগ উত্থাপিত হয়, আজি পুৱা মোগাৰ বিভিন্ন বুথত গৈছিল ছনু । বুথত প্ৰৱেশ কৰাৰ চেষ্টা কৰোতেই তেওঁক বাধা দিয়া হয় । পাছত অভিনেতাজনক পুনৰ ঘৰলৈ উভতাই পঠিওৱা হয় । এই প্রসংগত মোগা জিলাৰ নিৰ্বাচনৰ দায়িত্বপ্রাপ্ত বিষয়া প্রভাদীপ সিঙে জনাইছে, ছনু ছুদে ঘৰৰ বাহিৰত ভৰি থ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

Sonu Sood was trying to enter a polling booth. During this, his car was confiscated and he was sent home. Action will be taken against him if he steps out of his house: Moga District PRO Pradbhdeep Singh

His sister Malvika Sood is contesting from Moga as a Congress candidate. pic.twitter.com/Ueeb7CNy8t

— ANI (@ANI) February 20, 2022

যদিও ভোটাৰসকলক প্রভাৱিত কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে অভিনেতাজনে । ছনুৰ অভিযোগ, ফোন কৰি ভোটাৰসকলক ভিতি প্ৰদৰ্শন কৰিছে বিৰোধীসকলে । বিশেষকৈ অকালি দলৰ বিৰুদ্ধে এই অভিযোগ উঠিছে । ছনুৱে কয়, “ভোটাৰসকলে জনাইছিল, তেওঁলোকক ভয় দেখুওৱা হৈছে । বহু বুথত ভোট প্রভাৱিত কৰিবলৈ টকা বিলি কৰা হৈছিল । অবাধ নির্বাচনৰ স্বার্থত অভিযোগ পৰ্যবেক্ষণ কৰিবলৈ ম‌ই বুথত গৈছিলো । সেয়ে আমি বাহিৰত ওলাইছিলো । বৰ্তমান আমি ঘৰতেই আছে ।”

কংগ্রেছে একক শক্তিত যি তিনি ৰাজ্যত ক্ষমতাত আছে, সেইসমূহৰ ভিতৰত এখন হ’ল পঞ্জাৱ । কিন্তু গড় বচাবলৈ এইবাৰ কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে নভজ্যোত সিং সিধু, চৰনজিৎ সিং চান্নিৰে । দিল্লী মডেলৰ ভিত্তিতে কেজৰিৱাল (Arvind Kejriwal) দলৰ প্রচাৰ । লগতে প্রতিদ্বন্দ্বিতাত আছে অকালি দলো ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arvind KejriwalPunjab ElectionSonu Sood
publisher

publisher

Related Posts

শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা
Assam

September 10, 2026
Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ
Assam

Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

September 10, 2026
Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড
Assam

Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

September 10, 2026
Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো
Assam

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

September 10, 2026
Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা
Assam

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

September 10, 2026
ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
International

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d