Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Indian banks have lost Rs 14 lakh crore in 10 years:মোদীৰ ১০ বছৰীয়া শাসনত দেশৰ বিভিন্ন বেংকে হেৰুৱালে ১৪ লক্ষ কোটি

আৰটিআইৰ আবেদনৰ উত্তৰত প্ৰকাশ কৰিলে আৰবিআইয়ে, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি, ১৬ লাখ কোটিৰ মাথোঁ দুই লক্ষাধিক কোটিহে উদ্ধাৰ কৰিবলৈ সক্ষম, কৌশলেৰে বৃহৎ কৰ্প'ৰেট গোষ্ঠীক বৃহৎ ঋণ ৰেহাই

publisher by publisher
January 29, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Indian banks have lost Rs 14 lakh crore in 10 years:মোদীৰ ১০ বছৰীয়া শাসনত দেশৰ বিভিন্ন বেংকে হেৰুৱালে ১৪ লক্ষ কোটি
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Inflation rose to 6.2 per cent in October:অক্টোবৰত দেশত মূল্যবৃদ্ধিৰ হাৰ ৬.২ শতাংশলৈ বৃদ্ধি

Banks Failed To Recover 81.30% Of Loans Written Off In Last 5 Years:দেশৰ বেংকৰ ১০ লাখ কোটি অনুৎপাদনশীল ঋণৰ ৮১.৩০ শতাংশ ধনেই ঘূৰাই অনাত ব্যর্থ

Number of Internet users in India has increased by 144.1 million Last 10 Years:বিগত ১০ বছৰত ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰী ১৪.৪১ কোটি বৃদ্ধি পালে

Indian banks have lost Rs 14 lakh crore in 10 years:

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰথম ১০টা বছৰৰ কাৰ্যকালত দেশৰ বেংকসমূহে ১৪ লাখ কোটি টকা হেৰুৱাৰ তথ্য পোহৰলৈ আহিছে। লক্ষ্যণীয়ভাবে এই তথ্য বিৰোধী শিবিৰৰ নহয়; বৰঞ্চ স্বয়ং ভাৰতীয় ৰিজার্ভ বেংকৰ।

ADVERTISEMENT

তথ্য জনাৰ অধিকাৰ (আটিআই) আইনৰ অধীনত কৰা আবেদনৰ ভিত্তিত ৰিজার্ভ বেংকে প্রকাশ কৰিছে ২০১৪ব পৰা ২০২৪ সময়ছোৱাত বিভিন্ন বেংকে ‘ৰাইট অফ’ কৰা ধনৰ পৰিমাণ। বেংকে ঋণ ‘ৰাইট অফ’ কৰাৰ অৰ্থ হ’ল ওভতাই লাভ নকৰা কোনো ঋণৰ ধনৰ হিচাপ বেংকৰ খাতা-বহীৰ পৰা আঁতৰাই এই ধন উদ্ধাৰৰ ব্যৱস্থা কৰে সংশ্লিষ্ট বেংকে।

অৱশ্যে এই প্রক্রিয়াৰে বিগত সময়ত বিভিন্ন বেংকে কিমান ধন উদ্ধাৰ কৰিলে সেয়া স্পষ্ট নহয়। দৰাচলতে ‘ৰাইট অফ’ হ’ল ঋণ ৰেহাইৰ প্ৰথমটো ঢাপ। উক্ত আৰটিআই আবেদনৰ অধীনত পোৱা তথ্য অনুসৰি ২০১৪ৰ এপ্ৰিলৰ পৰা ২০২৪ৰ ৩০ ছেপ্টেম্বৰলৈ দেশৰ বিভিন্ন বেংকে ১৬ লাখ ৬১ হেজাৰ ৩১০ কোটি টকাৰ ঋণ ‘ৰাইট অফ’ কৰে।

বিগত সময়ত ইয়াৰে মাথোঁ দুই লাখ ৬৯ হেজাৰ ৭৯৫ কোটি টকাহে বেংকসমূহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অর্থাৎ ‘ৰাইট অফ‘ কৰা মুঠ ধনৰ মাথোঁ ১৬ শতাংশহে উদ্ধাৰ কৰিছে বেংকসমূহে। বাকী ১৩ লাখ ৯১ হেজাৰ ৫১২ কোটি টকা ডুব গৈছে।

নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী প্রফুল্ল পি সাৰদাই উক্ত আৰটিআই আবেদন কৰে। আবেদনৰ ভিত্তিত তেওঁক ভাৰতীয় ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি বিগত ১০ বছৰত অৰ্থাৎ ২০১৪ৰ পৰা ২০২৪ৰ সময়ছোৱাত সর্বাধিক ঋণ ‘ৰাইট অফ’ কৰে দেশৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহে। উক্ত ১০ বছৰত ৰাষ্ট্ৰীয়কৃত বেংকসমূহে ‘ৰাইট অফ’ কৰা মুঠ ধনৰ পৰিমাণ হ’ল ১২ লাখ আঠ হেজাৰ ৬২১ কোটি টকা।

ইয়াৰ বিপৰীতে উক্ত ১০টা বছৰত ব্যক্তিগত খণ্ডৰ বেংকসমূহে চাৰি লাখ ৪৬ হেজাৰ ৬৬৯ কোটি টকা আৰু নগৰ সমবায় বেংকসমূহে ছহেজাৰ ২০ কোটি টকাৰ ‘ৰাইট অফ’ কৰে। অভিযোগ অনুসৰি বেংকসমূহে কৰা এই ‘ৰাইট অফ’ৰ ধনৰ সিংহভাগেই হৈছে কৰ্প’ৰেট গোষ্ঠীয়ে লোৱা ঋণৰ ধন।

ইপিনে, অভিযোগ উত্থাপিত হৈছে যে চৰকাৰে দৰিদ্ৰ জনতাৰ পৰা বিভিন্ন কৰৰ জৰিয়তে ধন সংগ্ৰহ কৰি কৰ্প’ৰেটক ঋণৰ মাধ্যমেৰে যোগান ধৰিছে। লক্ষ্যণীয়ভাৱে চলিত বিত্তীয় বৰ্ষৰ এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষ কৰৰ বাবদ ১৬ লক্ষ কোটি টকা সংগ্ৰহ কৰিছে। বিগত ১০টা বছৰত ইয়াৰ প্ৰায় সমান অংকৰ ধন বেংকসমূহে হেৰুৱায়। এনে অৱস্থাতো প্রধানমন্ত্রী মোদীয়ে বিৰোধীকহে দুর্নীতিগ্রস্ত আখ্যা দি তুলাধুনা দি আছে। লক্ষ্যণীয়ভাৱে বিগত ১০টা বছৰত স্বাস্থ্যৰ লেখীয়া গুৰুত্বপূৰ্ণ শিতানতো চৰকাৰে বাজেটত পুঁজি হ্রাস কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Indian BanksLast 10 Yearslost Rs 14 lakh croreModi GovtRbi ReportRTI activist Prafulla p Sarada
publisher

publisher

Related Posts

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d