Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Colombia returned, India welcomed:কলম্বিয়াই উভতালে, ভাৰতে আদৰিলে !

শতাধিক ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ অমৃতসৰত অৱতৰণ মার্কিন সামৰিক বিমানৰ, বিতাড়িতৰ মাজত চাৰি বছৰীয়া শিশুসহ ১২ কণমানি-২৫ মহিলা, ২৫ বছৰৰ তলৰ ৪৮, যথোচিত মর্যাদা আৰু সম্মান দিয়া উচিত, ঘৰলৈ যাবলৈ মিনি বাছৰ ব্যৱস্থা কৰিলে পঞ্জাৱ চৰকাৰে

publisher by publisher
February 6, 2025
in India, News
Reading Time: 3 mins read
0
Colombia returned, India welcomed:কলম্বিয়াই উভতালে, ভাৰতে আদৰিলে !
0
SHARES
4
VIEWS
ShareShareShareShare

Colombia returned, India welcomed:

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্ধুৰ মৰ্যাদা দি অহা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ প্ৰশাসনে দুর্ধর্ষ অপৰাধীৰ দৰে হাতকেৰায়া লগাই ভাৰতীয় অনুপ্রবেশকাৰীকো সামৰিক বিমানত তুলি বিতাড়ন কৰিলে। আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰা শতাধিক ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ বুধবাৰে পঞ্জাবৰ অমৃতসৰৰ শ্রীগুৰু ৰামদাসজী আন্তর্জাতিক বিমানকোঠত এখন মার্কিন সামৰিক বিমানে অবতৰণ কৰে।

ADVERTISEMENT

এইসকল ভাৰতীয় লোকক দুর্ধর্ষ অপৰাধীৰ লেখীয়া আচৰণ কবি মার্কিন প্রশাসনে হাতকেৰায়া লগাই সামৰিক বিমানখনত তুলি বিতাড়ন কৰে বুলি অভিযোগ উত্থাপন কৰি সৰৱ হৈ উঠিছে বিৰোধী কংগ্ৰেছ। এই অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাই কয়, ‘আমেৰিকাৰ পৰা প্রত্যর্পণৰ সময়ত এই ভাৰতীয় লোকসকলক হাতকেৰায়া লগোৱা আৰু অপমান কৰা ফটো দেখি ভাৰতীয়ৰূপে মই দুখ পাইছো।’

RelatedPosts

Trump’s policies in the UK:ব্ৰিটেইনত ট্ৰাম্পৰ নীতি !

487 Indians deported again:শীঘ্ৰে আৰু ৪৮৭ ভাৰতীয়ক বহিষ্কাৰ

US Deports Indian Migrants: আমেৰিকাৰ অবৈধ ভাৰতীয়সকলক লৈ অমৃতসৰত অৱতৰণ কৰে বিমান !

মঙলবাৰে এটা সংবাদ সংস্থাই সূত্ৰৰ উদ্ধৃতি দি প্রকাশ কৰা বাতৰি অনুসৰি, ট্রাম্প প্রশাসনে মার্কিন বায়ুসেনা বাহিনীৰ এখন চি-১৭ বিমানত তুলি ২০৫ অনুপ্রবেশকাৰী ভাৰতীয়ক বিতাড়ন কৰে। এই ভাৰতীয়সকলক লৈ সামৰিক বিমানখনে টেক্সাছৰ ছান এন্ট’নিঅ’ৰ পবা ভাৰত অভিমুখে উৰা মাৰে। আনহাতে, বুধবাৰে অমৃতসৰৰ শ্রীগুৰু ৰামদাসজী আন্তর্জাতিক বিমানকোঠত শতাধিক ভাৰতীয়ক লৈ অৱতৰণ কৰা মার্কিন সামৰিক বিমানখনত ৪৫জন মার্কিন বিষয়াও আছিল। মার্কিন বিষয়াসকলে এই ভাৰতীয়সকলৰ প্রত্যর্পণ প্রক্রিয়া সম্পূর্ণ কৰাৰ উদ্দেশ্যে অনুপ্রবেশকাবীসকলৰ স’তে একেখন বিমানত আহি ভাৰত পায় বুলি চর্চিত হৈছে।

ৰাষ্ট্রপতি ট্রাম্পৰ এক কঠোৰ কাৰ্যবাহী নির্দেশৰ ভিত্তিত প্রত্যর্পণৰ সম্মুখীন হোৱা এই শতাধিক ভাৰতীয়ৰ মাজত ২৫গৰাকী মহিলা আৰু ১২টি কণমানিও আছে। বিমানখনত ৭৯জন পুৰুষ ভাৰতীয়কো বিতাড়ন কৰে ট্রাম্প প্রশাসনে। এই পুৰুষ ভাৰতীয়সকলৰ ৪৮জনৰ বয়স ২৫ বছৰৰ তলত। আনহাতে, ১২ কণমানিৰ মাজত এটি চাৰি বছৰীয়া শিশুও আছে। বিমানখনত ১১জন বিমান কর্মচাৰী আছিল। সূত্রই প্রকাশ কৰা অনুসৰি, ভাৰতলৈ প্রত্যর্পিত হোৱা এই শতাধিক ভাৰতীয়ৰ ৩৩জন গুজৰাটৰ, ৩০জন পঞ্জাবৰ, তিনিজন মহাৰাষ্ট্রৰ, দুজনকৈ উত্তৰ প্ৰদেশ আৰু চণ্ডীগড়ৰ লোক আছে।

▶️বিমানকোঠত কটকটীয়া নিৰাপত্তা: ঘৰলৈ যাবলৈ মিনি বাছৰ ব্যৱস্থা কৰিলে পঞ্জাব চৰকাৰে

এখন মার্কিন সামৰিক বিমানে শতাধিক প্রত্যর্পিত ভাৰতীয়ক লৈ অমৃতসৰলৈ যাত্রা কৰি থকা বুলি বার্তা পোৱাৰ পাছতে তৎপৰ হৈ উঠে পঞ্জাব আৰক্ষী। বিমানখনত অনা শিশু-মহিলাসহ ১১৬ ভাৰতীয়ক সাহায্য প্রদানৰ বাবে বিমানকোঠত বিশেষ ব্যবস্থা কৰে পঞ্জাব আৰক্ষীয়ে। তেওঁলোকক নিজ নিজ ঘৰলৈ প্রেৰণৰ উদ্দেশ্যে আৰক্ষীয়ে কে’বাখনো মিনি বাছো যোগাৰ কৰে। সূত্রই প্রকাশ কৰা অনুসৰি, প্রত্যর্পিতসকলৰ মাজৰ পঞ্জাবৰসকলক বাছত তুলি নিজ নিজ ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়।

COLOMBIA2এই সম্পর্কত পঞ্জাবৰ আৰক্ষী সঞ্চালকপ্রধান গৌৰৱ যাদৱে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্রী ভগৱন্ত মানৰ স’তে হোৱা এক আলোচনাত এই প্রত্যর্পিত ভাৰতীয়সকলক বন্ধুত্বসুলভ আচৰণেৰে আদৰণি জনোৱাৰ সিদ্ধান্ত গৃহীত হয়। লগতে প্রত্যর্পিতসকলৰ সাহাযার্থে বিমানকোঠত কক্ষ (কাউন্টাৰ) স্থাপনৰো সিদ্ধান্ত উক্ত বৈঠকত গৃহীত হয় বুলি আৰক্ষী সঞ্চালকপ্রধান যাদৱে সদৰী কৰে। আনহাতে, আৰক্ষীয়ে আজি শ্রীগুৰু ৰামদাসজী আন্তর্জাতিক বিমানকোঠত নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলে। সূত্রই প্রকাশ কৰা অনুসৰি, এই প্রত্যর্পিত ভাৰতীয়সকলৰ প্রসংগত পঞ্জাব আৰক্ষীয়ে কেন্দ্রীয় চৰকাৰৰ স’তে অহৰহ যোগাযোগ অব্যাহত ৰাখে। বিমানকোঠতে প্রত্যর্পিতসকল অতীতত কোনো অপৰাধৰ স’তে জড়িত আছিল নেকি, তাৰ পৰীক্ষা কৰা হয়।

▶️অবৈধভাবে বিদেশলৈ প্ৰেৰণ কৰা ‘ট্রেভেল এজেন্ট’ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

ট্রাম্প প্রশাসনে অনুপ্রবেশকাৰীক বিতাড়ন কৰা কার্যই সমগ্র দেশত জোঁকাৰণিৰ সৃষ্টি কৰিছে। বুধবাৰে শতাধিক ভাৰতীয়ক লৈ মার্কিন বায়ুসেনা বাহিনীৰ এখন চি-১৭ বিমানে অমৃতসৰ বিমানকোঠত অৱতৰণ কৰাৰ পাছতে পঞ্জাৱত তোলপাৰৰ সৃষ্টি হয়। কাৰণ এই শতাধিক ভাৰতীয়ৰ মাজত ৩০জন পঞ্জাবৰো লোক আছে। বিষয়টোক লৈ প্রতিক্রিয়া প্রকাশ কৰি বিদেশলৈ অধ্যয়ন কৰিবলৈ যোৱা ছাত্র-ছাত্রীক দিহা-পৰামর্শ দিয়া পঞ্জাবস্থিত এটা সংস্থাৰ কার্যবাহী সদস্য নীতিন চাওলাই অবৈধ-অনৈতিক উপায়েৰে বিদেশলৈ ভাৰতীয় লোক প্রেৰণ কৰা ট্রেভেল এজেন্টসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবী উত্থাপন কৰিছে। চাওলাই কয়, ‘আগতে কানাডাই ভাৰতীয় লোকক প্রত্যর্পণ কৰিলে, এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্রৰ হাতত ২০ হেজাৰ ভাৰতীয় অনুপ্রৱেশকাৰীৰ তালিকা আছে। নিঃসন্দেহে আমি তেওঁলোকক ভাৰতলৈ আদৰণি জনাম।

কিন্তু এই মুহূর্তত মই অনুভৱ কৰিছো, আমি নিজকে বিশ্লেষণ কৰি চোৱা উচিত।’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্রত্যর্পিত হোৱাসকলক কোনে তেওঁলোকক দেশখনলৈ প্রেৰণ কৰিছিল সেই বিষয়ে সোধা উচিত। তেওঁলোকৰ উত্তৰৰ ভিত্তিত ব্যৱস্থা গ্রহণ কৰা উচিত বুলি চাওলাই মত পোষণ কৰে। অৱশ্যে একাংশই স্বেচ্ছাই অবৈধভাবেও আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব পাৰে বুলিও তেওঁ সন্দেহ প্রকাশ কৰে। একেদৰে বিনয় কুমাৰ হাবি নামৰ এজন লোকে কয় যে বিষয়টোক লৈ এক তদন্তৰ প্রয়োজন হৈছে। বিদেশলৈ অবৈধ আৰু অনৈতিক পন্থাৰে ভাৰতীয় লোকক প্ৰেৰণ কৰা মাফিয়া চক্রক বিচাৰি উলিওৱাৰ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘ট্রেভেল এজেন্টসকলৰ অনুজ্ঞাপত্র থাকে আৰু তেওঁলোকে নীতি-নিয়ম মানি চলে। যিসকলে অবৈধ উপায়েবে বিদেশলৈ মানুহ প্রেৰণ কৰি ধন ঘটে, তেওঁলোক পঞ্জীয়নকৃত ট্রেভেল এজেন্ট নহয়। এনে এজেন্টে মানুহ প্রেৰণৰ কিছুদিন পাছতে ফোন নম্বৰ সলনি কৰী।’

▶️অহা সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব মোদীয়ে !

এটি চাৰি বছৰীয়া শিশুসহ শতাধিক ভাৰতীয়ক সামৰিক বিমানত তুলি বিতাড়ন কৰা আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণৰ বাবে প্রধানমন্ত্রী মোদীয়ে প্রস্তুতি চলোৱা বুলি চর্চা হৈছে। সূত্ৰৰ মতে, আগন্তুক সপ্তাহত প্রধানমন্ত্রী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ৰাষ্ট্রপতি ট্রাম্পৰ যোৱা ২০ জানুৱাৰীৰ শপতগ্রহণ অনুষ্ঠানত ভাৰতক প্রতিনিধিত্ব কৰি বৈদেশিক মন্ত্রী ড° এছ জয়শংকৰে অংশগ্রহণ কৰী। যদি মোদীয়ে অহা সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ কৰে তেন্তে তেওঁৰ এই ভ্রমণ হ’ব ট্রাম্পৰ দ্বিতীয়বাৰ বাষ্ট্রপতিৰূপে শপতগ্ৰহণৰ পাছত ভাৰতৰ প্রধানমন্ত্রীৰ প্ৰথমটো আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ।

▶️অনুপ্রৱেশকাৰী লৈ যোৱা দুখন মার্কিন সামৰিক বিমানক অৱতৰণ কৰিবলৈ নিদিলে কলম্বিয়াই

ট্রাম্পে সামৰিক বিমানৰে অবৈধ নাগৰিকক বিতাড়ন কৰাৰ ঘটনাই বিশ্বজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰি আছে। ইয়াৰ মাজতে কলম্বিয়ালৈ অনুপ্রৱেশকাৰী লৈ যোৱা দুখন মার্কিন সামবিক বিমানক দেশখনত অৱতৰণৰ অনুমতি নিদিলে কলম্বিয়া চৰকাৰে। মার্কিন প্রশাসনৰ দ্বাৰা সামৰিক বিমানেৰে অনুপ্রৱেশকাৰী বিতাড়নক গৰিহণা দিছে লেটিন আমেৰিকাৰ দেশ কলম্বিয়াৰ ৰাষ্ট্রপতি ডক্টভ’ পেট্র’ৰে। সামাজিক মাধ্যমত দিয়া এটা প’ষ্টত ৰাষ্ট্ৰপতিজনে কয়, ‘কলম্বিয়াই কেৱল অসামৰিক বিমানত বিতাড়ন কৰা অনুপ্রৱেশকাৰীকহে আদৰি ল’ব।

অনুপ্রৱেশকাৰীসকলকো মর্যাদা আৰু সম্মান দিয়া উচিত।’ কলম্বিয়াৰ পূর্বেও মেক্সিক’ও সামৰিক বিমানত অনুপ্ৰৱেশকাৰী বিতাড়নৰ মার্কিন প্রশাসনৰ কাৰ্যক গৰিহণা দি এনে কার্য মানি নলয় বুলি স্পষ্ট কবি দিয়ে। অৱশ্যে ভাৰতে এই ক্ষেত্ৰত মার্কিন প্রশাসনৰ ওচৰত কোনো ওজৰ-আপত্তি প্রদর্শন কৰা নাই। ইয়াৰ বিপৰীতে প্রধানমন্ত্রী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণৰহে প্রস্তুতি চলোৱা বুলি চর্চিত হৈছে। লক্ষ্যণীয়ভাবে সামৰিক বিমানত অনুপ্রৱেশকাৰীক বিতাড়নৰ বাবদ মার্কিন প্রশাসনে বুজন অংকৰ ধন ব্যয় কৰিবলগীয়া হৈছে বুলি সূত্রই সদৰী কৰিছে। এনে অনুপ্রবেশকাৰী বিতাড়ন ব্যৱস্থা অতি ব্যয়বহুল বুলি চিহ্নিত হৈছে। আমেৰিকাৰ ইতিহাসতো সামৰিক বিমানেৰে অনুপ্রৱেশকাৰী বিতাড়নৰ এয়াই প্রথম ঘটনা।

▶️মোদীক ট্রাম্পৰ স’তে আলোচনাৰ মাধ্যমৰে সমস্যা সমাধানৰ দাবী

আমেৰিকা যুক্তৰাষ্ট্ৰত লাঞ্ছনা-গঞ্জনা খাই ভাৰতলৈ উভতি আহিবলৈ বাধ্য হোৱা অনুপ্রৱেশকাৰীসকলক লৈ ক্ষোভ প্রকাশ কৰিছে পঞ্জাৱৰ প্রৱাসী ভাৰতীয় মন্ত্রী কুলদ্বীপ সিং ধালিৱালে। সামৰিক বিমানত তুলি পঠিওৱাৰ দৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰা ট্রাম্প প্রশাসনৰ স’তে আলোচনাৰ মাধ্যমৰে সমস্যাটো সমাধান কৰিবলৈ প্রধানমন্ত্রী মোদীক তেওঁ দাবী জনায়। বুধবাৰে ভাৰতত উপস্থিত হোৱা শতাধিক অনুপ্রৱেশকাৰীৰ স্বাস্থ্যৰ অৱস্থা ঠিকেই আছে বুলি মন্তব্য কৰি মন্ত্রীজনে কয়, ‘মোদীয়ে ৰাষ্ট্রপতি ট্রাম্পক বন্ধু আখ্যা দিয়ে। তেওঁৰ হৈ আমেৰিকাত প্রচাৰো চলায়। গতিকে তেওঁ ট্রাম্পৰ স’তে আলোচনা কৰি এই সমস্যা সমাধান কৰক।’ একেদৰে অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক পৃথিৰাজ সাথেই ক্ষোভ প্রকাশ কৰিছে যে অমৃতসৰ বিমানকোঠত উপস্থিত হোৱা মার্কিন সামৰিক বিমানখনত ভাৰতীয় অনুপ্রৱেশকাৰীসকলক হাতকেৰেয়া লগাই অনা হয়। ‘বিশ্বগুক’ মোদীয়ে এই ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰা উচিত বুলি কংগ্রেছ নেতাজনে দাবী উত্থাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amritsar AirPortIndian MigrantUS Airforce
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d