Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথম দিনাই ট্ৰাম্পৰ কোম্পানীৰ ৩,২৫০ কোটিৰ ফ্লেট বিক্ৰী হ’ল 

    BCCI Secretary Devojit loan Saikia:আই পি এল পুনৰ আৰম্ভ হ’ব অহা ১৭ মে’ৰ পৰা

    Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

    Guwahati Theft Incident:কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চোৰৰ চাফাই অভিযান

    মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত

    Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Indian banks have lost Rs 14 lakh crore in 10 years:মোদীৰ ১০ বছৰীয়া শাসনত দেশৰ বিভিন্ন বেংকে হেৰুৱালে ১৪ লক্ষ কোটি

আৰটিআইৰ আবেদনৰ উত্তৰত প্ৰকাশ কৰিলে আৰবিআইয়ে, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি, ১৬ লাখ কোটিৰ মাথোঁ দুই লক্ষাধিক কোটিহে উদ্ধাৰ কৰিবলৈ সক্ষম, কৌশলেৰে বৃহৎ কৰ্প'ৰেট গোষ্ঠীক বৃহৎ ঋণ ৰেহাই

publisher by publisher
January 29, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Indian banks have lost Rs 14 lakh crore in 10 years:মোদীৰ ১০ বছৰীয়া শাসনত দেশৰ বিভিন্ন বেংকে হেৰুৱালে ১৪ লক্ষ কোটি
1
SHARES
5
VIEWS
ShareShareShareShare

Indian banks have lost Rs 14 lakh crore in 10 years:

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰথম ১০টা বছৰৰ কাৰ্যকালত দেশৰ বেংকসমূহে ১৪ লাখ কোটি টকা হেৰুৱাৰ তথ্য পোহৰলৈ আহিছে। লক্ষ্যণীয়ভাবে এই তথ্য বিৰোধী শিবিৰৰ নহয়; বৰঞ্চ স্বয়ং ভাৰতীয় ৰিজার্ভ বেংকৰ।

ADVERTISEMENT

তথ্য জনাৰ অধিকাৰ (আটিআই) আইনৰ অধীনত কৰা আবেদনৰ ভিত্তিত ৰিজার্ভ বেংকে প্রকাশ কৰিছে ২০১৪ব পৰা ২০২৪ সময়ছোৱাত বিভিন্ন বেংকে ‘ৰাইট অফ’ কৰা ধনৰ পৰিমাণ। বেংকে ঋণ ‘ৰাইট অফ’ কৰাৰ অৰ্থ হ’ল ওভতাই লাভ নকৰা কোনো ঋণৰ ধনৰ হিচাপ বেংকৰ খাতা-বহীৰ পৰা আঁতৰাই এই ধন উদ্ধাৰৰ ব্যৱস্থা কৰে সংশ্লিষ্ট বেংকে।

RelatedPosts

Inflation rose to 6.2 per cent in October:অক্টোবৰত দেশত মূল্যবৃদ্ধিৰ হাৰ ৬.২ শতাংশলৈ বৃদ্ধি

Banks Failed To Recover 81.30% Of Loans Written Off In Last 5 Years:দেশৰ বেংকৰ ১০ লাখ কোটি অনুৎপাদনশীল ঋণৰ ৮১.৩০ শতাংশ ধনেই ঘূৰাই অনাত ব্যর্থ

Number of Internet users in India has increased by 144.1 million Last 10 Years:বিগত ১০ বছৰত ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰী ১৪.৪১ কোটি বৃদ্ধি পালে

অৱশ্যে এই প্রক্রিয়াৰে বিগত সময়ত বিভিন্ন বেংকে কিমান ধন উদ্ধাৰ কৰিলে সেয়া স্পষ্ট নহয়। দৰাচলতে ‘ৰাইট অফ’ হ’ল ঋণ ৰেহাইৰ প্ৰথমটো ঢাপ। উক্ত আৰটিআই আবেদনৰ অধীনত পোৱা তথ্য অনুসৰি ২০১৪ৰ এপ্ৰিলৰ পৰা ২০২৪ৰ ৩০ ছেপ্টেম্বৰলৈ দেশৰ বিভিন্ন বেংকে ১৬ লাখ ৬১ হেজাৰ ৩১০ কোটি টকাৰ ঋণ ‘ৰাইট অফ’ কৰে।

বিগত সময়ত ইয়াৰে মাথোঁ দুই লাখ ৬৯ হেজাৰ ৭৯৫ কোটি টকাহে বেংকসমূহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অর্থাৎ ‘ৰাইট অফ‘ কৰা মুঠ ধনৰ মাথোঁ ১৬ শতাংশহে উদ্ধাৰ কৰিছে বেংকসমূহে। বাকী ১৩ লাখ ৯১ হেজাৰ ৫১২ কোটি টকা ডুব গৈছে।

নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী প্রফুল্ল পি সাৰদাই উক্ত আৰটিআই আবেদন কৰে। আবেদনৰ ভিত্তিত তেওঁক ভাৰতীয় ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি বিগত ১০ বছৰত অৰ্থাৎ ২০১৪ৰ পৰা ২০২৪ৰ সময়ছোৱাত সর্বাধিক ঋণ ‘ৰাইট অফ’ কৰে দেশৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহে। উক্ত ১০ বছৰত ৰাষ্ট্ৰীয়কৃত বেংকসমূহে ‘ৰাইট অফ’ কৰা মুঠ ধনৰ পৰিমাণ হ’ল ১২ লাখ আঠ হেজাৰ ৬২১ কোটি টকা।

ইয়াৰ বিপৰীতে উক্ত ১০টা বছৰত ব্যক্তিগত খণ্ডৰ বেংকসমূহে চাৰি লাখ ৪৬ হেজাৰ ৬৬৯ কোটি টকা আৰু নগৰ সমবায় বেংকসমূহে ছহেজাৰ ২০ কোটি টকাৰ ‘ৰাইট অফ’ কৰে। অভিযোগ অনুসৰি বেংকসমূহে কৰা এই ‘ৰাইট অফ’ৰ ধনৰ সিংহভাগেই হৈছে কৰ্প’ৰেট গোষ্ঠীয়ে লোৱা ঋণৰ ধন।

ইপিনে, অভিযোগ উত্থাপিত হৈছে যে চৰকাৰে দৰিদ্ৰ জনতাৰ পৰা বিভিন্ন কৰৰ জৰিয়তে ধন সংগ্ৰহ কৰি কৰ্প’ৰেটক ঋণৰ মাধ্যমেৰে যোগান ধৰিছে। লক্ষ্যণীয়ভাৱে চলিত বিত্তীয় বৰ্ষৰ এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষ কৰৰ বাবদ ১৬ লক্ষ কোটি টকা সংগ্ৰহ কৰিছে। বিগত ১০টা বছৰত ইয়াৰ প্ৰায় সমান অংকৰ ধন বেংকসমূহে হেৰুৱায়। এনে অৱস্থাতো প্রধানমন্ত্রী মোদীয়ে বিৰোধীকহে দুর্নীতিগ্রস্ত আখ্যা দি তুলাধুনা দি আছে। লক্ষ্যণীয়ভাৱে বিগত ১০টা বছৰত স্বাস্থ্যৰ লেখীয়া গুৰুত্বপূৰ্ণ শিতানতো চৰকাৰে বাজেটত পুঁজি হ্রাস কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indian BanksLast 10 Yearslost Rs 14 lakh croreModi GovtRbi ReportRTI activist Prafulla p Sarada
publisher

publisher

Related Posts

প্ৰথম দিনাই ট্ৰাম্পৰ কোম্পানীৰ ৩,২৫০ কোটিৰ ফ্লেট বিক্ৰী হ’ল 
News

May 15, 2025
BCCI Secretary Devojit loan Saikia:আই পি এল পুনৰ আৰম্ভ হ’ব অহা ১৭ মে’ৰ পৰা
News

BCCI Secretary Devojit loan Saikia:আই পি এল পুনৰ আৰম্ভ হ’ব অহা ১৭ মে’ৰ পৰা

May 15, 2025
Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান
News

Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

May 15, 2025
Guwahati Theft Incident:কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চোৰৰ চাফাই অভিযান
News

Guwahati Theft Incident:কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চোৰৰ চাফাই অভিযান

May 15, 2025
মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত
India

মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত

May 15, 2025
Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ
News

Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ

May 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d