Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

KARNATAKA MINISTER’S COMMENT SPARKS ROW “ৰাজহুৱা পথত গৰু চোৰক গুলীয়াই হত্যা কৰা হ’ব”

publisher by publisher
February 4, 2025
in News, India
Reading Time: 1 min read
0
KARNATAKA MINISTER’S COMMENT SPARKS ROW “ৰাজহুৱা পথত গৰু চোৰক গুলীয়াই হত্যা কৰা হ’ব”
1
SHARES
12
VIEWS
ShareShareShareShare
KARNATAKA MINISTER’S COMMENT SPARKS ROW “ৰাজহুৱা পথত গৰু চোৰক গুলীয়াই হত্যা কৰা হ’ব”

কৰ্ণাটক মন্ত্ৰীৰ মন্তব্যক লৈ বিতৰ্ক

ADVERTISEMENT

কৰ্ণাটকত ইটোৰ পাছত সিটোকৈ গৰু চুৰিৰ ঘটনা সন্দৰ্ভত চৰম সতৰ্কবাণী জাৰি কৰিছে মন্ত্ৰী মানকল এছ বিদ্যাৰে।

RelatedPosts

No Content Available

সতৰ্ক কৰি দিছে,যদি গৰু চুৰিৰ স’তে জড়িত কাৰোবাক দেখিলেই তেওঁক ৰাজহুৱা পথত গুলীয়াই হত্যা কৰা হ’ব। তেওঁৰ এই মন্তব্যৰ পাছতে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ কৰ্ণাটকৰ হান্নাভাৰ অঞ্চলত গৰ্ভৱতী গৰুক হত্যা কৰাৰ ঘটনাত উত্তপ্ত হৈ উঠিছে ৰাজ্যখনৰ ৰাজনীতি। এই পৰিস্থিতিৰ মাজতে উত্তৰ কানাড়া জিলাৰ এক অনুষ্ঠানত মন্ত্ৰী বিদ্যাই কয় যে, “বছৰ বছৰ ধৰি ।অঞ্চলটোত গৰু চুৰি সংঘটিত হৈ আহিছে।

এই ঘটনা অনতিপলমে বন্ধ কৰিবলৈ জিলা আৰক্ষী অধীক্ষকক অৱগত কৰিছো। এই ঘটনাৰ স’তে জড়িত সকলক কঠোৰ শাস্তি দিয়া উচিত। ”

কৰ্ণাটকৰ মীন পালন, বন্দৰ আৰু জল পৰিবহণ মন্ত্ৰী বিদ্যাই কয়, “এই গোচৰটোত নিশ্চয় কিছু গ্ৰেপ্তাৰ হৈছে। কিন্তু ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰিব লগে। যদি এইটো অব্যাহত থাকে, মই একে ধৰণৰ পদক্ষেপ লম। হয়তো এই নিৰ্দেশনা অমানৱীয় হ’ব পাৰে। কিন্তু গৰুৰ চুৰি ৰোধ কৰিবলৈ মই অপৰাধীক ৰাজহুৱা ৰাজপথত গুলীচালনা কৰিবলৈ নিৰ্দেশ দিম।

যেনে কৰ্ম তেনে ফল পাব লাগিব। আমাৰ জিলাখনত টকা উপাৰ্জন কৰাৰ বহুতো উপায় আছে। কিন্তু যদি কোনোবাই এই পথত খোজ কাঢ়িবলৈ চেষ্টা চলাইছে, ইয়াক কোনো ধৰণে সমৰ্থন কৰা নহ’ব। ”

যিসকলে গৰু পালন কৰি আছে তেওঁলোকক আশ্বাস দি মন্ত্ৰীগৰাকীয়ে লগতে কয়, “নিৰ্ভয়ে গৰু পালন কৰক। চৰকাৰে গৰু আৰু গৰু পালনকাৰীসকলক সুৰক্ষা দিয়াৰ দায়িত্ব ল’ব।”

কৰ্ণাটকৰ প্ৰাক্তন বিজেপি চৰকাৰক লক্ষ্য কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৰ্ণাটকত এনে ঘটনা নতুন নহয়। আৰু এতিয়া এই বিষয়ত বিজেপিয়ে আমাক আক্ৰমণ কৰিছে। চৰকাৰত থকাৰ সময়ত এই ঘটনা ৰোধৰ বাবে বিজেপিয়ে কোনো পদক্ষেপ নোলোৱাৰো অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: COW THEFTKARNATAKA MINISTER
publisher

publisher

Related Posts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d