Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ULFA(I) Operations Commander Rupam Asom arrested:তিনিচুকীয়া আৰক্ষীৰ জালত আলফা স্বাধীনৰ অপাৰেচন কামাণ্ডাৰ ৰূপম অসম

    গাজাত যুদ্ধত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিশু, চিকিৎসালয়ত পুষ্টিহীন শিশুৰ সংখ্যা বৃদ্ধিৰ 

    Fashion designer Sanjukta Dutta:কাঁৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজ-পাৰেৰে উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

    জ্বৰ, চৰ্দি আৰু কাহৰ বহু ‘ককটেল’ ঔষধ বাতিল মানদণ্ড পূৰণ কৰিব নোৱাৰিলে প্ৰসাধন সামগ্ৰীয়েও !

     Theft Arrested: Theft Arrested:সাতটা চোৰাং গৰু সহ দুই সৰবৰাহকাৰী আটক আগমনিত 

    Wild Elephants:বনৰীয়া হাতী উপদ্ৰৱ হাটশিঙিমীৰ বড়ঝোৰাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    গোটেই ৰাতি অনিদ্ৰাৰ সমস্যা? এই চিনাকি ফুল আপোনাৰ ঘৰত ৰাখিলে চকুলৈ টোপনি আহিব

    গ্ৰীষ্মকালত ছালত গোলাপ পানী ব্যৱহাৰ কৰিলে কি লাভ হয়?

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    গৰমত আকর্ষণীয় হৈ থাকিবলৈ কৰক এইকেইটা কাম !

    এই আঁচনিত বিনিয়োগ কৰিলে পাব সুনিশ্চিত ৰিটাৰ্ণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

HC has taken a tough stance against illegal coal mining despite the ban:নিষেধাজ্ঞাৰ পাছতো কয়লাৰ অবৈধ খনন !

দিছপুৰে অস্বীকাৰ কৰি অহা ক'লা বেহা অৱশেষত ন্যায়ালয়ৰ দৃষ্টিত, নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ৰাজ্য চৰকাৰলৈ জাননী জাৰি মুখ্য ন্যায়াধীশৰ নেতৃত্বৰ খণ্ড বিচাৰপীঠৰ , সাত ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানি ধার্য

publisher by publisher
January 29, 2025
in India, Assam, News
Reading Time: 2 mins read
0
0
SHARES
2
VIEWS
ShareShareShareShare

HC has taken a tough stance against illegal coal mining despite the ban:

ডিমা হাছাও জিলাৰ উমৰাংছ’ত অবৈধ কয়লা খনিত সংঘটিত এক ভয়াৱহ দুর্ঘটনাই দীর্ঘদিন ধৰি অব্যাহত থকা ক’লা সাম্রাজ্য আৰু ইয়াক লৈ চৰকাৰ কৰ্তৃপক্ষৰ স্বৰূপ নগ্নভাবে উন্মোচিত কৰিলে। ‘দৈনিক অগ্রদূত’ত উমৰাংছ’ৰ অবৈধ কয়লা খননৰ সন্দর্ভত এলানি প্রতিবেদন প্রকাশ কৰা হয় যদিও গা লৰা নাছিল দিছপুৰৰ ।

ADVERTISEMENT

যোৱা ছয় জানুৱাৰীত উমৰাংছ’ৰ কালামাটি অঞ্চলৰ অবৈধ কয়লা খনিত নজন শ্রমিক জীৱন্তে আবদ্ধ হোৱাৰ পাছত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই স্বীকাৰ কৰিবলৈ বাধ্য হয় যে ৰাজ্যত অব্যাহত আছে অবৈধ ‘ৰেট হ’ল’ খনন। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞাৰ পাছতো ৰাজ্যত চৰকাৰী পৃষ্ঠপোষকতাত অব্যাহত আছিল অবৈধ কয়লা খনন।

RelatedPosts

Sumi Bora Bail:অৱশেষত জামিন লাভ চুমী বৰাৰ

Kharchang coal syndicate:ডিচেম্বৰৰ ভিতৰতে তিনিশ কোটি সংগ্ৰহৰ লক্ষ্য খাৰচাঙৰ কয়লা ছিণ্ডিকেটৰ

USTM Chancellor Mahbubul Hoque:ইউএছটিএমৰ আচাৰ্য মহবুবুল হকৰ জামিন মঞ্জুৰ

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা বলবৎ কৰিবলৈ ব্যর্থ হোৱা অথবা ৰহস্যজনক মৌনব্রত ধাৰণ কৰা দিছপুৰ এতিয়া জবাবদিহি হ’ব লাগিব উচ্চ ন্যায়ালয়ৰ মজিয়াত।

গুৱাহাটী উচ্চ ন্যায়ালয়ে উমৰাংছ’ৰ অবৈধ কয়লা খননৰ বিষয়টোক লৈ গভীৰ উদ্বেগ প্রকাশ কৰাৰ লগতে নিজাববীয়াকৈ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰিছে। ‘ৰেট হ’ল’ খননৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা বলৱতৰ ক্ষেত্ৰত প্ৰশাসনৰ ব্যৰ্থতাৰ প্ৰসংগ উল্লেখ কৰি নিজাববীয়া গোচৰ ৰুজু কৰে উচ্চ ন্যায়ালয়ে।

এক নির্দেশত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ যুটীয়া বিচাৰপীঠে ৰাজ্যৰ মুখ্য সচিবকে ধৰি ৰাজ্য চৰকাৰৰ বৰমূৰীয়া সাতজন বিষয়ালৈ জাননী জাৰি কৰে। এইসকল হৈছে অসম চৰকাৰৰ মুখ্য সচিব, খনি আৰু খনিজ বিভাগৰ অতিৰিক্ত মুখ্য সচিব, পৰিৱেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব, গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব, ডিফুস্থ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব তথা মহানগৰীৰ কাহিলিপাৰাৰ ভূতত্ত্ব আৰু খনিজ সঞ্চালকালয়ৰ সঞ্চালক।

নির্দেশটোত মঙলবাৰে মুখ্য ন্যায়াধীশৰ নেতৃত্বৰ যৌথ বিচাৰপীঠে উল্লেখ কৰে যে ২৭ জানুৱাৰীৰ নিৰ্দেশ মর্মে এই ৰাজহুৱা স্বার্থজড়িত গোচৰ (নিজাববীয়া) আবেদন পঞ্জীয়ন আৰু শুনানিৰ বাবে গ্রহণ কৰা হয়। নির্দেশত উল্লেখ কৰা হয় যে উমৰাংছ’ৰ কয়লা খনন আদালতৰ দৃষ্টিগোচৰ হৈছে। উমৰাংছ’ অঞ্চলত দুশতকৈ অধিক ‘ৰেট হ’ল’ খনন চলি থকা বুলি প্রকাশিত বিভিন্ন প্রতিবেদন আদালতৰ দৃষ্টিগোচৰ হৈছে।

তদুপৰি আদালতে এই কথাও লক্ষ্য কৰিছে যে অসমৰ কার্বি আংলং জিলাত ‘ৰেট হ’ল‘ খনন অনিয়ন্ত্রিতভাবে চলি আছে আৰু এই বিষয়ে জ্ঞাত হোৱাৰ পাছতো কর্তৃপক্ষই উক্ত ‘বেট হ’ল’ খননসমূহ বন্ধ কৰিবলৈ অথবা প্রতিৰোধ কৰিবলৈ কোনো ব্যবস্থা লোৱা নাই। এই কথা উল্লেখ কৰি যুটীয়া বিচাৰপীঠে সংশ্লিষ্ট পক্ষলৈ জাননী জাৰি কৰে। মঙলবাৰে আদালতত উপস্থিত থাকে ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়া। ৰাজ্যৰ মুখ্য সচিবৰ পৰা আৰম্ভ কৰি ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনাৰ প্ৰধান সচিবকে ধৰি জাননী জাৰি পাঁচজন বিষয়াৰ লগতে ভূতত্ত্ব আৰু খনিজ সঞ্চালকৰ হৈ উপস্থিত থাকে মহাধিবক্তা।

আনহাতে, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিবৰ হৈ জাননী গ্ৰহণ কৰে পৰিষদৰ অধিবক্তা জে চুতীয়াই। অহা সাত ফেব্ৰুৱাৰীত পুনৰ গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইয়াৰ পূৰ্বে ৰাজহুৱা স্বার্থজড়িত আবেদন (নিজাববীয়া) সন্দর্ভত শপতনামা দাখিল কৰাৰ লগতে ৰাজ্যত ‘ৰেট হ’ল’ কয়লা খনন কার্য বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ শেহতীয়া অৱস্থিতি প্রতিবেদন দাখিল কৰিব লাগিব ৰাজ্য চৰকাৰে।

যুটীয়া বিচাৰপীঠৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে পৰিস্থিতিৰ সন্দৰ্ভত আৰু অবৈধ খনন বন্ধ কৰিবলৈ গ্রহণ কৰা কাৰ্যব্যৱস্থা সন্দৰ্ভত বিতং শপতনামা সাত ফেব্ৰুৱাৰীৰ পূর্বে দাখিল কৰিব লাগিব। আজিৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ে সর্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা বলৱতৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আদালতৰ নিৰ্দেশত স্পষ্ট হৈছে যে সংশ্লিষ্ট কর্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ অবৈধ খননৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা বলবৎ কৰাত ব্যর্থ হৈছে। মনকৰিবলগীয়া যে উমৰাংছ’ৰ শোকাৱহ ঘটনাৰ ক্ষেত্ৰত আদালতৰ হস্তক্ষেপ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GUWAHATI HIGH COURTILLEGAL COAL MINING
publisher

publisher

Related Posts

ULFA(I) Operations Commander Rupam Asom arrested:তিনিচুকীয়া আৰক্ষীৰ জালত আলফা স্বাধীনৰ অপাৰেচন কামাণ্ডাৰ ৰূপম অসম
Assam

May 24, 2025
গাজাত যুদ্ধত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিশু, চিকিৎসালয়ত পুষ্টিহীন শিশুৰ সংখ্যা বৃদ্ধিৰ 
News

গাজাত যুদ্ধত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিশু, চিকিৎসালয়ত পুষ্টিহীন শিশুৰ সংখ্যা বৃদ্ধিৰ 

May 24, 2025
Fashion designer Sanjukta Dutta:কাঁৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজ-পাৰেৰে উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ
News

Fashion designer Sanjukta Dutta:কাঁৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজ-পাৰেৰে উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

May 24, 2025
জ্বৰ, চৰ্দি আৰু কাহৰ বহু ‘ককটেল’ ঔষধ বাতিল মানদণ্ড পূৰণ কৰিব নোৱাৰিলে প্ৰসাধন সামগ্ৰীয়েও !
India

May 23, 2025
 Theft Arrested: Theft Arrested:সাতটা চোৰাং গৰু সহ দুই সৰবৰাহকাৰী আটক আগমনিত 
News

 Theft Arrested: Theft Arrested:সাতটা চোৰাং গৰু সহ দুই সৰবৰাহকাৰী আটক আগমনিত 

May 23, 2025
Wild Elephants:বনৰীয়া হাতী উপদ্ৰৱ হাটশিঙিমীৰ বড়ঝোৰাত
News

Wild Elephants:বনৰীয়া হাতী উপদ্ৰৱ হাটশিঙিমীৰ বড়ঝোৰাত

May 23, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d