Horoscope:
মেষ: কর্মস্থানত মধ্যম, সূৰ্যক পূজা কৰক। ঘৰুৱা সামগ্ৰীৰ ওপৰত নজৰ দিয়ক। ব্যয় বৃদ্ধি, শুভ ৰং ৰঙা, শুভ সংখ্যা ২।
বৃষ: পৰিৱেশ অস্থিৰ হ’ব। শৰীৰৰ প্ৰতি যত্ন লওক। কর্মত শুভ। দুখীয়াক অন্ন দান কৰক। কমলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ১।
মিথুন: কর্মদক্ষতাৰ ওপৰত সা-সম্মান বৃদ্ধি। ভ্রমণত মধ্যম বিদ্যাত কিছু জটিলতা আছে। ব্যয় বৃদ্ধি। গোপন শত্রু বৃদ্ধি শুভ ৰং গুলপীয়া। শুভসংখ্যা ৫।
কর্কট: কর্ম ব্যস্ততা বৃদ্ধি। দুখীয়াক অন্ন-বস্ত্র দান কৰক। শত্ৰু নাশ খৰচৰ মাত্রা বৃদ্ধি। শুভ ৰং সোণালী। শুভ সংখ্যা ৪।
সিংহ: তীর্থ ভ্ৰমণৰ যোগ। লেখক, ৰাজনীতিবিদ, সমাজকর্মী আদিৰ সম্মান বৃদ্ধি। আয় বৃদ্ধি, প্ৰেমত বাধা। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।
কন্যা: কোনো শুভ সংবাদ পাব পাৰে। প্ৰেমত কষ্ট। ভ্রমণত শুভ। শত্ৰুৰ পৰা সাৱধান। শুভ ৰং নীলা শুভ সংখ্যা ৩।
তুলা: কৰ্মত উন্নতিৰ যোগ। নতুন বিদ্যাত ফলৱতী হ’ব। হঠাৎ শৰীৰ কিছু অসুস্থ হ’ব পাৰে। প্ৰেমত মধ্যম। ভ্রমণ নকৰাই ভাল। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।
বিশ্চিক: কৰ্মত উদাৰতা থাকিব। প্ৰেমত শুভ, মন্দিৰ দৰ্শনে আনন্দ দিব। মাটি-সম্পত্তি ক্ৰয় কৰিব পাৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।
ধনুঃ কর্মস্থানত ধৈৰ্যৰ প্ৰয়োজন। যান-বাহনৰ পৰা সাৱধান। পাৰিবাৰিক মনোমালিন্য। শুভ ৰং বেঙুনীয়া শুভ সংখ্যা ৬।
মকৰ কৰ্মস্থানত উন্নতিৰ যোগ। প্ৰদূষণৰ পৰা সাৱধান। কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব। ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।
কুম্ভ: কিছু জটিল সমস্যাৰ সমাধান কৰিব লাগিব। ধর্মস্থান ভ্রমণত আনন্দিত হ’ব। চিন্তাশীল আৰু জনহিতকৰ কামত সুফল। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৮।
মীন: কার্য সিদ্ধি হ’ব। নীলম ৰত্ন ধাৰণ কৰিব। বন্ধুবৰ্গৰ পৰা সহায় পাব। খৰচ বৃদ্ধি। শত্রু কমিব। দাম্পত্য মধ্যম। ক্রীম শুভ ৰং। শুভ সংখ্যা ৫।