Horoscope:আজিৰ দিনটো কেনেদৰে পাৰ হ’ব
মেষ: কৰ্ম আৰু ইচ্ছা শক্তি বৃদ্ধি পাব। নিবনুৱাৰ কৰ্ম সংস্থানৰ আশা। ভ্রমণত শুভ, বিদ্যাত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৪।
বৃষ: কর্মক্ষেত্রত মধ্যম, ব্যৱসায়ীসকলৰ নতুন সুযোগৰ আশা, বিদ্যাত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৬।
মিথুন: শৰীৰৰ যত্ন লওক, কর্মস্থানত কিছু জটিলতা থাকিব। পাৰিবাৰিক কষ্ট। যান-বাহনৰ পৰা সাৱধান। নতুন কর্ম সংস্থাপনৰ যোগ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।
কর্কট: কর্মক্ষেত্রত উৎসাহ বৃদ্ধি। আত্মীয়ৰ পৰা সু-সংবাদ পাব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ পৰা উপকৃত হ’ব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৭।
সিংহ: আর্থিকত শুভ। কর্মত বাধা। উৎসাহপূর্ণ আনন্দ। মুকলি পৰিৱেশত সময় কটাওক। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।
কন্যা: বিদ্যাত শুভ, শাৰীৰিক মধ্যম, ভ্ৰমণত শুভ, আয় বৃদ্ধি। বন্ধুবৰ্গৰ পৰা সহায় পাব। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
তুলা: ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি। যোগ্য ব্যক্তিৰ মান সম্মান বৃদ্ধি। আয় বৃদ্ধি, কর্মত মধ্যম। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৭।
বৃশ্চিক: কর্মস্থানত পদোন্নতি। উদ্যোগ বা ব্যৱসায়-বাণিজ্যত শুভ। আর্থিক ব্যয়। বিদ্যাত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
ধনু: ব্যৱসায়ীৰ উন্নতি। আত্মীয়ৰ বাবে দুৰ্ভাৱনা থাকিব পাৰে। গুৰুক স্মৰণ কৰক, তুলসীৰ তলত পূজা কৰিব। শুভ ৰং ক’লা। শুভ সংখ্যা ২।
মকৰ : শৰীৰৰ প্ৰতি যত্ন লওক। কর্মব্যস্ততা বৃদ্ধি। শুভ কাম কৰিব পাৰিব। পাৰিবাৰিক কিছু সমস্যা থাকিব। শুভ ৰং সেউজীয়া। শুভসংখ্যা ৮।
কুম্ভ: কর্মস্থানত পদোন্নতি। হঠাৎ আয় বৃদ্ধি। ভ্রমণত সাৱধান। কোনো আকস্মিক চিন্তাই আমনি কৰিব পাৰে। বিষ্ণু পূজা কৰক শুভ হ’ব। শুভ ৰং চকলেট। শুভ সংখ্যা ৩।
মীন: কৰ্মত নতুন প্ৰেৰণা পাব। প্ৰেমত শুভ, ধনপ্রাপ্তিৰ যোগ। ঘৰুৱা নতুন কাম হাতত ল’ব পাৰিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫৷