Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

No fFund to Buy EVMs, Elections On Ballots:ইভিএম ক্ৰয়ৰ পুঁজি নাই, বেলটতে নির্বাচন

ঘোষণা অনুসৰি নৱেম্বৰত হ'ব পঞ্চায়ত নিৰ্বাচন, সংশোধিত আইনৰ বিধি প্রস্তুত নকৰাৰ বাবে প্রস্তুতিত হেঙাৰ, পঞ্চায়ত নির্বাচন সম্পন্ন হোৱাক লৈ অনিশ্চয়তা চৰকাৰলৈ অপেক্ষা আয়োগৰ, নিৰ্বাচনত ব্যৱহাৰ কৰিব নোৱাৰিব দলীয় প্রতীক, মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণ প্ৰাৰ্থীৰ শিক্ষাগত

publisher by publisher
June 14, 2024
in Assam, India, News
Reading Time: 3 mins read
0
No fFund to Buy EVMs, Elections On Ballots:ইভিএম ক্ৰয়ৰ পুঁজি নাই, বেলটতে নির্বাচন
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

State Election Officer Pressmeet in Janata bhawan:ফেব্ৰুৱাৰীৰ শেষত ঘোষণা হ’ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন !

Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট

Panchayat Election:পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পর্যায়ত ৭৯.২৩ শতাংশ ভোট

No Fund to Buy EVMs, Elections On Ballots:

অহা নৱেম্বৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ গ্রামাঞ্চলত আৰম্ভ হৈছে তৎপৰতা। পিছে এইবাৰৰ পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়তত কোনো প্রার্থীয়ে কোনো ৰাজনৈতিক দলৰ প্ৰতীকত নির্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত এতিয়া অহা নৱেম্বৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ গ্রামাঞ্চলত আৰম্ভ হৈছে তৎপৰতা।

ADVERTISEMENT

পিছে এইবাৰৰ পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়তত কোনো প্রার্থীয়ে কোনো ৰাজনৈতিক দলৰ প্ৰতীকত নির্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত এতিয়া বিপাঙত পৰিছে ৰাজনৈতিক দলৰ প্রার্থিত্ব প্রত্যাশীসকল।

ইফালে, নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাকে ধৰি আন একাধিক নতুন নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ ফলতো বিভ্রান্তিত ভূগিছে প্রার্থিত্ব প্রত্যাশীসকল। গ্রামাঞ্চলত আৰম্ভ হোৱা পঞ্চায়ত নির্বাচনকেন্দ্রিক এই তৎপৰতাৰ সমান্তৰালকৈ দিছপুৰতো আৰম্ভ হৈছে নির্বাচন সম্পন্ন কৰাৰ যাৱতীয় প্রক্রিয়া।

অহা নৱেম্বৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রীয়ে সিদ্ধান্ত ঘোষণা কৰিছে যদিও ইতিপূর্বে অসম বিধানসভাত গৃহীত হোৱা অসম পঞ্চায়ত আইন (সংশোধিত), ১৯৯৪ৰ সংশোধন সন্দৰ্ভত এই পর্যন্ত বিধি প্রস্তুত নকৰা বাবে ওলমি ৰৈছে পঞ্চায়ত নির্বাচনৰ প্ৰস্তুতি।

উল্লেখ্য যে সংশোধিত আইনখনত এক অন্যতম দফা আছিল এইবাৰৰ নিৰ্বাচনত বেলটৰ পৰিৱৰ্তে ইভিএমৰ জৰিয়তে ভোটগ্রহণৰ সিদ্ধান্ত; কিন্তু ইভিএম ক্ৰয়ৰ বাবে দিছপুৰে প্ৰয়োজনীয় পুঁজি যোগান ধৰিব নোৱৰাত এইবাৰৰ নির্বাচন বেলট পেপাৰৰ জৰিয়তে সম্পন্ন কৰাৰ বিকল্প নোহোৱা হৈছে।

ইফালে, ৰাজ্য চৰকাৰে সংশোধিত পঞ্চায়ত আইনৰ বিধি প্রস্তুত নকৰাৰ বাবেও এই পর্যন্ত ৰাজ্যিক নির্বাচন আয়োগে অগ্ৰসৰ হ’ব পৰা নাই ইভিএমৰ প্ৰসংগটোত। এই প্ৰসংগত ৰাজ্যিক নির্বাচন আয়ুক্ত আলোক কুমাৰে ‘দৈনিক অগ্রদূত ‘ক জনায় যে পঞ্চায়ত নিৰ্বাচনত ইভিএম ব্যৱহাৰ সন্দৰ্ভত চৰকাৰে আইন সংশোধন কৰিছিল যদিও আইন খনৰ বিধি জাননীকৃত নোহোৱা বাবে আয়োগে এই ক্ষেত্রত এখোজো আগুৱাব পৰা নাই।

নির্বাচন আয়ুক্তজনে এই কথাও জনায় যে ইভিএম ক্রয় কৰিবলৈ হ’লে এক বৃহৎ অংকৰ ধনৰো প্রয়োজন হ’ব। তেওঁ কয়, ‘প্রতিটো ভোটগ্রহণ কেন্দ্রত তিনিটাকৈ ইভিএমৰ প্ৰয়োজন হ’ব। এটা জিলা পৰিষদৰ বাবে, এটা আঞ্চলিক পঞ্চায়তৰ বাবে আৰু এটা গাঁও পঞ্চায়তৰ ভোটগ্ৰহণৰ বাবে। তেনে ক্ষেত্ৰত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে একলাখৰ ওচৰা-ওচৰি ইভিএমৰ প্ৰয়োজন হ’ব।

কিয়নো ভোটগ্রহণ কেন্দ্রসমূহত প্রয়োজনীয় সংখ্যক ইভিএম যোগানৰ পাছত হঠাতে যান্ত্রিক বিজুতি ঘটিলে সলনি কৰিব পৰাকৈ কিছু সংখ্যক ইভিএম সংৰক্ষিত কৰি ৰাখিব লাগিব; কিন্তু এই পর্যন্ত ইভিএম ব্যৱহাৰ বা ক্ৰয়ৰ বাবে চৰকাৰে আইনখনৰ বিধি জাননীকৃত নকৰাৰ ফলত বিষয়টো ওলমি ৰৈছে। অৱশ্যে যিহেতু নির্বাচনত বৃহৎসংখ্যক ইভিএমৰ প্ৰয়োজন হ’ব, সেয়েহে অতি কম সময়ৰ ভিতৰতে বজাৰৰ পৰা প্রয়োজনীয় সংখ্যক ইভিএম ক্রয় কৰি অনাটো এক প্রত্যাহ্বান।

উৎপাদনকাৰী প্রতিষ্ঠানসমূহেও ইমান বৃহৎসংখ্যক ইভিএম কম সময়তে যোগান ধৰিব পাৰিব নে নাই সেয়াও এক প্রশ্ন।’ উল্লেখ্য যে ইভিএমৰ ব্যৱহাৰ প্ৰসংগত এই পর্যন্ত চৰকাৰে কোনো সুস্থিৰ সিদ্ধান্ত গ্ৰহণ নকৰাক লৈ নিৰ্বাচনত বেলট কাগজৰ ব্যৱহাৰৰ সম্ভাৱনাই প্রবল হৈ পৰিছে। দিছপুৰৰ এক শীর্ষ সূত্রই সদৰী কৰা মতে, প্রায় এক লাখ ইভিএম ক্ৰয়ৰ বাবে বৃহৎ অংকৰ ধনৰ প্ৰয়োজন যদিও ৰাজ্য চৰকাৰে ইভিএম ক্ৰয়ৰ বাবে কোনো আছুতীয়া পুঁজি ধার্য নকৰা বা এই পর্যন্ত মোকলাই নিদিয়াত আয়োগে ইভিএম ক্রয় কৰাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে।

সূত্ৰটোৰ মতে, ইতিমধ্যে ইভিএমৰ আর্হিও অনুমোদিত কৰা হৈছে। ‘এম-৩’ ইভিএম ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল; কিন্তু আয়োগে প্রয়োজনীয় পুঁজি সন্দর্ভত বিত্ত বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণৰ পাছতো চৰকাৰে পুঁজি মোকলাই দিয়া নাই তথা পঞ্চায়ত নির্বাচনত ইভিএম ব্যৱহাৰৰ বাবে সংশোধিত আইনত অন্তর্ভুক্ত কৰা নতুন নিয়ম সন্দৰ্ভত বিধি প্রস্তুত কৰা হোৱা নাই। সেয়েহে সমগ্র বিষয়টো ওলমি ৰৈছে।

আনহাতে,অহা নৱেম্বৰত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে যদিও নির্বাচন অনুষ্ঠিত কৰাৰ বাবে যাবতীয় প্রস্তুতিৰ ক্ষেত্ৰত নির্দিষ্ট কেতবোৰ অসম্পূর্ণ কমৰ বাবে থমকি ৰ’বলগীয়া হৈছে নির্বাচন আয়োগ তথা ৰাজ্য চৰকাৰ।

উল্লেখ্য যে নৱেম্বৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ হ’লে সংশোধিত ভোটাৰ তালিকা প্রয়োজন হ’ব; কিন্তু সংশোধিত ভোটাৰ তালিকা প্রস্তুতৰ বাবে প্ৰথমে পঞ্চায়তৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ বাঞ্ছনীয়। লক্ষ্যণীয় যে ৰাজ্যত বিধানসভা আৰু লোকসভা সমষ্টিৰ সীম পুনৰ নিৰ্ধাৰণ সম্পন্ন হোৱাৰ সূত্রে পঞ্চায়তৰ সমষ্টিসমূহৰো সীমা পুনৰ নিৰ্ধাৰণ অৱধাৰিত; কিন্তু এই পর্যন্ত ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোত অগ্ৰসৰ হ’ব পৰা নাই।

যাৰ ফলত নির্বাচন আয়োগেও সংশোধিত ভোটাৰ তালিকা যুগুত কৰিব পৰা নাই। এই প্রসংগত আয়ুক্ত কুমাৰে ‘দৈনিক অগ্রদূত ‘ক কয়, ‘পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি ভোটাৰ তালিকা প্রায় সাজু কৰি ৰাখিছো; কিন্তু পঞ্চায়তসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ অবিহনে যিহেতু নির্বাচন অনুষ্ঠিত নহয়, সেয়েহে সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ লগে লগে ভোটাৰ তালিকাৰো সংশোধন ঘটোৱাটো অৱশ্যম্ভাবী।

যিহেতু পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো আমাৰ আওতাত নপৰে, সেয়েহে চৰকাৰে পুনৰ নিৰ্ধাৰণ প্রক্রিয়া সম্পন্ন কৰাৰ পাছতে আমি পঞ্চায়তৰ সমষ্টি সমূহৰ নতুন সীমাৰ ভিতৰত সংশোধিত ৰূপত ভোটাৰ তালিকা প্রস্তুত কৰিম। অৱশ্যে এইবাৰ অনলাইনৰ জৰিয়তে ভোটাৰ তালিকাৰ সংশোধন ঘটোৱা হ’ব। সেয়েহে এই প্রক্রিযাটোত অধিক সময়ৰ প্ৰয়োজন নহয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগে আমি সংশোধিত ভোটাৰ তালিকা যুগুত কৰি উলিয়াম।’

উল্লেখ্য যে ৰাজ্যখনত থকা ২,১৯৭ খন গাঁও পঞ্চায়ত, ১৮৫ খন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে ৰদবদল হ’লেও অৱশ্যে সমষ্টিৰ সংখ্যা অপৰিৱৰ্তিত থাকিব । এই প্রসংগত ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ এক শীর্ষ সূত্রই কয় যে পঞ্চায়ত আইনৰ সংশোধনীত এই কথা স্পষ্ট কৰা হৈছে যে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ ভৌগোলিক পৰিসীমা সাল-সলনি হ’লেও পঞ্চায়তৰ সংখ্যা হ্রাস বা বৃদ্ধি নহয়।

সূত্রটোৱে আৰু কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে জিলাভিত্তিত একোখনকৈ আয়োগ গঠন কৰা হ’ব, য’ত জিলা আয়ুক্তক অধ্যক্ষ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক সদস্য সচিব আৰু জিলা নির্বাচনী বিষয়াক সদস্যৰূপে লৈ জিলা পৰিসীমা আয়োগ গঠন কৰা হ’ব।

ব্যৱহাৰ কৰিব নোৱাৰিব দলীয় প্রতীক, মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ প্ৰস্তাৱ সমাগত পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়তসমূহত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰা প্রার্থীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব কোনো দলীয় প্রতীক। ইফালে, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণবো ব্যবস্থা কৰা হৈছে সংশোধিত আইনত।

আকৌ আগন্তুক পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে অনুষ্ঠিত নহ’ব নির্বাচন। ৰাইজে গাঁও পঞ্চায়তৰ সভাপতি বাছনিৰ পৰিৱৰ্তে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ ১০ জন সদস্যই অনুষ্ঠিত বাছনি কৰিব সভাপতিজনক।

ইফালে, নির্বাচন অনুষ্ঠিত হোৱাৰ পাছত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সভাপতি, উপ-সভাপতিৰ বিৰুদ্ধে আঢ়ৈ বছৰলৈ কোনেও অনাস্থা প্রস্তাৱ উত্থাপন কৰিব নোৱাৰিব। প্রার্থীৰ শিক্ষাগত অর্হতাক লৈয়ো গ্রামাঞ্চলত অসন্তুষ্টি ৷ পঞ্চায়ত নির্বাচনত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ধাৰ্য কৰি আইন প্ৰণয়নৰ পাছত এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা বহু প্রার্থীয়ে বিপাঙত পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে সংশোধিত আইনত জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী হ’বলৈ হ’লে নূনতম শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীর্ণ হ’ব লাগিব বুলি উল্লেখ কৰা হৈছে। আকৌ গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্রিক উত্তীর্ণ হ’ব লাগিব সংশ্লিষ্ট প্রার্থীজন। প্ৰাৰ্থীৰ শিক্ষাগত অর্হতা নির্ণয় কৰি সংশোধিত আইনত সংযোজনৰ পাছত সমাগত নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে সাজু হৈ থকা বহু প্রার্থী এতিয়া হতাশাত ভোগা পৰিলক্ষিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Alok KumarBallotsEVMsNo FundPanchayat ElectionState Election Officer
publisher

publisher

Related Posts

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d